• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

9 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

9 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

11 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

11 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

12 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

13 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

13 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

14 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

14 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

15 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

editor by editor
April 23, 2024
in প্ৰযুক্তি
0
এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও
0
SHARES
281
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জনপ্ৰিয় ছিকিউৰিটি কোম্পানী McAfeeয়ে সম্প্ৰতি গ্লৱেল স্কেম মেছেজৰ ওপৰত প্ৰকাশ কৰিছে ভয়ংকৰ তথ্য৷ স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলক সতৰ্ক হ’বলৈ আহ্বান জনাইছে বিশেষ সংস্থাটোৱে৷ WhatsApp বা টেক্সট মেছেজত অহা ৭টা ভয়ংকৰ মেছেজৰ কথা উল্লেখ কৰি সাৱধানবাণী প্ৰদান কৰিছে সংস্থাটোৱে৷ ভুৱা মেছেজৰ পাল্লাত পৰি ইতিমধ্যেই ৮২% মানুহেই ধন হেৰুৱাইছে৷ ৰিপৰ্টত দাবী কৰামতে প্ৰতিদিনেই ভাৰতীয় লোকৰ ইমেইল, টেক্সট, বা ছচিয়েল মিডিয়াত এই ভুৱা মেছেজ আহে৷ এই পৰিস্থিতিত আপুনি কেনেকৈ সতৰ্ক হ’ব? WhatsApp বা অন্যান্য প্লেটফৰ্মত অহা কোনবোৰ মেছেজ আপুনি আওকান কৰি চলিব?

১) আপুনি পুৰস্কাৰ জিকিছে
এই ধৰণৰ ভুৱা মেছেজ WhatsAppত বা ইমেইল নতুবা টেক্সট মেছেজত সৰ্বাধিক পৰিমানে আহে৷ আপুনি পুৰস্কাৰ লাভ কৰিছে এই দাবীৰে যদি কোনো মেছেজ আহিছে বা তাৰ সৈতে কোনো লিংকো দিয়া আছে তেন্তে সেই লিংকত আপুনি ভুলতো ক্লিক নকৰিব৷ এই লিংকত ক্লিক কৰিলেই আপুনি জালত সোমাই পৰিব পাৰে৷

২) ভুৱা চাকৰিৰ অফাৰ

চাকৰি দিয়াৰ টোপ দি WhatsAppত, ইমেইলত, টেক্সট মেছেজত মেছেজ আহে৷ তাতো লিংক দিয়া থাকে৷ তেনে লিংকত ভুলতো ক্লিক নকৰিব৷ এনে মেছেজ আহিলেই এটা কথা মূৰত সোমোৱাই ল’ব যে চাকৰিৰ অফাৰ কোনো কোম্পানীয়ে আপোনাক মেছেজত নিদিয়ে৷ আৰু দিলেও লগত এনে কোনো লিংক নিদিয়ে৷

৩) URL ৰ সহযোগত বেংক এলাৰ্ট মেছেজ
বহু সময়ত বেংকৰ নামেৰে কিছু মেছেজ আহে৷ য’ত এটা লিংক দি ব্যৱহাৰকাৰীক KYC জমা দিবলৈ কোৱা হয়৷ এই ধৰণৰ মেছেজো ভুৱা মেছেজ৷ আপোনাৰ KYC আপডেট কৰিবলৈ হ’লে আপোনাৰ একাউণ্ট খোলা স্থানত গৈ খবৰ লওক নতুবা বেংক মেনেজাৰৰ সৈতে এই বিষয়ে কথা পাতক৷ মেছেজত অহা লিংকত ক্লিক নকৰিব৷

৪) সামগ্ৰী ক্ৰয় নকৰাকৈ ক্ৰয় কৰা বুলি মেছেজ
আপুনি একোৱেই ক্ৰয় কৰা নাই অথচ আপোনালৈ মেছেজ আহিছে যে আপুনি এই সামগ্ৰীবিধ ক্ৰয় কৰিছে৷ এই ধৰণৰ মেছেজো একপ্ৰকাৰে মানুহক কৰা প্ৰতাৰণা৷ এনে মেছেজত ভুল গৈ আপুনি কষ্টোপাৰ্জিত ধন হেৰুৱাই দিব পাৰে৷ এইধৰণৰ মেছেজৰ সৈতে মাল্টিশ্বেয়াৰ লিংক থাকে, য’ত ক্লিক কৰিলে আপোনাৰ ফোন হেক হোৱাৰ সম্ভাৱনাই বেছি থাকে৷

৫) নেটফ্লিক্স বা অন্যান্য OTT প্লেটফৰ্মৰ সামস্ক্ৰিপশ্ব্যন আপডেট
OTTৰ জনপ্ৰিয়তা দেশত বহু পৰিমানে বৃদ্ধি পাইছে৷ এই জনপ্ৰিয়তাৰ সুযোগ লৈয়েই এচাম দুষ্ট চক্ৰই নেটফ্লিক্স বা অটিটি প্লেটফৰ্মৰ ছাবস্ক্ৰিপশ্ব্যনৰ কথা কৈ মেছেজ পঠিয়াই৷ মেছেজত উল্লেখ কৰে যে এই লিংকত ক্লিক কৰিলে আপুনি সস্তাতেই ছাবস্ক্ৰিপশ্ব্যন ল’ব পাৰিব৷ তাতো মাল্টিশ্বেয়াৰ লিংক থাকে, এই লিংকত ক্লিক কৰিলেই আপুনি অসুবিধাৰ সন্মুখীন হ’ব৷

৬) ভুৱা ডেলিভাৰী সংক্ৰান্তীয় সমস্যা

ডেলিভাৰী সংক্ৰান্তীয় বিভিন্ন ভুৱা মেছেজ বহু ব্যক্তিৰ ফোনলৈকে আহি থাকে৷ ডেলিভাৰিৰ সমস্যাৰ কতা তুলি ধৰে বা গ্ৰাহকে তেওঁৰ প্ৰডাক্ট ডেলিভাৰী মিছ কৰিছে, পুনৰ আপুনি সামগ্ৰী বিধ পাবৰ বাবে এই লিংকত গৈ ক্লিক কৰক ইত্যাদি কেইবাটাও মেছেজ কৰে৷ এই ধৰণৰ বেছিভাগ মেছেজেই প্ৰতাৰণামূলক লিংক৷

৭) ছিকিউৰিটি এলাৰ্ট
আপোনাৰ সামাজিকমাধ্যমত থকা বিভিন্ন একাউণ্টসমূহক লৈ এলাৰ্ট বা নটিফিকেশ্ব্যন মেছেজ আহি থাকে নেকি? এই ধৰণৰ মেছেজসমূহো প্ৰতাৰণামূলক মেছেজেই৷ সামাজিক মাধ্যমত আপোনাৰ একাউণ্ট থাকিলেও সেই প্লেটফৰ্মসমূহে আপোনাক জৰুৰী এলাৰ্ট বা আপডেট দি টেক্সট মেছেজ বা হোৱাটছআপত মেছেজ নকৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!
প্ৰযুক্তি

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

March 29, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
Next Post
গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

প্ৰচাৰ বিমুখ শচীন, বহুতেই নাজানে শচীনৰ এইসমূহ কথা…

প্ৰচাৰ বিমুখ শচীন, বহুতেই নাজানে শচীনৰ এইসমূহ কথা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.