• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ ঘণ্টাতে কাঢ়ি নিয়ে প্ৰাণ, কৰ পৰা আহিল এই নতুন বেক্টেৰিয়া, ইয়াৰ লক্ষণ কি কি

৮ ঘণ্টাতে কাঢ়ি নিয়ে প্ৰাণ, কৰ পৰা আহিল এই নতুন বেক্টেৰিয়া, ইয়াৰ লক্ষণ কি কি

2 years ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

13 minutes ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

23 minutes ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

35 minutes ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

54 minutes ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

1 hour ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

1 hour ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

12 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

12 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

12 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

15 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

15 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮ ঘণ্টাতে কাঢ়ি নিয়ে প্ৰাণ, কৰ পৰা আহিল এই নতুন বেক্টেৰিয়া, ইয়াৰ লক্ষণ কি কি

editor by editor
June 16, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
৮ ঘণ্টাতে কাঢ়ি নিয়ে প্ৰাণ, কৰ পৰা আহিল এই নতুন বেক্টেৰিয়া, ইয়াৰ লক্ষণ কি কি
0
SHARES
298
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ ঘণ্টাতে কাঢ়ি নিয়ে প্ৰাণ, কৰ পৰা আহিল এই নতুন বেক্টেৰিয়া, ইয়াৰ লক্ষণ কি কি

কৰণা ভাইৰাছৰ পাছত এই আন এক আতংকই দেখা দিছে। এইবাৰ ভাইৰাছ নহয়, এক বেক্টেৰিয়াহে আতংক হৈ আহিছে। এই বিৰল ৰোগৰ সৈতে যুঁজি আছে জাপানে। এই ৰোগক ষ্ট্ৰেপ্ট’ক’কেল টক্সিক শ্বক চিণ্ড্ৰম (STSS) নাম দিয়া হৈছে। এই ৰোগৰ কাৰণ হৈছে মাংস খোৱা বেক্টেৰিয়া। ই ইমানেই বিপজ্জনক যে ৪৮ ঘণ্টাৰ ভিতৰতে মানুহৰ মৃত্যু হয়। জাপানৰ নেচনেল ইনষ্টিটিউট অৱ ইনফেকচিয়েছ ডিজিজৰ তথ্য অনুসৰি এই পৰ্যন্ত প্ৰায় ১০০০ গৰাকী এই বেক্টেৰিয়াত ধৰা পৰিছে।

এই বেক্টেৰিয়াই সঁচাকৈয়ে মাংস খায় নেকি?-
গ্ৰুপ-এ ষ্ট্ৰেপ্ট’ক’কাছ (GAS) বেক্টেৰিয়াই সঁচাকৈয়ে মানুহৰ মাংস খায়নে? আচলতে ই পোনপটীয়াকৈ মাংস নাখায়। বৰঞ্চ ই মানুহৰ কলাক হত্যা কৰে। সেইবাবেই ইয়াক মাংস খোৱা বুলি কোৱা হয়। যেতিয়া গ্ৰুপ-এ ষ্ট্ৰেপ্ট’ক’কাছে (GAS) কলাক হত্যা কৰে তেতিয়া এই অৱস্থাটোক নেক্ৰ’টাইজিং ফেচিয়াটিছ বুলি কোৱা হয়। “নেক্ৰ’টাইজিং” মানে কলাৰ মৃত্যু আৰু “ফেচিয়াটিছ” মানে প্ৰদাহ।

গ্ৰুপ-এ ষ্ট্ৰেপ্ট’ক’কাছ (GAS) বেক্টেৰিয়া ঘা বা মুকলি ঘা থকা লোকৰ ক্ষেত্ৰত দ্ৰুতগতিত বিয়পে। সংক্ৰমণৰ পিছত এই বেক্টেৰিয়াই ঘাঁত এক প্ৰকাৰৰ বিষাক্ত পদাৰ্থ নিৰ্গত কৰে যেতিয়া বিষাক্ত পদাৰ্থ নিৰ্গত হয় তেতিয়া ই পেশী, ৰক্তবাহী নলী আৰু স্নায়ু ধ্বংস কৰিবলৈ আৰম্ভ কৰে। এই বিষাক্ত পদাৰ্থ ইমানেই বিপজ্জনক যে ঘাঁ বা সংক্ৰমিত অংশ পচিবলৈ আৰম্ভ কৰে।

এই ৰোগৰ লক্ষণসমূহ হৈছ-
জ্বৰ, চৰ্দি, কাহ, চৰ্দি, হৃদস্পন্দন বৃদ্ধি, উশাহ-নিশাহৰ হাৰ বৃদ্ধি, পক্ষাঘাত।

ভাৰতৰ ক্ষেত্ৰত সাধাৰণতে ৫ৰ পৰা ১৫ বছৰৰ ভিতৰৰ শিশু গ্ৰুপ-এ ষ্ট্ৰেপ্ট’ক’কাছ (GAS)ৰ দ্বাৰা আক্ৰান্ত হয়। কিন্তু ই ইমান গুৰুতৰ নহয় যে ই ষ্ট্ৰেপ্ট’ক’কেল টক্সিক শ্বক চিনড্ৰম (STSS)ৰ ৰূপ লয়। কিছুমান দেশত তাৰ বতৰৰ বাবে এই বেক্টেৰিয়া দ্ৰুতগতিত বিয়পি আছে। বিশেষকৈ আমেৰিকা বা জাপানৰ দৰে ঠাইত অধিক বিয়পি আছে এই ৰোগ।

ভাৰতত বৰ্তমানলৈ ইয়াৰ কোনো ৰোগী ধৰা পৰা নাই। ভাৰতত বৰ বিশেষ চিন্তাৰ কাৰণ নাই। তথাপি সাধাৰণ জনতাক সাৱধানে থকাৰ বাবে আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bacteriaflesh-eating bacteriaflesh-eating bacteria JapanHuman Attackjapan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ
জীৱনশৈলী

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 20, 2026
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 20, 2026
Next Post
আকবৰে আজীৱন কিয় গংগাজল সেৱন কৰিছিল? পত্নী প্ৰেম নে হিন্দু ধৰ্মৰ প্ৰতি আনুগত্য আছিল আকবৰৰ?

আকবৰে আজীৱন কিয় গংগাজল সেৱন কৰিছিল? পত্নী প্ৰেম নে হিন্দু ধৰ্মৰ প্ৰতি আনুগত্য আছিল আকবৰৰ?

বক্ৰী হ’ব শনি, ৫ মাহ খুব কঠিন হ’ব ৫ৰাশিৰ জাতকৰ, হেৰুৱাব পাৰে চাকৰি

বক্ৰী হ’ব শনি, ৫ মাহ খুব কঠিন হ’ব ৫ৰাশিৰ জাতকৰ, হেৰুৱাব পাৰে চাকৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.