• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯মাৰ্চত পৃথিৱীৰ মাটিত ভৰি দিব সুনীতাই, পৃথিৱীত ভৰি দিলেই শিশু হৈ পৰিব সুনীতা উইলিয়ামছ, কাৰণ কি?

১৯মাৰ্চত পৃথিৱীৰ মাটিত ভৰি দিব সুনীতাই, পৃথিৱীত ভৰি দিলেই শিশু হৈ পৰিব সুনীতা উইলিয়ামছ, কাৰণ কি?

2 years ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

3 minutes ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

15 minutes ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

39 minutes ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

1 hour ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

1 hour ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

3 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

5 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

5 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

6 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

7 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

8 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৯মাৰ্চত পৃথিৱীৰ মাটিত ভৰি দিব সুনীতাই, পৃথিৱীত ভৰি দিলেই শিশু হৈ পৰিব সুনীতা উইলিয়ামছ, কাৰণ কি?

১৯ মাৰ্চত পৃথিৱীৰ মাটিত ভৰি দিব সুনীতাই, পৃথিৱীত ভৰি দিলেই শিশু হৈ পৰিব সুনীতা উইলিয়ামছ, কাৰণ কি?

editor by editor
March 12, 2025 - Updated on March 17, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
১৯মাৰ্চত পৃথিৱীৰ মাটিত ভৰি দিব সুনীতাই, পৃথিৱীত ভৰি দিলেই শিশু হৈ পৰিব সুনীতা উইলিয়ামছ, কাৰণ কি?
0
SHARES
21.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰৰ লৰা ছোৱালী ঘৰলৈ আহি আছে। আজি উৰা মাৰিল সুনীতা আৰু বুচ উইলমোৰক পৃথিৱীলৈ উভতাই আনিবলৈ বিশেষ মহাকাশযান। প্ৰায় ১০ মাহ ধৰি মহাকাশত কটোৱাৰ পাছত দুজনেই আহি আছে পৃথিৱীলৈ। আগন্তুক ১৬ মাৰ্চত দুয়ো পৃথিৱীত উপস্থিত হব বুলি জনাইছে নাছাই। ২০২৪ চনৰ মাৰ্চ মাহৰ পৰাই বুচ উইলমোৰ আৰু সুনীতা উইলিয়ামছ মহাকাশৰ বাসিন্দা হৈ আছে।

পৃথিৱীলৈ উভতি অহাৰ পাছত সুনীতাহঁতৰ বাবে ৰৈ আছে কেইবাটাও ডাঙৰ প্ৰত্যাহ্বান। নিজৰ ভৰিত নিজে থিয় দিয়াটোৱেই তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। প্ৰাক্তন মহাকাশ বিজ্ঞানী লেৰছ ছিয়াওয়ে জনাইছে যে মহাকাশৰ পৰা সুনীতাই যেতিয়া পৃথিৱীৰ মাটিত ভৰি দিব তেতিয়া তেওঁলোকৰ ভৰিৰ খোজবোৰ হব নতুনকৈ জন্ম হোৱা এটা শিশুৰ দৰে।

ভৰিৰ তলুৱাৰ ডাঠ ছালখন আমাৰ দৰে হৈ থকা নাই সুনীতাহঁতৰ। ভৰিৰ পতাৰ ছাল একেবাৰে নৰম হৈ পৰিছে। সেয়ে তেওঁলোকে পৃথিৱীলৈ আহি খোজ কঢ়াত অসুবিধা হব। ইয়াতেই শেষ নহয় কাহিনী। ভৰিৰ পতাৰ বহু কোষেই তেওঁলোকৰ নিষ্ক্ৰিয় হৈ পৰিছ। সেইসমূহে পৃথিৱীৰ আকৰ্ষণী বলৰ প্ৰভাৱত লাহে লাহে সক্ৰিয় হৈ পৰিব।

নিজৰ সাক্ষাকাৰত সুনীতাই জনাইছে যে তেওঁ মহাকাশৰ সকলোবোৰেই মিচ কৰিব। তাতেই জীৱনৰ এক সুৰীয়া সময় কটাইছে সুনীতাই। জীৱনৰ এক অসাধাৰণ সময়। চকু খোলাৰ পৰা টোপনি যোৱালৈকে সকলোতেই মহাকাশে তেওঁক আদৰ সম্ভাষণ জনাই আছে। অটল অন্ধকাৰক এতিয়া অন্ধকাৰ যেন নালাগে সুনীতাৰ। এই অভিজ্ঞতাবোৰেই জীৱনৰ শেষদিন পৰ্যন্ত মনত ৰাখিব খোজে সুনীতাই।

এইবাৰ নতুন বছৰো সুনীতাই মহাকাশত কটাইছে। ইয়াৰোপৰি স্পেছৱাক কৰি নতুন ৰেকৰ্ড তৈয়াৰ কৰিছে। পৃথিৱীৰ মাটিলৈ আহি তেওঁলোকৰ জীৱনটো আকৌ এটা শিশুৰ দৰে নতুনকৈ আৰম্ভ হব তাৰবাবেও প্ৰস্তুত হৈছে সুনীতা। ইতিমধ্যেই সমগ্ৰ বিশ্ববাসী এতিয়া সাজু হৈছে সুনীতা উভতি অহা বিশেষ ক্ষণটোৰ বাবে। ১৯ মাৰ্চ পৃথিৱীৰ ইতিহাসত এক ঐতিহাসিক দিন হৈ ৰব বুলিও জনাইছে নাছাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

October 15, 2026
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
Next Post
কুমাৰীত্ব উঠিল নিলামত! ১৮ কোটিত কিনিলে হলীউডৰ এইজন নামী তাৰকাই, কোন এই ২২ বছৰীয়া যুৱতী?

কুমাৰীত্ব উঠিল নিলামত! ১৮ কোটিত কিনিলে হলীউডৰ এইজন নামী তাৰকাই, কোন এই ২২ বছৰীয়া যুৱতী?

কাৰাগাৰৰ ভিতৰতেই চৰম সুখ! মহিলা জেলকৰ্মীৰ সৈতে উদ্দাম যৌ*তা বন্দীৰ, কুকীৰ্তি কেনেকৈ আহিল পোহৰলৈ?

কাৰাগাৰৰ ভিতৰতেই চৰম সুখ! মহিলা জেলকৰ্মীৰ সৈতে উদ্দাম যৌ*তা বন্দীৰ, কুকীৰ্তি কেনেকৈ আহিল পোহৰলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.