• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

2 weeks ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

15 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

16 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

16 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

17 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

18 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

18 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

18 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

18 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

18 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

19 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

19 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

editor by editor
March 28, 2026
in জীৱনশৈলী, লেখা, স্বাস্থ্য
0
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?
0
SHARES
166
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চকলেট খাবলৈ কোনে পছন্দ নকৰে? চকলেট কোনোৱে বেয়া পাওঁ বুলি ক’লে তেওঁ এজন ব্যতিক্ৰম লোক বুলিয়েই ক’ব পাৰি৷ বিশ্বতেই প্ৰচলিত চকলেটক লৈ আছে নানান প্ৰবাদো৷ মায়া সভ্যতাত চকলেটক কোৱা হয়, ‘ড্ৰিংকছ অৱ গড’৷ কোকো গছৰ বীজৰ পৰা তৈয়াৰ হয় চকলেট৷ সাধাৰণতে মধ্য আমেৰিকাত এই গছ বেছিকৈ পোৱা যায়৷ চকলেট শৰীৰৰ বাবে প্ৰয়োজনীয় নে? চকলেট মুখত দিলে বহুতৰেই মন ভৰি যায়৷ চিকিৎসা বিজ্ঞানে প্ৰকাশ কৰা অনুযায়ী মেগনেছিয়াম, জিংক, আয়ৰণ, ফছফৰাছ, কপাৰ, প্ৰটিন, কাৰ্ব ছুগাৰ, ফাইবাৰ ইত্যাদি উপাদান চকলেটত থাকে৷ চকলেট খালে সেয়ে শৰীৰত বহু উপকাৰো হয়৷

হাৰ্টৰ বাবে চকলেট উপকাৰী

সকলোধৰণৰ চকলেটৰ মাজতেই ডাৰ্ক চকলেট সকলোতকৈ বেছি উপকাৰী৷ ডাৰ্ক চকলেটত এনে কিছু এণ্টি অক্সিডেণ্ট থাকে যিসমূহ হাৰ্টৰ বাবে অতি উপকাৰী৷ চকলেটে ব্লাছ প্ৰেছাৰ কমাই দিব পাৰে৷ চকলেটে তেজৰ চলাচল স্বাভাৱিক কৰে যাৰফলত কৰোনাৰি আৰ্টাৰি ডিজিজকে ধৰি ষ্ট্ৰোক আক্ৰান্ত হোৱাৰ সম্ভাৱনাও কমাই দিয়ে৷ সেয়ে নিয়মিতভাৱে ডাৰ্ক চকলেট খালে হাৰ্টৰ অসুখৰ পৰা বাচি থাকিব পাৰিব৷

ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াই

ডাৰ্ক চকলেটে ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াই৷ ফ্লাভেনয়েডছে অক্সিডেটিভ ষ্ট্ৰেছ দূৰ কৰে৷ শৰীৰত থকা নানান ক্ষতিকাৰক উপাদান দেহৰ পৰা বাহিৰ কৰি দিয়াত সহায় কৰে ডাৰ্ক চকলেটে৷ যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি যায়৷ সমীক্ষাত লাভ কৰা অনুযায়ী চকলেট খালে ৰোগ প্ৰতিৰোধী ক্ষমতা বহুপৰিমানে বাঢ়ি যায়৷ সংক্ৰমনকাৰী বেক্টেৰীয়া আৰু ভাইৰাছ দূৰত থাকিবলৈ বাধ্য হৈ পৰে৷

ডায়াবেটিছ দূৰীকৰণৰ মহৌষধ

ডায়বেটিছ সমগ্ৰ দেশৰ লোকৰেই অন্য এক প্ৰধান সমস্যা৷ এই ৰোগে শৰীৰৰ বিভিন্ন অংগৰ ওপৰত প্ৰভাৱ পেলায়৷ কিডনী, চকু, স্নায়ুৰ ওপৰত নেতিবাচক প্ৰভাৱ সকলোতকৈ বেছি পৰে৷ ডাৰ্ক চকলেট খায়েই ডায়াবেটিছ দূৰ কৰিব পাৰি৷ ডাৰ্ক চকলেটত থকা এপিকেটেচিনে ইনছুলিনৰ কাৰ্যকাৰিতা বহুগুণে বৃদ্ধি কৰে৷

মস্তিষ্কৰ ক্ষমতা বঢ়ায়

চকলেটত আছে ফ্লেভানলছ৷ এই ফ্লেভানলছে ব্ৰেইনৰ ফাংছনৰ ওপৰত প্ৰভাৱ পেলায়৷ দেখা গৈছে যে চকলেট খালে ব্ৰেইনৰ প্ৰবলেম ছলভিং ক্ষমতা বাঢ়ি যায়৷ ফলত মগজুৱে সকলো পৰিস্থিতিতেই দ্ৰুততৰভাৱে কাম কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰোপৰি স্মৃতিশক্তিও বহুপৰিমানে বাঢ়ি যায়৷ গৱেষণাত প্ৰমাণিত হৈছে যে চকলেট খোৱাৰ ফলত ব্ৰেইনৰ ব্লাড চাৰকুলেছন স্বাভাৱিক হৈ পৰে৷ সেয়ে নিয়মিতভাৱেই একোজন ব্যক্তিয়ে চকলেট খাব পাৰে৷

ষ্ট্ৰেছ কমায়

দুশ্চিন্তা আমাৰ প্ৰায়সংখ্যকৰে এৰাব নোৱাৰা সংগী৷ সকলোসময়তে ব্যস্ত হৈ থাকিলেও কোনোবাটো ক্ষণত দুশ্চিন্তা মনলৈ আহেই৷ গৱেষণাত দেখা গৈছে যে চকলেট খালে ষ্ট্ৰেছ হৰমন কৰ্টিছলৰ ক্ষৰণ কমে৷ ফলত দুশ্চিন্তা কমি যায়৷ সেয়ে নিয়মিতভাৱে ডাৰ্ক চকলেট গ্ৰহণ কৰাত একো অসুবিধা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.