• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বাহৰুখ খান প্ৰকৃততে কোন? তথ্য দাঙি ধৰি সামাজিক মাধ্যম ইউজাৰকাৰীয়ে লিখিলে…

শ্বাহৰুখ খান প্ৰকৃততে কোন? তথ্য দাঙি ধৰি সামাজিক মাধ্যম ইউজাৰকাৰীয়ে লিখিলে…

3 years ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

12 minutes ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

1 hour ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

1 hour ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

2 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

3 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

4 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

4 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

5 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

5 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

6 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

শ্বাহৰুখ খান প্ৰকৃততে কোন? তথ্য দাঙি ধৰি সামাজিক মাধ্যম ইউজাৰকাৰীয়ে লিখিলে…

editor by editor
January 22, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
শ্বাহৰুখ খান প্ৰকৃততে কোন? তথ্য দাঙি ধৰি সামাজিক মাধ্যম ইউজাৰকাৰীয়ে লিখিলে…
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰুখ খান কোন বুলি সোধাৰ পাছতেই একাংশ সামাজিক মাধ্যম ইউজাৰকাৰীয়ে শ্বেয়াৰ কৰিছে শ্বাহৰুখ খানৰ সম্পূৰ্ণ তথ্য। শ্বাহৰুখৰ জন্ম বৃত্তান্তৰ পৰা বৰ্তমানলৈকে তেওঁৰ জীৱন পৰিক্ৰমাৰ বিষয়ে তথ্য দাঙি ধৰি লিখিছে,

শ্বাহৰুখ খান কোন?

শ্বাহৰুখ খানৰ দেউতা মীৰ তাজ মহম্মদ খান ভাৰত ত‍্যাগ আন্দোলনৰ এগৰাকী অংশগ্ৰহণকাৰী আৰু স্বাধীনতা সংগ্ৰামী (ভাৰত চৰকাৰৰ পৰা তাম্ৰপত্ৰ প্ৰাপ্ত)।শ্বাহৰুখ খানৰ মা Oxford University’ৰ পৰা শিক্ষা গ্ৰহণকাৰী আৰু এগৰাকী First Class Magistrate. শ্বাহৰুখ খানৰ খুৰা (আংকেল) শ্বাহনাজ খান নেতাজি সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ এগৰাকী General Officer আছিল।

SRK এনে এগৰাকী ভাৰতীয় যাক Charity & শিশু সকলৰ শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা দানৰ কাৰণে UNESCO’ই বিশেষ সন্মান Pyramide Con Marni Award’ৰে সন্মানিত কৰিছে। World Economic Forum’ৰ তৰফৰ পৰা Human Rights Issue’ৰ প্ৰতি Awareness আৰু এছিড আক্ৰান্ত সকলক সহায় কৰাৰ বাবে শ্বাহৰুখ খানক সন্মানিত কৰিছে।

Tsunami (চুনামি)’ৰ সময়ত শ্বাহৰুখ খানে ভাৰত চৰকাৰক ২.৫ মিলিয়ন Indian Rupee দান কৰিছিল। শ্বাহৰুখ খানে ২০০৯ চনত ৫ খন আৰু ২০১২ চনত ১২ খন গাৱঁৰ দায়িত্ব বহন কৰিছিল। গান্ধীজীৰ পিছত শ্বাহৰুখ খান একমাত্ৰ ভাৰতীয় যাৰ স্ট‍্যাচু গ্ৰেভিছ মিউজিয়ামত আছে। শ্বাহৰুখ খান একমাত্র ভাৰতীয় অভিনেতা যিয়ে বিশ্বৰ প্রথম ৫ গৰাকী ধনী অভিনেতাৰ মাজত এজন।

শ্বাহৰুখ খান একমাত্র ভাৰতীয় অভিনেতা যাৰ নামত এক বিশেষ প্রজাতিৰ অর্কিডৰ নামাকৰণ কৰিছে সিঙ্গাপুৰত। শ্বাহৰুখ খান একমাত্র ভাৰতীয় যাক Prestigious Brand Laureate Legendary award দি মালয়েছিয়াত সম্মানিত কৰিছে। শ্বাহৰুখ খান একমাত্র ভাৰতীয় যাক USA’ৰ Yale University আমন্ত্রণ কৰিছিল। ডঃ এ.পি.জে আব্দুল কালাম চাহাবৰ পিছত শ্বাহৰুখ খান একমাত্র ভাৰতীয় যাক Edinburgh University’ৰ পৰা ডক্টৰেট উপাধিৰে সম্মানিত কৰিছে। শ্বাহৰুখ খান একমাত্ৰ ভাৰতীয় যাক ২০১০ চনত World Biggest Stock Exchange NASDAQ, USA’ই আমন্ত্ৰিত কৰিছিল।

শ্বাহৰুখ খান একমাত্র অভিনেতা যিয়ে সবোতকৈ বেছি Filmfare award জয়লাভ কৰিছে। শ্বাহৰুখ খান একমাত্র জনপ্রিয় ছুপাৰ ষ্টাৰ যিবোৰ দেশত ভাৰতীয় চিনেমা ৰিলিজ নহয় তাতেও জনপ্রিয়। শ্বাহৰুখ খান ভাৰতৰ সর্বোচ্চ Tax দাতাসকলৰ মাজত এজন। শ্বাহৰুখৰ মুভি DDLJ বিশ্বৰ দীর্ঘকালীন চলিত মুভিৰ ৰেকর্ড কৰিছে। শ্বাহৰুখ খান একমাত্র ভাৰতীয় যাক (ভাৰতত যেনে ভাৰত ৰত্ন) ফ্রান্সৰ সর্বোচ্চ দুটি সম্মান Order Des Arts Et Des Lettres আৰু Legion d, Honneur Award দি সম্মানিত কৰিছে।

শ্বাহৰুখ খানৰ ক্রিকেট টিম (IPL) KKR ২০১৪ চনত প্রাইজমানি ১৫ কোটি টকা পাইছিল তাৰ গোটেইখিনি কলকতা আৰু মুম্বাই’ৰ শিশু হস্পিতালত দান কৰি দিছিল। শ্বাহৰুখ খান অমিতাভ বচ্চনৰ পিছত একমাত্র ভাৰতীয় যাক মৰক্কো Crown উপাধিৰে সম্মানিত কৰিছে। শ্বাহৰুখ খান ২০০২ চনত Excellent in the field of Entertainment’ৰ বাবে “ৰাজীৱ গান্ধী” Award লাভ কৰিছিল। শ্বাহৰুখ ২০০৭ চনত মালয়েছিয়াত বিশেষ সম্মানিত Datuk Title লাভ কৰিছিল। শ্বাহৰুখ খান ২০০৯ চনত ব্রিটেনৰ Bedfordshire University’ৰ পৰা Art and Culture’ত ডক্টৰেট ডিগ্ৰী সম্মান লাভ কৰিছিল।

শ্বাহৰুখ খান ২০০৯ চনত Newsweek’ত বিশ্বৰ ৫০ গৰাকী Powerful Man’ৰ তালিকাত স্থান পাইছিল। শ্বাহৰুখ ২০১৩ চনত দক্ষিণ কোৰিয়াৰ Goodwill Ambassador হৈছিল।
শ্বাহৰুখ খান একমাত্র ভাৰতীয় যাক ২০১৪ চনত ব্রিটেন পার্লামেন্ট হাউছে Global Diversity Award দি সম্মানিত কৰিছিল। শ্বাহৰুখ ১৯৯৭ চনত ভাৰত চৰকাৰৰ পৰি Best Indian Citizen award লাভ কৰিছিল। শ্বাহৰুখ খান ২০০৫ চনত ভাৰত চৰকাৰৰ পৰা “পদ্মশ্রী” সম্মান লাভ কৰিছিল। শ্বাহৰুখ খান একমাত্র ভাৰতীয় যাৰ ষ্টাচু কেৱল লণ্ডনৰ মাদাম তুছো মিউজিয়ামত নহয়, লছ এঞ্জেলেছ, হংকং আৰু নিউ ইয়র্কৰ মিউজিয়ামত ৰখা হৈছে। শ্বাহৰুখ খান প্রথম ভাৰতীয় যাক বার্লিন টাউন হলত ২০১০ চনত “Singing the Guestbook” বিশেষ সম্মানে সম্মানিত কৰ হৈছে।

শ্বাহৰুখ খান একমাত্র ভাৰতীয় অভিনেতা যাৰ ছবি Los Angels Times’ত এবাৰ আৰু Times Magazine’ত দুবাৰ কভাৰ পেজত ছপা হয়। শ্বাহৰুখ খান প্রথম ভাৰতীয় অভিনেতা যাক হাভার্ড ইউনিভার্সিটিত ছাত্র-ছাত্ৰীৰ সন্মুখত লেকচাৰ দিয়াৰ বাবে আমন্ত্রণ কৰা হয়। শ্বাহৰুখ খান বিশ্বৰ প্রথম অভিনেতা যিজন Google আৰু Twitter’ৰ হেডত আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা
জীৱনশৈলী

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

April 14, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য
জীৱনশৈলী

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

April 14, 2026
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?
জীৱনশৈলী

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

April 14, 2026
Next Post
বিদায় অভিনেতা…অস্তমিত ভ্ৰাম্যমাণৰ উদিত সূৰ্য

বিদায় অভিনেতা...অস্তমিত ভ্ৰাম্যমাণৰ উদিত সূৰ্য

শংকাবিহীনভাৱেই পাঠান চাব পাৰিব! গভীৰ নিশা মুখ্যমন্ত্ৰীলৈ ফোন শ্বাহৰুখৰ…

শংকাবিহীনভাৱেই পাঠান চাব পাৰিব! গভীৰ নিশা মুখ্যমন্ত্ৰীলৈ ফোন শ্বাহৰুখৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.