• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ সম্পৰ্কত এইকেইটা সমীকৰণ মানি চলাটো জৰুৰী, জানি থওক ১০টা সহজ সমীকৰণ

প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ সম্পৰ্কত এইকেইটা সমীকৰণ মানি চলাটো জৰুৰী, জানি থওক ১০টা সহজ সমীকৰণ

2 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

2 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

3 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

3 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

5 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

5 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

6 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

7 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

7 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ সম্পৰ্কত এইকেইটা সমীকৰণ মানি চলাটো জৰুৰী, জানি থওক ১০টা সহজ সমীকৰণ

প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ সম্পৰ্কত এইকেইটা সমীকৰণ মানি চলাটো জৰুৰী, জানি থওক ১০টা সহজ সমীকৰণ

editor by editor
May 25, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ সম্পৰ্কত এইকেইটা সমীকৰণ মানি চলাটো জৰুৰী, জানি থওক ১০টা সহজ সমীকৰণ
0
SHARES
7.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেম কাকো সুধি নাহে৷ কেতিয়া কোন কাৰ প্ৰেমত পৰিব আগতীয়াকৈ কোনোৱেই ক’ব নোৱাৰে৷ প্ৰেম হঠাতেই হয়৷ অথচ এই হঠাৎ শিহৰণ তোলা এই অনুভূমি সদায়ে সুমধুৰ হয়৷ এই সকলোবোৰৰ মাজত প্ৰথম প্ৰেমৰ অনুভূতি সদায়ে পৃথক৷ সকলোসময়তে ভালপোৱা মানুহজনৰ বাবে বুকু দুৰুদুৰকৈ কঁপা, নতুন নতুন উপহাৰেৰে চাৰপ্ৰাইজ দিয়া আদি প্ৰেমৰ সৈতে সম্পৰ্কিত বিষয়৷ প্ৰেমত থাকে বন্ধনহীন আৱেগ, সংগীক কাষত পোৱাৰ অন্তহীন অপেক্ষা, দুচকুত থাকে সপোন৷

প্ৰেম যিমানেই নতুন হয় সিমানেই উচ্ছ্বাস থাকে৷ প্ৰেম অভিজ্ঞ হৈ উঠিলে সম্পৰ্কও মজবুত হৈ গৈ থাকে৷ সম্পৰ্কৰ সমীকৰণ কিমান মজবুত হ’ব সেয়া এজনৰ ওপৰত থকা আনজন বিশ্বাস আৰু ভালপোৱাৰ ওপৰত নিৰ্ভৰ কৰে৷ ভালপোৱাৰেই সম্পৰ্ক এটা দীৰ্ঘস্থায়ী হয় তেনে নহয়৷ সম্পৰ্ক এটা ধৰি ৰাখিবলৈ অন্য কেইবাটাও বিষয় মূৰত ৰাখিব লাগে৷ সৰু সৰু কেইটামান কৌশলেই হৈ উঠে প্ৰেম শক্তিশালী হোৱাৰ চাবিকাঠি৷

১) সম্পৰ্কত সময় দিয়াটো খুবেই জৰুৰী৷ সেয়া নতুনেই হওক বা পুৰণি৷ সম্ভৱ হ’লে দিনত এবাৰ হ’লেও ভালপোৱা ব্যক্তিজনৰ সৈতে মন খুলি কথা পাতক৷ লগ কৰক৷ সেম সময়ত নিজৰ পেছাগত জটিলতাৰ কথা নহয় অকল প্ৰেমৰ কথাকেই পাতক৷

২) এজনে আনজনৰ বাবে স্বাৰ্থত্যাগ কৰাটো খুবেই জৰুৰী৷ মনত অভিমান পুহি ৰাখি সম্পৰ্কক আৰু জটিল কৰা উচিত নহয়৷ দৰকাৰ হ’লে এজনে আনজনৰ সৈতে সকলোবোৰ কথাই খুলিভাঙি পাতক৷ নিজৰ পছন্দ-অপছন্দৰ বিষয়সমূহৰ ওপৰতো আলোচনা কৰক৷

৩) পাৰস্পৰিক বুজাপৰা খুবেই জৰুৰী৷ ভুল বুজাবুজি যিমানেই কম হ’ব সিমানেই সম্পৰ্কও গভীৰ হ’ব৷
৪) সম্পৰ্কত ভাল বেয়া থাকেই৷ সম্পৰ্ক ভালে ৰাখিবলৈ এজনে আনজনৰ ওপৰত বিশ্বাস ৰখাটো খুবেই জৰুৰী৷
৫) যি কোনো সম্পৰ্কতে পৰস্পৰৰ প্ৰতি সন্মান থকাটো অত্যন্ত জৰুৰী৷ পছন্দ, ভাললগা পৃথক পৃথক হোৱাটো অস্বাভাৱিক নহয়৷ পৰস্পৰৰ পছন্দ, অপছন্দসমূহৰ মৰ্যদা দিয়ক৷ দুজনেই তেওঁলোকৰ ভাৱনাসমূহ ভগাই লওক৷

৬) সম্পৰ্কত কোনো জড়তা নাৰাখিব৷ সম্পৰ্ক সহজ কৰি তুলিবলৈ কোনো কথাই লুকুৱাই নাৰাখিব৷ সংগীৰ কোনো আচৰণ বেয়া লাগিলে সেই সম্পৰ্কে মুকলিকৈ আলোচনা কৰক৷

৭)  এজনে আনজনৰ কাষত থাকক৷ পৰিস্থিতি যিমানই জটিল নহওক কিয়, যিমানেই বাধা বিপত্তি নাহক কিয় পৰস্পৰৰ হাতত ধৰি আগবাঢ়ক৷

৮) এজনে আনজনৰ বেয়া সময়ত মানসিক সংগী হওক৷ সম্পৰ্ক ভালে ৰাখিবলৈ মানৱিক স্পৰ্শও জৰুৰী৷

৯) প্ৰেমত পৰিলে প্ৰেয়সী বা প্ৰেমিকে নিশ্চিত এক আশ্ৰয়ৰ সন্ধান কৰে৷ সেই ভৰসা আপুনি সংগীক দিয়ক৷

১০) ভালপোৱা মানুহজনক বাৰে বাৰে ভালপোৱাৰ কথা কওক৷ ভাল সম্পৰ্কৰ বাবে কেৱল ভালপোৱাই জৰুৰী নহয় প্ৰয়োজন প্ৰকাশৰো৷

১১) দায়িত্ব গ্ৰহণ কৰিবলৈ শিকক৷ সম্পৰ্ক জীয়াই ৰখাৰ অন্যতম চৰ্ত হৈছে দায়িত্ব লোৱাৰ সাহস৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
পৰকীয়া প্ৰেমৰ পৰিণতি! পত্নীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত

পৰকীয়া প্ৰেমৰ পৰিণতি! পত্নীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত

স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক

স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.