• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোৱাটছএপ ব্যৱহাৰকাৰীয়ে নকৰিব এই ভুল, ৯৭ লাখ ভাৰতীয়ৰ একাউন্ট বন্ধ

12 months ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

9 minutes ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

24 minutes ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

51 minutes ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

1 hour ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

2 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

3 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

4 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

5 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

হোৱাটছএপ ব্যৱহাৰকাৰীয়ে নকৰিব এই ভুল, ৯৭ লাখ ভাৰতীয়ৰ একাউন্ট বন্ধ

editor by editor
April 3, 2025
in প্ৰযুক্তি, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
হোৱাটছএপ ব্যৱহাৰকাৰীয়ে নকৰিব এই ভুল, ৯৭ লাখ ভাৰতীয়ৰ একাউন্ট বন্ধ
0
SHARES
363
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোৱাটছএপ ব্যৱহাৰকাৰীয়ে নকৰিব এই ভুল, ৯৭ লাখ ভাৰতীয়ৰ একাউন্ট বন্ধ

সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰে বিশ্ববিখ্যাত হোৱাটছএপ। মেটাৰ মালিকানাধীন হোৱাটছএপে ইয়াৰ ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ বিশেষ যত্ন লয়। তৎক্ষণাত বাৰ্তা প্ৰেৰণ, কলিং আৰু ভিডিঅ’ৰ দৰে সেৱা উন্নত কৰিবলৈ বিভিন্ন বৈশিষ্ট্য মুকলি কৰা হৈছে।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰতিবেদনত হোৱাটছএপে ৯৭ লাখ একাউণ্ট নিষিদ্ধ কৰিছে।

যদি আপুনি আপোনাৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ হোৱাটো নিবিচাৰে, তেন্তে ভুলতো এই তিনিটা কাম নকৰিব-
১. কাকো বিনা কাৰণত বাৰ্তা প্ৰেৰণ নকৰিব।
২. অপ্ৰয়োজনীয় ফৰৱাৰ্ডিং বাৰ্তা প্ৰেৰণ নকৰিব।
৩. স্পেম আৰু অটো-বট বাৰ্তাৰ পৰা আঁতৰি থাকিব।

আচলতে আই টি ৰুলছ ২০২১ৰ নিয়ম অনুসৰি মাহেকীয়া কম্প্লাইয়েন্স ৰিপৰ্ট হোৱাটছএপেৰে জাৰি কৰা হয়। ফেব্ৰুৱাৰী মাহৰ প্ৰতিবেদন অনুসৰি ৯৭ লাখৰো অধিক ভাৰতীয় ব্যৱহাৰকাৰীৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হৈছে।

ইয়াৰ আঁৰৰ কাৰণ হৈছে ব্যৱহাৰকাৰীসকলে প্লেটফৰ্ম সঠিকভাৱে ব্যৱহাৰ নকৰা। মাহেকীয়া নিৰাপত্তা প্ৰতিবেদনত এপটোৰ স্পেম, ভুৱা মেছেজ, প্ৰৱঞ্চনা বা অন্যান্য অপব্যৱহাৰ প্ৰেৰণ কৰা ব্যৱহাৰকাৰীৰ সংখ্যা সন্নিবিষ্ট কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Whats AppWhats App User
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

March 20, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

Next Post
কভিডৰ দৰে এক ভাইৰাছ বিয়পাই আছে ৰাছিয়াই? কি কয় বিশেষজ্ঞই

কোটি কোটি গ্ৰাহকলৈ এয়াৰটেলৰ ডাঙৰ উপহাৰ! ৩৬৫ দিনৰ বিশেষ ৰিচাৰ্জ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন