• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াৰটেলৰ গ্ৰাহক যদি ভাল খবৰ আছে আপোনালৈ! পাহাৰ, নদী, প্ৰান্তীয় এলেকা সকলোতে ৰকেট গতিত চলিব ইণ্টাৰনেট, এয়াৰটেলৰ সৈতে চুক্তি এলন মাস্কৰ ষ্টাৰলিংকৰ

এয়াৰটেলৰ গ্ৰাহক যদি ভাল খবৰ আছে আপোনালৈ! পাহাৰ, নদী, প্ৰান্তীয় এলেকা সকলোতে ৰকেট গতিত চলিব ইণ্টাৰনেট, এয়াৰটেলৰ সৈতে চুক্তি এলন মাস্কৰ ষ্টাৰলিংকৰ

2 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

6 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

7 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

8 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

8 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

9 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

9 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

10 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

11 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

12 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

12 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

14 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়াৰটেলৰ গ্ৰাহক যদি ভাল খবৰ আছে আপোনালৈ! পাহাৰ, নদী, প্ৰান্তীয় এলেকা সকলোতে ৰকেট গতিত চলিব ইণ্টাৰনেট, এয়াৰটেলৰ সৈতে চুক্তি এলন মাস্কৰ ষ্টাৰলিংকৰ

এয়াৰটেলৰ গ্ৰাহক যদি ভাল খবৰ আছে আপোনালৈ! পাহাৰ, নদী, প্ৰান্তীয় এলেকা সকলোতে ৰকেট গতিত চলিব ইণ্টাৰনেট, এয়াৰটেলৰ সৈতে চুক্তি এলন মাস্কৰ ষ্টাৰলিংকৰ

editor by editor
March 12, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, লেখা
0
এয়াৰটেলৰ গ্ৰাহক যদি ভাল খবৰ আছে আপোনালৈ! পাহাৰ, নদী, প্ৰান্তীয় এলেকা সকলোতে ৰকেট গতিত চলিব ইণ্টাৰনেট, এয়াৰটেলৰ সৈতে চুক্তি এলন মাস্কৰ ষ্টাৰলিংকৰ
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দ্ৰুতগতিত ইন্টাৰনেট পৰিসেৱাৰ বাবে সাজু হৈছে এয়াৰটেল। এয়াৰটেলৰ গ্ৰাহক হলে আপোনাৰ বাবেও আছে সুখবৰ। কাৰণ ভাৰতীয় এয়াৰটেল আৰু এলন মাস্কৰ কোম্পানী স্পেছএক্সে ভাৰতৰ ইণ্টাৰনেট সংযোগক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে হাত মিলাইছে। মঙলবাৰে এই চুক্তিৰ কথা জনাইছে এয়াৰটেলে। এই চুক্তিৰ অধীনত SpaceXৰ Starlink ছেটেলাইটে ইন্টাৰনেট পৰিসেৱা আৰম্ভ কৰিব ভাৰতত। সকলো ঠিকে ঠাকে আগবাঢ়িলেও এই চুক্তিত এতিয়াও ভাৰত চৰকাৰে অনুমোদন দিয়া নাই।

কি পৰিকল্পনা কৰিছে এয়াৰটেলে?

Airtel আৰু Starlinkয়ে ভাৰতত ইণ্টাৰনেট সংযোগ বৃদ্ধি কৰিবলৈ একেলগে কাম কৰিব। ইয়াৰোপৰি এয়াৰটেলে তেওঁলোকৰ ৰিটেল ষ্টোৰত ষ্টাৰলিংকৰ প্ৰডাক্ট বিক্ৰিও কৰিব পাৰে। এই ব্যৱসায়ত উচ্চ গতিৰ ছেটেলাইটে ইণ্টাৰনেট পৰিসেৱা সৰবৰাহ কৰিব পাৰে। গাওঁ অঞ্চলৰ স্কুল, স্বাস্থ্যসেৱা কেন্দ্ৰ আৰু প্ৰত্যন্ত অঞ্চলত ইণ্টাৰনেট সৰবৰাহ কৰিবলৈ দুই কোম্পানীয়ে একেলগে কাম কৰিব। ষ্টাৰলিংক ছেটেলাইট প্ৰযুক্তিৰ মাধ্যমেৰে এয়াৰটেলৰ বৰ্তমান নেটৱৰ্কক শক্তিশালী কৰিব। অন্য়হাতে স্পেছএক্সে এয়াৰটেলৰ গ্ৰাউণ্ড পৰিকাঠামো ব্যৱহাৰ কৰিবলৈ সক্ষম হব।

ছেটেলাইট ব্ৰডবেণ্ডৰ বাবে এয়াৰটেলৰ ইতিমধ্যেই ইউটেলছেট ৱানৱেৰৰ সৈতে এটা অংশীদাৰিত্ব আছে। Starlink-ৰ সৈতে এই নতুন চুক্তিয়ে  Airtelক আৰু শক্তিশালী কৰিব। বিশেষকৈ যত ইণ্টাৰনেট এক্সেছ নাই তাতো কাম কৰিব ইণ্টাৰনেটে। অত্যন্ত প্ৰত্যন্ত অঞ্চলতো কাম কৰিব ইণ্টাৰনেটে।

পিটিআইক দিয়া এক সাক্ষাৎকাৰত এয়াৰটেলৰ মেনেজিং ডাইৰেক্টৰ আৰু ভাইছ চেয়াৰমেন গোপাল ভিট্টলে কৈছে, ভাৰতত এয়াৰটেলৰ গ্ৰাহকক ষ্টাৰলিংক পৰিসেৱা প্ৰদানৰ বাবে SpaceX ৰ সৈতে কাম আৰম্ভ কৰাটো এক গুৰুত্বপূৰ্ণ মাইলফলক। এই উদ্যোগে পৰবৰ্তী প্ৰজন্মক ছেটেলাইট সংযোগৰ প্ৰতি আকৰ্ষিত কৰিব।

স্পেছ এক্সে কি কৈছে?

স্পেছ এক্সৰ প্ৰেছিডেণ্ট গুৱেন শ্বটৱেলে কৈছে, ভাৰতত এয়াৰটেলৰ সৈতে Starlinkয়ে চুক্তি কৰি কাম কৰাৰ বাবে আগবাঢ়িছে। এয়াৰটেল টিমৰ ভাৰতৰ টেলিকম চেক্টৰত বিশেষ ভূমিকা আছে, তেওঁলোকৰ সৈতে কাম কৰাটো আমাৰ সঠিক পদক্ষেপ বুলি আমি ভাৱিছো।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এলন মাস্কৰ মাজত সাম্প্ৰতিক বৈঠকৰ কেই সপ্তাহ পাছতেই এই চুক্তি হৈছে। মোদীয়ে তেওঁৰ মাৰ্কিন যাত্ৰাৰ সময়ত মাস্কৰ সৈতে দেখা কৰিছে। তাতেই তেওঁ উদ্ভাৱন, মহাকাশ অনুসন্ধান, কৃত্ৰিম বুদ্ধিমত্তা আৰু ছাচটেইনেবল ডেভেলপমেণ্টৰ বৃদ্ধিৰ বিষয়ে আলোচনা কৰিছে।

ভাৰতত Starlink-ৰ বাবে চেলেঞ্জ আৰু সুযোগ

এলন মাস্কে দীৰ্ঘদিন ধৰি ভাৰতত ষ্টাৰলিংক আনিবলৈ আগ্ৰহী হৈ আছিল। কিন্তু ৰেগুলেটৰি চেলেঞ্জ আৰু ৰিলায়েন্স জিঅৰ দৰে দেশীয় টেলিকম জায়ান্টৰ বিৰোধিতা আৰু অগ্ৰগতিৰ গতি কমাই দিছে। শেষত জিঅইয়ো আজি এয়াৰটেলৰ পাছতেই ষ্টাৰলিংকৰ সৈতে চুক্তি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
Next Post
৪৮ ঘণ্টা পাছতেই হোলিৰ দিনা গজকেশৰী যোগ, ৫ৰাশিৰ ধন ভাগ্য উজ্বলিব, কি কৈছে জ্যোতিষীয়ে?

৪৮ ঘণ্টা পাছতেই হোলিৰ দিনা গজকেশৰী যোগ, ৫ৰাশিৰ ধন ভাগ্য উজ্বলিব, কি কৈছে জ্যোতিষীয়ে?

সপোনত ভগৱান শ্ৰীকৃষ্ণক দেখিলে সেয়া কিহৰ ইংগিত? জানি থওক সবিশেষ

সপোনত ভগৱান শ্ৰীকৃষ্ণক দেখিলে সেয়া কিহৰ ইংগিত? জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.