• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাগাৰৰ ভিতৰতেই চৰম সুখ! মহিলা জেলকৰ্মীৰ সৈতে উদ্দাম যৌ*তা বন্দীৰ, কুকীৰ্তি কেনেকৈ আহিল পোহৰলৈ?

কাৰাগাৰৰ ভিতৰতেই চৰম সুখ! মহিলা জেলকৰ্মীৰ সৈতে উদ্দাম যৌ*তা বন্দীৰ, কুকীৰ্তি কেনেকৈ আহিল পোহৰলৈ?

2 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

6 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

6 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

7 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

7 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

8 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

8 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

9 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

10 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

11 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

11 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

13 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাৰাগাৰৰ ভিতৰতেই চৰম সুখ! মহিলা জেলকৰ্মীৰ সৈতে উদ্দাম যৌ*তা বন্দীৰ, কুকীৰ্তি কেনেকৈ আহিল পোহৰলৈ?

কাৰাগাৰৰ ভিতৰতেই চৰম সুখ! মহিলা জেলকৰ্মীৰ সৈতে উদ্দাম যৌ*তা বন্দীৰ, কুকীৰ্তি কেনেকৈ আহিল পোহৰলৈ?

editor by editor
March 12, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
কাৰাগাৰৰ ভিতৰতেই চৰম সুখ! মহিলা জেলকৰ্মীৰ সৈতে উদ্দাম যৌ*তা বন্দীৰ, কুকীৰ্তি কেনেকৈ আহিল পোহৰলৈ?
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা হলেই উত্তেজনা বাঢ়ে। জেলৰ ভিতৰতে চৰম সুখৰ বাবে ছটফটাই থাকে অপৰাধীসকল। শাস্তিৰ কথা পাহৰি, যৌন চাহিদা পূৰাবলৈ উন্মুখ হৈ থাকে। কাৰাগাৰৰ ভিতৰত মহিলা ৰক্ষীসকলৰ সৈতেই উদ্দাম যৌনতাক শান্ত কৰে বন্দীয়ে। কাৰাগাৰৰ অন্ধকাৰ কোঠৰিৰ কথা পোহৰলৈ অহাৰ পাছতেই আৰম্ভ হৈছে চৰ্চা। সূত্ৰটোৰ দাবী যে একাধিক কাৰাগাৰত একেই কাহিনী। যি কাহিনী যুগে যুগে চলি আহিছে অপৰাধী আৰু কাৰাগাৰৰক্ষীৰ মাজত। অৱশেষত পোহৰলৈ আহিছে সেই কুকীৰ্তি।

আন্তৰ্জাতিক সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি ব্ৰিটেইনৰ কেইবা দশক পুৰণি মহিলা কাৰাগাৰৰক্ষীয়ে পোহৰলৈ আনিছে এই ঘটনা। বিগত ৪ বছৰত ৪০তকৈ বেছি মহিলা ৰক্ষীক ইয়াৰবাবেই চাকৰিৰ পৰা বৰ্খাস্তও কৰা হৈছে। দেশৰ নিৰাপত্তা ব্যৱস্থালৈকো প্ৰশ্ন উঠাইছে এই কাৰ্যই। কেইবা বছৰত কাৰাগাৰৰ ভিতৰত অপৰাধমূলক কাৰ্যৰ হাৰো বৃদ্ধি পাইছে বুলি জনাইছে আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ ৰিপৰ্টত।

কাৰাবন্দীৰ সৈতে যৌনতাত লিপ্ত হোৱাৰ অভিযোগ প্ৰমাণিত হোৱাৰ পাছতেই ২৬ বছৰীয়া জেলৰক্ষী কেটি ইভানছক ২১ মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছে। তদন্তত জনা গৈছে যে চুৰিৰ দায়ত দোষী সাব্যস্ত এগৰাকী অপৰাধীক ১৪০ বাৰ ফোন কৰি টকা অন্য বেংকলৈ পঠিওৱাত তেওঁ সহায় কৰি আহিছিল।

কেৱল কেটিয়েই নহয় আৰু একাধিক এনে মহিলা জেলকৰ্মী আছে। বন্দীসকলৰ পোছাকৰ বিশেষ স্থান তেওঁলোকে চিঙি দিছিল। জেলৰ কৰিডৰতেই মনে মনে যৌনতাত লিপ্ত হৈ ওলাই আহিছিল এইসকল কৰ্মী। একাধিক বন্দীয়ে আকৌ বন্দীৰ সৈতেই সম্পৰ্ক গঢ়িছিল। সেই সুযোগ দিছিল মহিলা ৰক্ষীসকলেই। যৌনতাৰ বাবে বন্দীসকলৰ পৰা হাজাৰ হাজাৰ টকা লৈছিল মহিলাৰক্ষীসকলে। বিষয়টো প্ৰকাশিত হোৱাৰ পাছতেই ৪০ মহিলা ৰক্ষীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
Next Post
এয়াৰটেলৰ গ্ৰাহক যদি ভাল খবৰ আছে আপোনালৈ! পাহাৰ, নদী, প্ৰান্তীয় এলেকা সকলোতে ৰকেট গতিত চলিব ইণ্টাৰনেট, এয়াৰটেলৰ সৈতে চুক্তি এলন মাস্কৰ ষ্টাৰলিংকৰ

এয়াৰটেলৰ গ্ৰাহক যদি ভাল খবৰ আছে আপোনালৈ! পাহাৰ, নদী, প্ৰান্তীয় এলেকা সকলোতে ৰকেট গতিত চলিব ইণ্টাৰনেট, এয়াৰটেলৰ সৈতে চুক্তি এলন মাস্কৰ ষ্টাৰলিংকৰ

৪৮ ঘণ্টা পাছতেই হোলিৰ দিনা গজকেশৰী যোগ, ৫ৰাশিৰ ধন ভাগ্য উজ্বলিব, কি কৈছে জ্যোতিষীয়ে?

৪৮ ঘণ্টা পাছতেই হোলিৰ দিনা গজকেশৰী যোগ, ৫ৰাশিৰ ধন ভাগ্য উজ্বলিব, কি কৈছে জ্যোতিষীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.