• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত গুৰু আদিত্য ৰাজযোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত গুৰু আদিত্য ৰাজযোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

1 year ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

4 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

4 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

5 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

6 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

6 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

7 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

7 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

7 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

8 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

9 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

9 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত গুৰু আদিত্য ৰাজযোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত গুৰু আদিত্য ৰাজযোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
June 14, 2025
in জীৱনশৈলী
0
নতুন সপ্তাহত গুৰু আদিত্য ৰাজযোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ১৬ জুনৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহৰ আৰম্ভণিতেই গঠিত হব শুভ গুৰু আদিত্য ৰাজযোগ৷ জুন মাহৰ তৃতীয় সপ্তাহত মিথুন ৰাশিৰ গোচৰ কৰিব সৌৰজগতৰ ৰজা সূৰ্যই৷ তাতেই পূৰ্বৰে পৰাই অৱস্থান কৰিছে বৃহস্পতিয়ে৷ মিথুন ৰাশিত সূৰ্য আৰু বৃহস্পতিৰ যুঁটিৰ ফলত গঠিত হব গুৰু আদিত্য ৰাজযোগ৷ বৈদিক জ্যোতিষে জনাইছে যে এই ৰাজযোগে জাতকক ৰাজভাগ্য প্ৰদান কৰে৷ গুৰু আদিত্য ৰাজযোগৰ শুভ প্ৰভাৱত সৌভাগ্যৰ শিখৰত অৱস্থান কৰে জাতকে৷ আগন্তুক সপ্তাহত গুৰু আদিত্য ৰাজযোগ গঠিত হোৱাত পাঁচ ৰাশিৰ জাতকে বৃহৎ সাফল্য পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব আৰু সংসাৰত সুখৰ পৰিবেশ থাকিব৷ জানি থওক গুৰু আদিত্য ৰাজযোগৰ প্ৰভাৱত ১৬ জুনৰ পৰা ২২ জুনৰ মাজত এই সপ্তাহত ভাগ্য চমকি উঠিক কোন কোন ৰাশিৰ জাতকৰ৷

মিথুন ৰাশি

আগন্তুক সপ্তাহত মিথুন ৰাশিৰ জাতকৰ ভাগ্যত সুখৰ চমক লাগিব৷ এই সময়ত আপোনাৰ জীৱনলৈ কিছু পজিটিভ পৰিবৰ্তন আহিব৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি মনত নতুন জোৰ আৰু সাহস অনুভৱ কৰিব৷ চৰকাৰ, প্ৰশাসন বা ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে বিশে, উন্নতি কৰিব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা চলি থাকিলে আগন্তুক সপ্তাহত সেই সমস্যা দূৰ হব৷

কৰ্কট ৰাশি

১৬ জুনৰ পৰা আৰম্ভ হোৱা সপ্তাহ নানান দিশৰ পৰা শুভ হব কৰ্কট ৰাশিৰ জাতকৰ৷ এই সপ্তাহৰ আৰম্ভণিতেই কোনো বৃহৎ সাফল্য পাব৷ আত্মবিশ্বাস বাঢ়িব৷ বেছি আৱেগপ্ৰবণ হৈ গলে সমস্যা হব পাৰে৷ আৰ্থিকভাৱে লাভৱান হব৷ বিনিয়োগ নকৰাই ভাল৷ আপোনাৰ পৰিশ্ৰমৰ ফল পাব৷ অফিচত পদোন্নতি হব পাৰে৷

কন্যা ৰাশি

নতুন সপ্তাহ নানান দিশৰ পৰা শুভ হব কন্যা ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতেই সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ আপোনাৰ পূৰ্বে কৰা কামৰ বাবে কাৰ্যালয়ত প্ৰশংসা পাব৷ ঊৰ্ধতন কৰ্তৃপক্ষৰ নজৰত আহিব আপুনি৷ ইয়াৰ ফলত আত্মবিশ্বাস বাঢ়িব কন্যা ৰাশিৰ জাতকৰ৷ এই সপ্তাহত কামৰ চাপ কিছু বেছি থাকিব৷

বৃশ্চিক ৰাশি

নতুন সপ্তাহত নানান আশাব্যঞ্জক খবৰ পাব বৃশ্চিক ৰাশিৰ জাতকে৷ পূৰ্বে কৰা পৰিশ্ৰমৰ সম্পূৰ্ণ ফল এই সপ্তাহত আপুনি পাব৷ কেৰিয়াৰ সংক্ৰান্তিয় কোনো গুৰুত্বপূৰ্ণ খবৰ পাব পাৰে৷ মাটি, ঘৰ, সম্পত্তি সংক্ৰান্তিয় দীৰ্ঘদিনৰ সমস্যা দূৰ হব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে৷ পৰীক্ষাত ভাল ফল পাব ছাত্ৰছাত্ৰীসকলে৷

মীন ৰাশি

পৰিশ্ৰম কৰিলে এই সপ্তাহত তাৰ সুফল নিশ্চয় পাব মীন ৰাশিৰ জাতকে৷ এই সময়ত আপুনি যি কোনো কামত হাত দিব তাতেই সাফল্য পাব৷ অৰ্থ উপাৰ্জনৰ নতুন পথ আপোনাৰ সন্মুখত খুলিব৷ সপ্তাহৰ আৰম্ভণিতেই ব্যৱসায়ীসকলৰ বাবে ভাল ফল পাব৷ পৰিস্থিতি অনুকূল থাকিব৷ চাকৰিয়ালে নানান ধৰণে লাভৱান হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
Next Post
UPIৰ নিয়মত কেইবাটাও সালসলনি আহিব! আগষ্টৰ পৰা অনলাইন লেনদেনত কি কি পৰিবৰ্তন আহিব? জানি থওক সবিশেষ

UPIৰ নিয়মত কেইবাটাও সালসলনি আহিব! আগষ্টৰ পৰা অনলাইন লেনদেনত কি কি পৰিবৰ্তন আহিব? জানি থওক সবিশেষ

সন্তানৰ ভৱিষ্যতৰ কথা ভাৱিছে? এই প্ৰকল্পত মাত্ৰ ১.৮০লাখ বিনিয়োগ কৰিলেই লাভ কৰিব ১১ কোটি ৰিটাৰ্ণ! কিন্তু কেনেকৈ?

সন্তানৰ ভৱিষ্যতৰ কথা ভাৱিছে? এই প্ৰকল্পত মাত্ৰ ১.৮০লাখ বিনিয়োগ কৰিলেই লাভ কৰিব ১১ কোটি ৰিটাৰ্ণ! কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.