• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী আৰু ধুনীয়া পুৰুষ কোন?

বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী আৰু ধুনীয়া পুৰুষ কোন?

4 years ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

44 minutes ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 hour ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 hour ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

20 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

21 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

21 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

22 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

23 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

23 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

23 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

24 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী আৰু ধুনীয়া পুৰুষ কোন?

editor by editor
June 24, 2022
in বিবিধ, বিশ্ব
0
বিশ্বৰ আটাইতকৈ সুন্দৰী নাৰী আৰু ধুনীয়া পুৰুষ কোন?
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰাক্তন স্বামী জনী ডেপৰ সৈতে হোৱা বিবাদ আৰু গোচৰৰ বাবে শিৰোনাম দখল কৰা এম্বাৰ হাৰ্ডৰ মুখখন হৈছে ‘পৃথিৱীৰ আটাইতকৈ ধুনীয়া মুখ’। এক নতুন প্ৰতিবেদনত এই কথা চৰ্চালৈ আহিছে।

বৈজ্ঞানিক মানদণ্ড অনুসৰি অভিনেত্ৰীগৰাকীৰ মুখায়ৱ সম্পূৰ্ণ নিখুঁত। ব্ৰিটেইনৰ এজন কচমেটিক চাৰ্জনে কৰা এক অধ্যয়ন অনুসৰি এম্বাৰৰ চকু, ওঁঠ আৰু মুখৰ আকৃতি জুখিছিল। ইউনিলাডৰ প্ৰতিবেদন অনুসৰি ব্ৰিটিছ কচমেটিক চাৰ্জন ডাঃ জুলিয়ান ডি ছিলভাই ডিজিটেল ফেচিয়েল-মেপিং কৌশল ব্যৱহাৰ কৰি এটা অধ্যয়ন চলাই দেখে যে এম্বাৰ হাৰ্ডৰ মুখায়ৱ ৯১.৮৫% নিখুঁত।

২০১৬ চনত গৱেষণা কৰি গ্ৰীক গোল্ডেন ৰেচিঅ’ অৱ বিউটি ১.৬১৮ ব্যৱহাৰ কৰিছিল, যিটো ‘ফাই’ নামেৰে জনাজাত। এই অনুপাতে নিৰ্ধাৰণ কৰে যে মুখৰ বৈশিষ্ট্যৰ সঠিক অনুপাত কি বুলি গণ্য কৰা হয়। খবৰ অনুসৰি তেওঁ এম্বাৰৰ মুখত ১২ টা বিন্দু বিশ্লেষণ কৰিছিল।

লগতে পঢ়ক Income Tax দিবলৈ আছে নেকি? এই সৰু ভুলবোৰ কেতিয়াও নকৰিব

ইউ এছ উইকলীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ড০ জুলিয়ানে কয় যে গ্ৰীকসকলে আৱিষ্কাৰ কৰিছিল যে অনুপাত প্ৰকৃতিৰ সকলোতে আছে আৰু হাজাৰ হাজাৰ বছৰ ধৰি ইয়াক বিশ্বৰ আটাইতকৈ ধুনীয়া মুখৰ গোপন সূত্ৰ হিচাপে গণ্য কৰা হৈছিল।

একে কৌশল ব্যৱহাৰ কৰি ডাঃ জুলিয়ানেও কয় যে ৰিয়েলিটি টিভিৰ তাৰকা কিম কাৰ্দাছিয়ানৰ ভ্ৰু আটাইতকৈ ধুনীয়া, হলিউডৰ অভিনেতা স্কাৰলেট জোহানছনৰ চকু শ্ৰেষ্ঠ আৰু মডেল-অভিনেত্ৰী এমিলি ৰাটাজকোভস্কিৰ ওঁঠ শ্ৰেষ্ঠ। অভিনেতা ৰবাৰ্ট পেটিনছনৰ স্ক’ৰ ৯২.১৫% আছিল যদিও তেওঁ বিশ্বৰ ভিতৰতে আটাইতকৈ ধুনীয়া পুৰুষ।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Amber Heardasom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRobert Pattinson
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
Next Post
বান বিধ্বস্ত অসমত শ্ৰীলংকা সদৃশ পৰিস্থিতি! চিফুং দ্য আৰ্টিষ্টৰ বান সাহায্য প্ৰদান

বান বিধ্বস্ত অসমত শ্ৰীলংকা সদৃশ পৰিস্থিতি! চিফুং দ্য আৰ্টিষ্টৰ বান সাহায্য প্ৰদান

বিশ্বৰ আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ! চতুৰ্থবাৰ বিবাহ বিচ্ছেদ ৯১ বছৰীয়া বৃদ্ধ কোটিপতিৰ!

বিশ্বৰ আটাইতকৈ ব্যয়বহুল বিবাহ বিচ্ছেদ! চতুৰ্থবাৰ বিবাহ বিচ্ছেদ ৯১ বছৰীয়া বৃদ্ধ কোটিপতিৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.