• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাশিৱৰাত্ৰিৰ দিনা কেতিয়া কৰিব জলাভিষেক আৰু ৰুদ্ৰভিষেক, জানক সঠিক সময়

1 year ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

2 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

3 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

4 hours ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

5 hours ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

6 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাশিৱৰাত্ৰিৰ দিনা কেতিয়া কৰিব জলাভিষেক আৰু ৰুদ্ৰভিষেক, জানক সঠিক সময়

editor by editor
February 26, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
মহাশিৱৰাত্ৰিৰ দিনা কেতিয়া কৰিব জলাভিষেক আৰু ৰুদ্ৰভিষেক, জানক সঠিক সময়
0
SHARES
234
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাশিৱৰাত্ৰিৰ দিনা কেতিয়া কৰিব জলাভিষেক আৰু ৰুদ্ৰভিষেক, জানক সঠিক সময়

প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। এইবাৰ ২৬ ফেব্ৰুৱাৰীৰ পুৱা ১১.০৮ বজাৰ পৰা আৰম্ভ হৈ ২৭ ফেব্ৰুৱাৰীৰ পুৱা ০৮.৫৪ বজালৈকে চলিব মহাশিৱৰাত্ৰিৰ যোগ।

এই দিনটোত জলাভিষেক, দুধভিষেক, ৰুদ্ৰভিষেক আৰু পূজা সকলো ভক্তৰ বাবে অতি শুভ আৰু উপকাৰী বুলি মান্যতা আছে। বিশ্বাস কৰা হয় যে ভগৱান শিৱ ৰুদ্ৰভিষেক কৰিলে অতিশয় সন্তুষ্ট হয়। ৰুদ্ৰভিষেকে এজন ব্যক্তিক মৃত্যুৰ কবলৰ পৰা ঘূৰাই আনে বুলি বিশ্বাস কৰা হয়।

পাছে কেতিয়া কৰিব জলাভিষেক! আজি ২৬ ফেব্ৰুৱাৰীৰ পুৱা ১১.০৩ বজাৰ পৰা নিশা ১০.১৭ বজালৈ আৰম্ভ হৈছে ভদ্ৰকাল। শাস্ত্ৰ অনুযায়ী ভদ্ৰকালত শুভ কাম নিষিদ্ধ, কিন্তু ভদ্ৰৰ কোনো প্ৰভাৱ ভগৱান শিৱৰ পূজাৰ ওপৰত নহয়। এনে পৰিস্থিতিত ফাগুন মাহৰ কৃষ্ণ পক্ষ চতুৰ্দশী তিথিৰ আৰম্ভণিৰ লগে লগে শিৱলিংগত যিকোনো সময়তে জলাভিষেক কৰিব পাৰে।

ৰুদ্ৰভিষেকৰ বাবে শুভ সময়- হিন্দু পঞ্জিকা অনুসৰি ২৬ ফেব্ৰুৱাৰীৰ পুৱা ১১.০৮ বজাৰ পৰা শ্ৰৱণ নক্ষত্ৰৰ সৈতে জলাভিষেকৰ শুভ সময় আৰম্ভ হ’ব আৰু ২৭ ফেব্ৰুৱাৰীৰ পুৱা ০৮.৫৪ বজালৈকে বিয়লি ০৫.২৩ বজাৰ পৰা ধনষ্ঠা নক্ষত্ৰ আৰম্ভ হোৱাৰ পিছত চলিব।

ইয়াৰ উপৰিও শত্ৰুনাশ পৰিঘা যোগ আৰু শুভ চৌঘাদিয়াত পুৱা ১১.০৮ বজাৰ পৰা মহাশিৱৰাত্ৰিত ৰুদ্ৰভিষেক কৰিব পাৰিব। হিন্দু ধৰ্মীয় গ্ৰন্থ অনুসৰি মহাশিৱৰাত্ৰিক নিশিথকাল উৎসৱ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত আজিৰ দিনটোত প্ৰদোষ কালৰ সময়ত ভগৱান শিৱক পূজা কৰিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: JalaBhishekMahadevaMahsivratriRudraVishekSiva Puja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা
জীৱনশৈলী

March 29, 2026
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো
জীৱনশৈলী

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
Next Post
অতিকে শোকাৱহ, সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত, সৈন্যসহ বহুকেইগৰাকীয়ে হেৰুৱালে প্ৰাণ

পুৱাই পুৱাই এইখন মুছলিম দেশত ভয়ংকৰ ভূমিকম্প, ৬.১ প্ৰাবল্যই জোকাৰি যায় দেশখনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন