• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই পুৱাই এইখন মুছলিম দেশত ভয়ংকৰ ভূমিকম্প, ৬.১ প্ৰাবল্যই জোকাৰি যায় দেশখনক

পুৱাই পুৱাই এইখন মুছলিম দেশত ভয়ংকৰ ভূমিকম্প, ৬.১ প্ৰাবল্যই জোকাৰি যায় দেশখনক

1 year ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

21 minutes ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

10 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

10 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

11 hours ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

11 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

12 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

13 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

13 hours ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

13 hours ago
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

15 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

15 hours ago
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৱাই পুৱাই এইখন মুছলিম দেশত ভয়ংকৰ ভূমিকম্প, ৬.১ প্ৰাবল্যই জোকাৰি যায় দেশখনক

editor by editor
February 26, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
পুৱাই পুৱাই এইখন মুছলিম দেশত ভয়ংকৰ ভূমিকম্প, ৬.১ প্ৰাবল্যই জোকাৰি যায় দেশখনক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাই পুৱাই এইখন মুছলিম দেশত ভয়ংকৰ ভূমিকম্প, ৬.১ প্ৰাবল্যই জোকাৰি যায় দেশখনক

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে (USGS) সদৰি কৰা তথ্য অনুসৰি আজি ২৬ ফেব্ৰুৱাৰীৰ পুৱাই এক প্ৰৱল ভূমিকম্পই জোকাৰি যায় ইণ্ডোনেছিয়া দেশ। এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য ৬.১।

প্ৰকাশিত তথ্য অনুসৰি দেশখনৰ উত্তৰ চুলাৱেছি প্ৰদেশৰ উপকূলত আজি ৬.১ প্ৰাবল্যৰ ভূমিকম্প আহে। বৰ্তমান এই ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ কোনো তথ্য পোহৰলৈ অহা নাই।

স্থানীয় সময় অনুসৰি আজি পুৱা ৬:৫৫ বজাত সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্প। ইণ্ডোনেছিয়াৰ বতৰ বিজ্ঞান সংস্থাই এই কথা নিশ্চিত কৰিছে। ভূমিকম্পটোৰ ফলত চুনামীৰ কোনো আশংকা নাই বুলিও সদৰি বতৰ বিজ্ঞান কেন্দ্ৰটোৰ।

উল্লেখ্য যে, ইণ্ডোনেছিয়া হৈছে প্ৰশান্ত মহাসাগৰৰ “ৰিং অৱ ফায়াৰ”ত অৱস্থিত এটা বৃহৎ দ্বীপপুঞ্জ। এইটো এটা অতি সক্ৰিয় ভূমিকম্পীয় বেল্ট, য’ত টেকটনিক প্লেটবোৰ নিয়মিতভাৱে সংঘৰ্ষ হয়, যাৰ ফলত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটে।

পূৰ্বে কেইবাবাৰো ডাঙৰ ডাঙৰ ভূমিকম্পই জোকাৰি গৈছে দেশখন-
২০২১ চনৰ জানুৱাৰী মাহত চুলাৱেছিত ৬.২ প্ৰাবল্যৰ ভূমিকম্পত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছিল।

২০১৮: চুলাৱেছিৰ পালুত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প আৰু ছুনামীৰ ফলত ২২০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।

২০০৪ চনত আচে প্ৰদেশত ৯.১ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এক বৃহৎ চুনামীৰ সৃষ্টি হৈছিল আৰু কেৱল ইণ্ডোনেছিয়াতে ১ লাখ ৭০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছিল।

শেহতীয়া ভূমিকম্পৰ ফলত দেশখনত কোনো ডাঙৰ ক্ষতি হোৱা নাই যদিও ইণ্ডোনেছিয়াৰ কৰ্তৃপক্ষই এই ঘটনাসমূহৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে। ভূমিকম্প প্ৰভাৱিত অঞ্চলৰ বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আৰু ঘৰুৱা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা সুৰক্ষাৰ নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: earthquakeEarthquake JoltsindonesiaIndonesia Earthquake
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?
অসম

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

May 4, 2026
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়
জীৱনশৈলী

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

May 3, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

May 3, 2026
Next Post
সম্পৰ্কীয় ককায়েকৰ কু কাণ্ডত আই চি ইউ পালেগৈ ৩ বছৰীয়া কনমানি, ঘটনা শুনি হতবাক আৰক্ষী

সম্পৰ্কীয় ককায়েকৰ কু কাণ্ডত আই চি ইউ পালেগৈ ৩ বছৰীয়া কনমানি, ঘটনা শুনি হতবাক আৰক্ষী

গুগলে বন্ধ কৰিব জি-মেইলৰ সুৰক্ষা চাৰ্ভিছ, কাৰণ…

গুগলে বন্ধ কৰিব জি-মেইলৰ সুৰক্ষা চাৰ্ভিছ, কাৰণ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.