• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

2 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

3 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

4 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

5 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

6 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

7 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

8 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

9 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?

editor by editor
June 16, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা, স্বাস্থ্য
0
চিকিৎসকে গৰ্ভধাৰণৰ ক্ষমতা নাই কৈছিল, চিকিৎসকৰ বাণী কেনেকৈ মিছা প্ৰমাণিত কৰিলে নীতা আম্বানীয়ে?
0
SHARES
24.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীৰ অন্যতম ধনী ব্যক্তিৰ তেওঁ পত্নী৷ কেৱল ধনী ব্যক্তিৰ পত্নীয়েই তেওঁৰ পৰিচয় নহয়৷ তেওঁ এগৰাকী নৃত্য বিশাৰদ হোৱাৰ ওপৰিও এগৰাকী ব্যৱসায়ী৷ আমি ক’ব বিচাৰিছো নীতা আম্বানীৰ কথা৷ ধনী ব্যক্তিৰ পত্নী হ’লেও নীতাৰ জীৱনো খুব এটা মসৃণ নহয়৷ অন্য ১০০ গৰাকী নাৰীৰ দৰেই তেওঁৱো ভূগিব লগা হৈছে বহু জ্বালা-যন্ত্ৰণা৷ বিবাহৰ পাছত যেতিয়া নীতা মাতৃ হ’ব পৰা নাছিল তেতিয়াই তেওঁক চিকিৎসকে স্পষ্টকৈ জনাই দিছিল যে তেওঁ স্বাভাৱিকভাৱে মাতৃ হ’ব নোৱাৰিব৷ চিকিৎসকে কোৱা এই কথাত সৰগ ভাঙি পৰিছিল নীতাৰ মূৰত৷

নীতাৰ বয়স তেতিয়া মাত্ৰ ২৩ বছৰ৷ সাক্ষাৎকাৰত তেওঁ নিজেই জনাইছিল যে, সেই সময়ত তেওঁৰ মূৰত আকাশ ভাঙি পৰিছিল৷ মনোকষ্টত ভূগিছিল নীতা৷ কিন্তু সেই যুদ্ধ জয় কৰি নীতা আজি তিনি সন্তানৰ মাতৃ৷ কেনেকৈ এয়া সম্ভৱ হৈ উঠিল? চিকিৎসকক কেনেকৈ ভুল প্ৰমাণিত কৰিলে নীতা-মুকেশে?

ইশা আৰু আকাশ নীতাৰ যমজ সন্তান৷ ঈশা আৰু আকাশক নীতাই আইভিএফ অৰ্থাৎ Vitro Fertilization পদ্ধতিৰে জন্ম দিছিল৷ ১৯৯১ চনত আইভিএফ কিন্তু মুখৰ কথা নহয়৷ সেই সময়ত আইভিএফৰ প্ৰচলন দেশত বেছিকৈ নাছিল৷ কিন্তু সেই সময়ত কেনেকৈ এই পন্থা ল’লে নীতা-মুকেশে? আকাশ-ঈশাৰ জন্মও এক আখ্যান৷ নীতাই এই সন্দৰ্ভত কয়,‘আমি দুয়ো মাৰ্কিন যুক্তৰাষ্ট্ৰত আছিলো৷ মই তেতিয়া অন্তঃসত্ত্বা৷ মাজে মাজে ভাৰতলৈ আহি থাকে৷ মই তাতেই আছিলো৷ এবাৰ মুকেশ আমেৰিকালৈ উভতি যাওঁতেই চিকিৎসকক লগ পৰে৷ মোৰ শাহু কোকিলাবেন আম্বানীয়ে আমাৰ চিকিৎসক ডাক্তৰ ফিৰোজাক লগ পৰে৷ তাৰ কেইদিনমান পাছতেই আমাৰ দুটাকৈ সন্তান জন্ম হয়৷ মই সন্তান জন্ম দিয়া দিনাখনো মুকেশ আৰু শাহু ফ্লাইটতেই আছিল৷ সেয়ে আমাৰ যমজ সন্তান দুটিৰ নাম আকাশ আৰু ঈশা ৰখা হ’ল৷ ঈশাৰ অৰ্থ হৈছে পাহাৰৰ দেবী আৰু আকাশতেই জন্মৰ খবৰ লাভ কৰাৰ বাবে লৰাটোৰ নাম আকাশ ৰখা হৈছিল৷’

আকাশ আৰু ঈশাৰ মাতৃ হোৱাৰ পাছতেই নীতাই অনন্তৰ জন্ম স্বাভাৱিকভাৱে দিয়ে৷ সেই অনন্তৰেই বিয়া৷ জুলাইৰ ১২ তাৰিখে বিবাহপাশত আৱদ্ধ হ’ব নীতাৰ সৰু পুত্ৰ অনন্ত আম্বানী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?
জীৱনশৈলী

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
Next Post
ডিঙিলৈকে ঋণ, দেশজুৰি স্তব্ধ হ’ব ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম!

পিতৃ কমিউনিষ্ট, সংগীও পৰকীয়া প্ৰেমত যুক্ত হৈ ভাঙিলে সংসাৰ, বাওঁপন্থীৰ সন্তান জৰ্জিয়াৰ কেনেকৈ বন্ধু হ’ল নৰেন্দ্ৰ মোদী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন