• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুমাৰীত্ব উঠিল নিলামত! ১৮ কোটিত কিনিলে হলীউডৰ এইজন নামী তাৰকাই, কোন এই ২২ বছৰীয়া যুৱতী?

কুমাৰীত্ব উঠিল নিলামত! ১৮ কোটিত কিনিলে হলীউডৰ এইজন নামী তাৰকাই, কোন এই ২২ বছৰীয়া যুৱতী?

11 months ago
শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

8 hours ago
ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

8 hours ago
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

9 hours ago
বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

9 hours ago
কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

10 hours ago
সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

11 hours ago
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

12 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

২০২৬ৰ দ্বিতীয় মাহত সূৰ্যৰ-চন্দ্ৰৰ বিশেষ যোগ, ধনসুখ আহিব এই ৫ৰাশিৰ জীৱনত

14 hours ago
২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

২৮ জানুৱাৰীৰ পৰা খুলিব ৩ৰাশিৰ ভাগ্য, শুক্ৰ-শনিৰ অৰ্ধকেন্দ্ৰ যোগে দূৰ কৰিব অৰ্থকষ্ট

14 hours ago
কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ শুক্লা চতুৰ্থীত ৪গ্ৰহৰ কামাল, বৰিয়ান যোগত বিপুল লাভ কন্যাসহ আৰু কাৰ কাৰ?

1 day ago
মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

মোৰ স্বামীয়ে মোক আৰু মহাকাশত এৰি নিদিয়ে… সুদীৰ্ঘ ২৭ বছৰীয়া কৰ্মজীৱনৰ শেষত অৱসৰ সুনীতা উইলিয়ামছৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুমাৰীত্ব উঠিল নিলামত! ১৮ কোটিত কিনিলে হলীউডৰ এইজন নামী তাৰকাই, কোন এই ২২ বছৰীয়া যুৱতী?

কুমাৰীত্ব উঠিল নিলামত! ১৮ কোটিত কিনিলে হলীউডৰ এইজন নামী তাৰকাই, কোন এই ২২ বছৰীয়া যুৱতী?

editor by editor
March 12, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কুমাৰীত্ব উঠিল নিলামত! ১৮ কোটিত কিনিলে হলীউডৰ এইজন নামী তাৰকাই, কোন এই ২২ বছৰীয়া যুৱতী?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিতৰ্কিত যদিও সাহসী পদক্ষেপ। ২২ বছৰ বয়সীয়া মানচেষ্টাৰৰ তৰুণীয়ে অনলাইনত তেওঁৰ কুমাৰীত্ব নিলাম কৰি বিশ্বজুৰি খবৰৰ শিৰোনামত উঠিছে। শেষ পৰ্যন্ত ১৮ কোটি টকাত বিক্ৰি হৈছে তৰুণীৰ সম্ভ্ৰ্ম। এটা এছকৰ্ট এজেন্সিৰ প্লেটফৰ্মত আয়োজিত এই নিলামত ভাগ লৈছে ৰাজনীতিবিদ, ব্যৱসায়ী আৰু ছেলিব্ৰিটিসহ বিভিন্ন শক্তিশালী ব্যক্তিত্বৰ গৰাকীয়ে। শেষ পৰ্যন্ত হলীউডৰ এজন নামী তাৰকা এই নিলামত জয়ী হৈছে।

সংবাদমাধ্যম মিৰৰৰ প্ৰতিবেদন অনুসৰি ধৰ্মীয় আদৰ্শৰ মাজত ডাঙৰ হোৱা সেই তৰুণীয়ে তেওঁৰ সিদ্ধান্তৰ বাবে কোনো অনুশোচনা নাই বুলিও জনাইছে। নিজৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰিবলৈ এই পদক্ষেপ বুলি ব্যাখ্যা কৰিছে সেই তৰুণীয়ে। তেওঁ কয়, ‘মই মুঠেও অনুতপ্ত নহয়। বহু কন্যাই তেওঁলোকৰ কুমাৰীত্ব হেৰুৱাই কিন্তু বিনিময়ত একো নাপায়। অন্তত মই মোৰ ভবিষ্যৎ নিশ্চিত কৰিছো।’

নিলামৰ মাধ্যেমেৰে সকলোৰে মনোযোগো আকৰ্ষণ কৰিছে তেওঁ। সমাজৰ ধনী ব্যক্তিসকলেই সেই নিলাময় অংশ লৈছিল। তৰুণীয়ে জনাইছে যে আগ্ৰহীসকলৰ মাজত বিশিষ্ট ৰাজনীতিবিদ আৰু ব্যৱসায়ীও আছিল। চুক্তি চূড়ান্ত হোৱাৰ পাছতেই ক্ৰেতাৰ উপস্থিতিত তেওঁ কুমাৰীত্ব নিশ্চিত কৰাৰ বাবে এটা মেডিকেল পৰীক্ষাও কৰাইছিল। সমগ্ৰ প্ৰক্ৰিয়াটোৰ গোপনীয়তা বজায় ৰখা হৈছিল। হলিউডৰ এক শীৰ্ষস্থানীয় অভিনেতাৰ ওচৰত তেওঁৰ কুমাৰীত্ব নিলাম কৰাৰ পাছতেই সেই তৰুণীয়ে তেওঁৰ বিতৰ্কিত সিদ্ধান্তৰ বাখ্যা দিছে। ব্ৰিটিছ যুৱতীগৰাকীয়ে কয়, ‘মই সুখী যে মই এনে সিদ্ধান্ত লবলৈ সাহস কৰিছো। কাৰণ মই এগৰাকী ব্যক্তি হিচাপে নিজৰ চিন্তাকো যুক্তিসংগত বুলি ভাৱিছো। মোৰ কুমাৰীত্ব হেৰুওৱাৰ সম্ভাৱনা এনে এক ব্যক্তিৰ পৰাই আছিল যিয়ে মোক ভৱিষ্যতে এনেও বিয়া নকৰায়। সেয়ে তেনে মানুহক মই কোনো মূল্য দিব লাগে নাভাৱো।’

যি অভিনেতাই সেই তৰুণীৰ কুমাৰীত্ব নিলামত কিনিছে তেওঁ জেফ্ৰি এপষ্টাইনৰ ব্যক্তিগত দ্বীপলৈকো গৈছিল। ধনী অভিনেতাৰ সৈতে নিশা কটোৱাৰ পাছত সেই তৰুণীয়ে এতিয়া ছুগাৰ বেবি লাইফষ্টাইল গ্ৰহণ কৰাৰো পৰিকল্পনা কৰা বুলি জনাইছে। তেওঁ এনে কাৰোবাক বিচাৰিছে যিয়ে প্ৰতিমাহে ৩০ হাজাৰ পাউণ্ড দিব। তেনে সংগীক বাচি লব তৰুণীয়ে।

তৰুণীৰ এই সিদ্ধান্তৰ ফলত যুৱতীগৰাকীৰ কুমাৰীত্বৰ ব্যৱসায় আৰু সামাজিক দৃষ্টিভংগীৰ পৰিবৰ্তনক লৈ ব্যাপক বিতৰ্কৰো জন্ম হৈছে। কুমাৰীত্বক দীৰ্ঘদিন ধৰি পবিত্ৰতাৰ প্ৰতীক হিচাপে চাই অহা হৈছে। বিশেষকৈ ৰক্ষণশীল সংস্কৃতিত। সেই তৰুণীৰ গল্পই এই প্ৰৱণতাক প্ৰতিফলিত কৰিছে যত ব্যক্তিগত পছন্দসমূহ আৰ্থিক বিবেচনাৰ দ্বাৰা প্ৰভাৱিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ
জীৱনশৈলী

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

January 22, 2026
ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?
জীৱনশৈলী

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

January 22, 2026
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো
জীৱনশৈলী

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

January 22, 2026
বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ
জীৱনশৈলী

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

January 22, 2026
Next Post
কাৰাগাৰৰ ভিতৰতেই চৰম সুখ! মহিলা জেলকৰ্মীৰ সৈতে উদ্দাম যৌ*তা বন্দীৰ, কুকীৰ্তি কেনেকৈ আহিল পোহৰলৈ?

কাৰাগাৰৰ ভিতৰতেই চৰম সুখ! মহিলা জেলকৰ্মীৰ সৈতে উদ্দাম যৌ*তা বন্দীৰ, কুকীৰ্তি কেনেকৈ আহিল পোহৰলৈ?

এয়াৰটেলৰ গ্ৰাহক যদি ভাল খবৰ আছে আপোনালৈ! পাহাৰ, নদী, প্ৰান্তীয় এলেকা সকলোতে ৰকেট গতিত চলিব ইণ্টাৰনেট, এয়াৰটেলৰ সৈতে চুক্তি এলন মাস্কৰ ষ্টাৰলিংকৰ

এয়াৰটেলৰ গ্ৰাহক যদি ভাল খবৰ আছে আপোনালৈ! পাহাৰ, নদী, প্ৰান্তীয় এলেকা সকলোতে ৰকেট গতিত চলিব ইণ্টাৰনেট, এয়াৰটেলৰ সৈতে চুক্তি এলন মাস্কৰ ষ্টাৰলিংকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.