• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেটচ দম্পতীৰ বিচ্ছেদৰ পাছত চৰ্চালৈ বিল গেটচৰ প্ৰাক্তন প্ৰেয়সী

গেটচ দম্পতীৰ বিচ্ছেদৰ পাছত চৰ্চালৈ বিল গেটচৰ প্ৰাক্তন প্ৰেয়সী

5 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

5 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

5 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

6 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

6 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

7 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

7 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

8 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

10 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

10 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

11 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

11 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

গেটচ দম্পতীৰ বিচ্ছেদৰ পাছত চৰ্চালৈ বিল গেটচৰ প্ৰাক্তন প্ৰেয়সী

editor by editor
May 6, 2021
in বিনোদন, বিশ্ব
0
গেটচ দম্পতীৰ বিচ্ছেদৰ পাছত চৰ্চালৈ বিল গেটচৰ প্ৰাক্তন প্ৰেয়সী
0
SHARES
351
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্বৰ ধনাঢ্য দম্পতী বিল গেটচ আৰু মেলিণ্ডা গেটচৰ বিবাহ বিচ্ছেদৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল অনুৰাগীৰ মনত। ২৭ বছৰীয়া বৈবাহিক জীৱনৰ ওৰ পেলাই ৩ মে’ত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে বিল গেটচ আৰু মেলিণ্ডা গেটচে। কিন্তু শেহতীয়াকৈ চৰ্চালৈ আহিছে অন্য এগৰাকী নাৰীৰ নাম। ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে বিল গেটচৰ প্ৰাক্তন প্ৰেমিকা এন উইনব্লেডে। প্ৰকাশ পোৱা মতে, পত্নী মেলিণ্ডাৰ অনুমতি সাপেক্ষে বিল গেটচে প্ৰাক্তন প্ৰেয়সী এন উইনব্লেডক বছৰত এবাৰকৈ লগ কৰে। বিল গেটচতকৈ বয়সত ৫ বছৰ ডাঙৰ এন উইনব্লেড। এন উইনব্লেড এগৰাকী ছফটৱেৰ উদ্যোগী। তেওঁৰ অনুমতি লৈয়ে মেলিণ্ডাৰ সৈতে বিয়াত বহিছিল বিল গেটচ। টাইম মেগাজিনৰ এটা সাক্ষাৎকাৰত বিল গেটচে প্ৰকাশ কৰিছে এই কথা। দুয়োগৰাকীৰে ব্যক্তিগত সম্পৰ্কৰ বিষয়েও উল্লেখ কৰিছে সাক্ষাৎকাৰত। বিল গেটচৰ মতে, দুয়ো সাগৰৰ তীৰৰ কুটীৰত লগ হৈ ভাৱৰ আদান-প্ৰদান কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ann winbladasom live 24assam live 24axom live 24bill gatesmelinda gates
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ
ভাৰত

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

September 22, 2026
Next Post
১০ মে’ৰ পৰা ৰাজস্থানত কঠোৰ লকডাউন, ৩১ মে’ পৰ্যন্ত বিবাহ অনুষ্ঠানত নিষেধাজ্ঞা

১০ মে’ৰ পৰা ৰাজস্থানত কঠোৰ লকডাউন, ৩১ মে’ পৰ্যন্ত বিবাহ অনুষ্ঠানত নিষেধাজ্ঞা

কোভিড জয় কৰি ঘৰলৈ উভতিল হোমেন বৰগোহাঞি

কোভিড জয় কৰি ঘৰলৈ উভতিল হোমেন বৰগোহাঞি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.