• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি পদ্ধতি মানি গ’লে ব্ৰিটেইনত আশ্ৰয় পাব হাছিনাই? ব্ৰিটেইন মন্ত্ৰণালয়ে নিয়ম জনালে ভাৰতক

কি পদ্ধতি মানি গ’লে ব্ৰিটেইনত আশ্ৰয় পাব হাছিনাই? ব্ৰিটেইন মন্ত্ৰণালয়ে নিয়ম জনালে ভাৰতক

2 years ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

20 minutes ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

1 hour ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

2 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

2 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

2 hours ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

4 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

4 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

5 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

5 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

6 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

6 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কি পদ্ধতি মানি গ’লে ব্ৰিটেইনত আশ্ৰয় পাব হাছিনাই? ব্ৰিটেইন মন্ত্ৰণালয়ে নিয়ম জনালে ভাৰতক

কি পদ্ধতি মানি গ’লে ব্ৰিটেইনত আশ্ৰয় পাব হাছিনাই? ব্ৰিটেইন মন্ত্ৰণালয়ে নিয়ম জনালে ভাৰতক

editor by editor
August 6, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কি পদ্ধতি মানি গ’লে ব্ৰিটেইনত আশ্ৰয় পাব হাছিনাই? ব্ৰিটেইন মন্ত্ৰণালয়ে নিয়ম জনালে ভাৰতক
0
SHARES
547
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বেখ হাছিনাক আশ্ৰয় দিব ব্ৰিটেইনে? এতিয়াও স্পষ্ট নহয়৷ অসমৰ্থিত এক সূত্ৰৰ দাবী, হাছিনাই ব্ৰিটেইনত আশ্ৰয় বিচাৰিছে৷ কিন্তু এতিয়াও ব্ৰিটেইনৰ পৰা সেউজ সংকেত পোৱা নাই৷ বৰ্তমানো ভাৰততেই আছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনা৷ এন ডিটিভিৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি হাছিনাই যি পদ্ধতিত ব্ৰিটেইনৰ ওচৰত আশ্ৰয় বিচাৰিছে সেয়া মানি লোৱাটো আইন অনুসৰি সম্ভৱ নহয়৷ এই পদ্ধতিৰে কাকোৱেই আশ্ৰয় দিব নোৱাৰে ব্ৰিটেইনে৷ সেই দেশৰ স্বৰাষ্ট্ৰ মন্ত্ৰণালয়ৰ সৈতে যোগাযোগ কৰি এই তথ্য লাভ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে৷

সম্প্ৰতি ব্ৰিটেইনত ক্ষমতাত আছে লেবাৰ পাৰ্টী৷ প্ৰধানমন্ত্ৰী হৈছে কিয়েৰ ষ্টাৰ্মাৰ৷ সূত্ৰৰ খবৰমতে হাছিনাৰ আৱেদন বিবেচনা কৰি চাব ব্ৰিটেইনে৷ এই নিয়ম অনুসৰি এই ধৰণৰ পৰিস্থিতিত যি কোনো ব্যক্তিয়ে নিকটতম নিৰাপদ দেশত আশ্ৰয় বিচাৰে৷ এই কথা জনাইছে ব্ৰিটেইন বিদেশ মন্ত্ৰণালয়ে৷ সেই দফতৰৰ এগৰাকী অধিকাৰীয়ে কয়, ‘কঠিন সময়ত ব্যক্তিবিশেষক আশ্ৰয় দিয়াৰ ইতিহাস আছে ব্ৰিটেইনৰ৷ সেই ইতিহাস গৰ্বৰ ইতিহাস৷ কিন্তু ব্ৰিটেইনত উপস্থিত হৈ আশ্ৰয় বিচৰাৰ নিয়ম নাই৷ যিসকলক আন্তৰ্জাতিক নিৰাপত্তাৰ প্ৰয়োজন তেওঁলোকে দেশ এৰাৰ পাছত প্রথম নিকটবৰ্তী নিৰাপদ দেশত ভৰি দিয়ে, তাতেই আশ্ৰয় বিচাৰে৷ তাতেই তেওঁলোকে দ্ৰুততমভাৱে নিৰাপত্তাও লাভ কৰিব পাৰে৷’

ব্ৰিটেইনৰ বিদেশ মন্ত্ৰণালয়ৰ বক্তব্য অনুসৰি ব্ৰিটেইনলৈ গৈ তাতই আশ্ৰয় বিচাৰিব নোৱাৰিব হাছিনাই৷ তাৰ পূৰ্বে তেওঁ আবেদন কৰিব লাগিব আশ্ৰয়দানকাৰী দেশৰ চৰকাৰক৷ এই ক্ষেত্ৰত হাছিনাই অৱশ্যে সময় পোৱা নাই৷ সেয়ে এতিয়াও তেওঁৰ ওচৰলৈ ব্ৰিটেইনৰ সেউজ সংকেত অহা নাই৷ বাংলাদেশ এৰি প্ৰথম ভাৰততেই ভৰি দিছে হাছিনাই৷ বৰ্তমান তেওঁক ভাৰতত আশ্ৰয় দিয়া হৈছে৷  নিজৰে স্থৱিৰ কৰিবলৈকে তেওঁক কিছুদিন সময়ৰ প্ৰয়োজন বুলি জনাইছে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে৷ হাছিনাৰ পৰবৰ্তী পৰিকল্পনা কি, তেওঁ ভাৰত চৰকাৰক জনালে সেই অনুসৰিয়ে পদক্ষেপ গ্ৰহণ কৰা হ’ব৷

উল্লেখ্য যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তাফা দিয়াৰ পাছত সোমবাৰে দেশ এৰিছে হাছিনাই৷ তেওঁৰ সৈতে দেশ এৰিছে ভনীয়েক ৰেহানাইয়ো৷ তেওঁলোকৰ বিমান নামিছিল গাজিয়াবাদৰ হিণ্ডণ বিমানঘাটীত৷ সূত্ৰৰ খবৰ অনুসৰি তাতেই নিশা কটাইছে হাছিনাই৷ তাৰপাছতেই তেওঁ দিল্লীলৈ গৈছে৷ হাছিনাৰ ভনীয়েকৰ অৱশ্যে ব্ৰিটেইনৰ নাগৰিকত্ব আছে৷ ৰেহানাৰ কন্যাও ব্ৰিটেইন সংসদৰ এগৰাকী সদস্য৷ সেই অনুসৰি তেওঁ ব্ৰিটেইন যোৱা কোনো ডাঙৰ কথা নহয়৷ অৱশ্যে অসুবিধা এতিয়া হাছিনাৰহে৷ তেওঁক দিল্লীতেই থৈ ৰেহানা ব্ৰিটেইনলৈ যাব পাৰে বুলিও দাবী কৰিছে অসমৰ্থিত সূত্ৰই৷

হাছিনাৰ আশ্ৰয় দিয়া হ’ব নে নহয়, সেই বিষয়টোক লৈয়ো চৰকাৰীভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই ব্ৰিটেইনে৷ বাংলাদেশৰ পৰিস্থিতিক লৈ মঙলবাৰে উদ্বেগ প্ৰকাশ কৰিছে ষ্টৰ্মাৰ চৰকাৰে৷ এক বিবৃত্তিত ব্ৰিটেইনে জনাইছে যে তেওঁলোকে বিগত কেইবাদিন ধৰি বাংলাদেশত ঘটি যোৱা ৰাজনৈতিক উত্থানৰ ঘটনাৰ নিৰপেক্ষ তদন্ত হওক৷ তেওঁলোকে বিচাৰে এই তদন্ত হওক ৰাষ্ট্ৰপুঞ্জৰ নেতৃত্বত, স্বাধীনভাৱে৷ এই দীৰ্ঘ বিবৃতিত হাছিনাৰ থকা নথকাৰ কোনো প্ৰসংগ তেওঁলোকে উল্লেখ কৰা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?
জীৱনশৈলী

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

March 30, 2026
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?
জীৱনশৈলী

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

March 30, 2026
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ
জীৱনশৈলী

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

March 30, 2026
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
Next Post
শিৱলিংগত ঢলা পানী পান কৰাটো শুভ নে অশুভ? জানক কোন সময়ত শিৱলিংগত পানী নিদিব?

শিৱলিংগত ঢলা পানী পান কৰাটো শুভ নে অশুভ? জানক কোন সময়ত শিৱলিংগত পানী নিদিব?

যাত্ৰীবাহী বিমানৰ ৰং বগা কিয় হয়? কি কি কাৰণ, জানিলে অবাক হ’ব আপুনিও

যাত্ৰীবাহী বিমানৰ ৰং বগা কিয় হয়? কি কি কাৰণ, জানিলে অবাক হ’ব আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.