• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত, সৈন্যসহ বহুকেইগৰাকীয়ে হেৰুৱালে প্ৰাণ

অতিকে শোকাৱহ, সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত, সৈন্যসহ বহুকেইগৰাকীয়ে হেৰুৱালে প্ৰাণ

2 years ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

15 minutes ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

31 minutes ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

58 minutes ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

2 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

2 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

3 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

4 hours ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

13 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

13 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

14 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

14 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অতিকে শোকাৱহ, সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত, সৈন্যসহ বহুকেইগৰাকীয়ে হেৰুৱালে প্ৰাণ

editor by editor
February 26, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
অতিকে শোকাৱহ, সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত, সৈন্যসহ বহুকেইগৰাকীয়ে হেৰুৱালে প্ৰাণ
0
SHARES
498
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত, সৈন্যসহ বহুকেইগৰাকীয়ে হেৰুৱালে প্ৰাণ

উত্তৰ আফ্ৰিকাৰ দেশ চুডানৰ ৰাজধানী খাৰ্টুমৰ উপকণ্ঠ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন সামৰিক বিমান। এই বিমান দুৰ্ঘটনাত বহু কেইগৰাকী বিষয়া আৰু সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

মঙলবাৰে সন্ধিয়া দেশখনৰ সামৰিক বাহিনীৰ ফালৰ পৰা প্ৰকাশিত এক বিবৃতিত জানিব পৰা যায় যে, বিমানখন বিমানবন্দৰৰ পৰা উৰা মৰাৰ সময়তে দুৰ্ঘটনাত পতিত। যাৰ ফলতেই বিমানখত থকা সৈন্য আৰু সাধাৰণ নাগৰিকৰ মৃত্যু হয়। লগতে বহু লোক আহত হৈছে।

আহতসকলক নিশাই ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে দুৰ্ঘটনাস্থলীত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

আনহাতে জানিব পৰা মতে, এই দুৰ্ঘটনাৰ কাৰণ বিমান খনৰ কাৰিকৰী বিজুতি। যাৰ ফলতেই উৰা মৰাৰ পাছতেই দুৰ্ঘটনাত পতিত বিমানখন।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চলত বহু ঘৰৰ ক্ষতিসাধন হৈছে। উত্তৰ ওমদুৰমানৰ বাসিন্দাসকলে জনোৱা মতে, বিমান দুৰ্ঘটনাৰ ফলত এক বৃহৎ বিস্ফোৰণ ঘটে, যাৰ ফলত ওচৰৰ কেইবাটাও অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হযৈ পৰে।

এই দুৰ্ঘটনাটোৰ ফলত বৰ্তমানলৈ কিমান লোকে প্ৰাণ হেৰুৱাইছে সেই বিষয়ে কোনো সঠিত তথ্য প্ৰকাশ পোৱা নাই, যদিও প্ৰাথমিক তদন্তত ঘটনাস্থলীতে ১০ৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি সদৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: North AfricaPlane CrashSudan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম
জীৱনশৈলী

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

September 19, 2026
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি
অসম

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

September 19, 2026
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য
জীৱনশৈলী

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

September 19, 2026
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ
জীৱনশৈলী

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

September 19, 2026
Next Post
পুৱাই পুৱাই এইখন মুছলিম দেশত ভয়ংকৰ ভূমিকম্প, ৬.১ প্ৰাবল্যই জোকাৰি যায় দেশখনক

পুৱাই পুৱাই এইখন মুছলিম দেশত ভয়ংকৰ ভূমিকম্প, ৬.১ প্ৰাবল্যই জোকাৰি যায় দেশখনক

সম্পৰ্কীয় ককায়েকৰ কু কাণ্ডত আই চি ইউ পালেগৈ ৩ বছৰীয়া কনমানি, ঘটনা শুনি হতবাক আৰক্ষী

সম্পৰ্কীয় ককায়েকৰ কু কাণ্ডত আই চি ইউ পালেগৈ ৩ বছৰীয়া কনমানি, ঘটনা শুনি হতবাক আৰক্ষী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.