• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

4 months ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

37 minutes ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

58 minutes ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

2 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

2 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

2 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

3 hours ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

4 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

5 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

5 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

6 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

6 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী

editor by editor
December 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নিশাৰ আকাশত সপ্তৰ্ষি মণ্ডল দেখিছেনে? এই ৭ ঋষি কোন কোন? জানি থওক ৭ ঋষিৰ কাহিনী
0
SHARES
396
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰাচীন কালৰে পৰাই সাত ঋষিৰ কথা আলোচিত হৈছে নানান শাস্ত্ৰত৷ পুৰাণ অনুসৰি সপ্তৰ্ষিৰ ওপৰত ভৰ কৰিয়েই চলি আছে সনাতন ধৰ্ম, এওঁলোকৰ ওপৰতেই আছে বিশ্বব্ৰহ্মাণ্ড ৰক্ষা কৰাৰ দায়িত্ব৷ স্বয়ং প্ৰজাপতি ব্ৰহ্মাৰ মনৰ পৰা এই সাত ঋষিৰ উৎপত্তি৷ জ্ঞান, বিজ্ঞান, ধৰ্ম, জ্যোতিষ আৰু যোগৰ সৰ্বোচ্চ স্তৰত এইসমূহে অৱস্থান কৰে৷ জানি থওক সাত ঋষি সম্পৰ্কে আৰু তেওঁলোকৰ নামেৰে নামাঙ্কিত আকাশৰ সাত তৰাৰ কাহিনী৷

এই সপ্ত ঋষি কি কি?

প্ৰাচীন কালৰ সৰ্বশাস্ত্ৰজ্ঞ মহাপণ্ডিত সাত ঋষিক একেলগে সপ্তৰ্ষি বুলি কোৱা হয়৷ বিশ্বব্ৰহ্মাণ্ডৰ ভাৰসাম্য বজায় ৰখা আৰু মানৱ সভ্যতাক সঠিক পথত চালনা কৰাই সাত ঋষিৰ দায়িত্ব৷ ধাৰণা কৰা হয় যে এই সাত ঋষিয়ে আজিও তেওঁলোকৰ কৰ্মত লিপ্ত হৈ আছে৷ দেহত্যাগৰ পাছত এওঁলোকে আকাশত জ্যোতিষ্ক হৈ পৰে বুলি ধৰ্মীয় বিশ্বাস৷ সেই কাৰণতে সপ্তৰ্ষি মণ্ডল এওঁলোকৰ নামেৰে নামাঙ্কিত৷ নিশাৰ আকাশত দেখা যায় এই সাত তৰাৰ এই সমষ্টিক৷

সাত ঋষিৰ নাম

বেদত উল্লেখিত এই সাত ঋষিৰ নাম হৈছে ঋষি কাশ্যপ, ঋষি অত্ৰি, ঋষি ভৰদ্বাজ, ঋষি বিশ্বামিত্ৰ, ঋষি গৌতম, ঋষি জমদগ্নি আৰু ঋষি বশিষ্ঠ৷ বৈদিক ধৰ্মক এই সাত ঋষিয়েই ৰক্ষা কৰি চলিছে বুলি ধাৰণা কৰা হয়৷

সপ্তৰ্ষিৰ পৰিচয়

ঋষি কাশ্যপ

সপ্ত ঋষিৰ প্ৰথম ঋষি কাশ্যপৰ ১৭গৰাকী পত্নী আছিল৷ অন্যতম পত্নী অদিতিৰ পৰা জন্ম হৈছিল সকলো দেৱতাৰ৷ আৰু এগৰাকী পত্নী দিতিৰ পৰা জন্ম হৈছিল ৰাক্ষসকূলৰ৷ কাশ্যপৰ অন্য সকলো পত্নীৰ পৰাই সকলো প্ৰাণীকূলৰ জন্ম হোৱা বুলি ধাৰণা কৰা হয়৷ কাশ্যপ হৈছে ব্ৰহ্মাৰ মানস পুত্ৰ মাৰিচিৰ পুত্ৰ৷ মহাপণ্ডিত এই ঋষিৰ শিষ্যসকলে বিশ্ব-ব্ৰহ্মাণ্ড সৃষ্টিৰ কাম আগুৱাই লৈ যায় বুলি প্ৰচলিত বিশ্বাস৷

ঋষি অত্ৰি

সত্যযুগত ব্ৰহ্মাৰ ১০ পুত্ৰৰ অন্যতম হৈছে ঋষি অত্ৰি৷ তেওঁৰ পত্নী আছিল অনসূয়া৷ ত্ৰেতাযুগত অত্ৰিৰ আশ্ৰমতেই বনবাসকালত ৰাম, সীতা আৰু লক্ষ্মণে আশ্ৰয় লৈছিল৷ অত্ৰিৰ পুত্ৰ হৈছে দত্তাত্ৰেয়৷ পৌৰাণিক ভাৰতৰ প্ৰসিদ্ধ বিজ্ঞানী অত্ৰিয়ে কৃষিকাম আৰু বিজ্ঞানচৰ্চাত গুৰুত্বপূৰ্ণ অবদান আগবঢ়াই থৈছে৷

ঋষি ভৰদ্বাজ

সপ্তৰ্ষিৰ অন্যতম ঋষি ভৰদ্বাজ বহু পুৰাণ আৰু পুঁথিৰ ৰচয়িতা৷ তেওঁৰ ৰচিত শাস্ত্ৰৰ মাজত অন্যতম আয়ুৰ্বেদ৷ এই ঋষি ভৰদ্বাজৰ পুত্ৰ আছিল মহাভাৰতৰ পাণ্ডৰ আৰু কৌৰৱসকলৰ অস্ত্ৰগুৰু দ্ৰোণাচাৰ্য৷

ঋষি বিশ্বামিত্ৰ

সপ্তৰ্ষি মণ্ডলৰ চতুৰ্থ ঋষি বিশ্বামিত্ৰই ৰচনা কৰিছিল গায়ত্ৰী মন্ত্ৰ৷ তেওঁ প্ৰথম জীৱনত আছিল ৰজা, তাৰপিছত সন্যাস গ্ৰহণ কৰে৷ নিজৰ ক্ষমতাৰ দ্বাৰা তেওঁ জীৱিত অৱস্থাতেই ত্ৰিশঙ্কু অৱস্থাত স্বৰ্গ দৰ্শন কৰে৷

ঋষি গৌতম

ঋষি গৌতমৰ পত্নীৰ নাম অহল্যা৷ নিজৰ পত্নীক অভিশাপ দি তেওঁক শিলত পৰিণত কৰিছিল গৌতমে৷ ৰামচন্দ্ৰৰ কৃপাত প্ৰাণ উভতি আহে অহল্যাৰ৷ ঋষি গৌতমেই গংগাক ব্ৰহ্মগিৰি পৰ্বতলৈ লৈ আহে৷

ঋষি জমদগ্নি

সপ্তৰ্ষি মণ্ডলৰ ষষ্ঠ ঋষি হৈছে জমদগ্নি৷ এই জমদগ্নিৰেই পুত্ৰ আছিল পৰশুৰাম৷ নাৰায়ণৰ অন্যতম অৱতাৰ পৰশুৰামে ২১ বাৰ পৃথিৱী নিক্ষত্ৰিয় কৰিছিল৷

ঋষি বশিষ্ঠ

সপ্তম ঋষি বশিষ্ঠ আছিল ৰজা দশৰথৰ চাৰি সন্তানৰ গুৰু৷ ৰামায়ণৰ ৰঘুকূলৰ পাৰিবাৰিক গুৰু আছিল তেওঁ৷ ৰজা দশৰথ, ৰামচন্দ্ৰ আৰু তেওঁৰ ভায়েকক শিক্ষা প্ৰদান কৰিছিল তেওঁ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ
জীৱনশৈলী

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

March 30, 2026
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?
জীৱনশৈলী

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

March 30, 2026
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?
জীৱনশৈলী

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

March 30, 2026
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ
জীৱনশৈলী

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

March 30, 2026
Next Post
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?

আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.