• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

1 month ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

10 minutes ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

45 minutes ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

1 hour ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

2 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

2 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

4 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

6 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

8 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

যৱনিকা পৰিব নেকি ৪০ বছৰীয়া বৈৱাহিক জীৱন?

editor by editor
August 14, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত, লেখা
0
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা পুনৰবাৰ ব্যক্তিগত জীৱনক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। অভিনেতাগৰাকীৰ নাম তেওঁৰ সহ-অভিনেত্ৰী কোমল ৰাণী স্বৰ্ণকাৰৰ সৈতে জড়িত হোৱাৰ পিছতে ডেটিঙৰ জল্পনা-কল্পনা আৰম্ভ হৈছে। এই চৰ্চাই অধিক গুৰুত্ব লাভ কৰে যেতিয়া গোবিন্দাৰ পত্নী সুনীতা আহুজাই অভিনেতাগৰাকীৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰে। জুলাইত গোবিন্দাই সংবাদ মাধ্যমৰ সন্মুখত কোমল ৰাণী স্বৰ্ণকাৰক তেওঁৰ আগন্তুক ছবি ৰূপাৰ নতুন সহ-অভিনেত্ৰী হিচাপে পৰিচয় কৰাই দিছিল। ছবিখনৰ জৰিয়তে কোমলে বলিউডত নিজৰ পৰিচয় গঢ়ি তোলাৰ চেষ্টা কৰিছে।

কোন এই কোমল ৰাণী স্বৰ্ণকাৰ?

কোমল ৰাণী স্বৰ্ণকাৰ বলিউডৰ এগৰাকী তুলনামূলকভাৱে নতুন মুখ। ৰূপা ছবিত গোবিন্দাৰ সৈতে জড়িত হোৱাৰ পূৰ্বে মূলধাৰাৰ দৰ্শকৰ মাজত তেওঁৰ পৰিচিতি যথেষ্ট সীমিত আছিল। খবৰ অনুসৰি, কোমল উত্তৰ প্ৰদেশৰ বাসিন্দা। অভিনয় জগতত তেওঁ এতিয়াও এগৰাকী নৱাগত। তেওঁৰ শিক্ষা, পৰিয়াল আৰু ব্যক্তিগত জীৱনৰ বিষয়ে ৰাজহুৱাভাৱে বিশেষ তথ্য উপলব্ধ নহয়। আনকি তেওঁৰ বয়সৰ বিষয়েও সংবাদ মাধ্যমৰ সন্মুখত কোনো স্পষ্ট তথ্য প্ৰকাশ পোৱা নাই। অৱশ্যে সামাজিক মাধ্যমত কোমল যথেষ্ট সক্ৰিয়। বিভিন্ন ফটোশ্বুট, ব্যক্তিগত ফটো আৰু দৈনন্দিন জীৱনৰ বিভিন্ন মুহূৰ্তৰ ছবি-ভিডিঅ’ তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি থাকে।
‘ৰূপা’ৰ উপৰি গোবিন্দাৰ সৈতে তেওঁৰ আন এখন আগন্তুক ছবি ‘দুনিয়াদাৰী’তো কাম কৰাৰ খবৰ পোৱা গৈছে। এই খবৰ সঁচা হ’লে, আগন্তুক দিনত একাধিক প্ৰকল্পত গোবিন্দাৰ সৈতে কোমলক একেলগে দেখা যাব পাৰে।

ডেটিঙৰ চৰ্চাক লৈ কি ক’লে গোবিন্দৰ পত্নী সুনীতাই?

শেহতীয়াকৈ মুম্বাই বিমানবন্দৰত গোবিন্দাক কোমলৰ সৈতে দেখা পোৱাৰ পিছতে দুয়োৰে সম্পৰ্কক লৈ জল্পনা বৃদ্ধি পায়। ইয়াৰ পিছত সুনীতাই গোবিন্দাৰ অনুৰাগীসকলক উদ্দেশ্য কৰি কয় যে পূৰ্বে তেওঁ গোবিন্দাই তেওঁক প্ৰতাৰণা কৰাৰ কথা কোৱাৰ সময়ত বহু অনুৰাগীয়ে তেওঁক ট্ৰ’ল কৰিছিল। এতিয়া এই বিষয়ত গোবিন্দাৰ অনুৰাগী আৰু সংবাদ মাধ্যমে উত্তৰ দিব লাগে বুলি তেওঁ মন্তব্য কৰে। লগতে এই বিষয়ত তেওঁক আৰু কোনো প্ৰশ্ন নকৰিবলৈও সুনীতাই কয় আৰু বিষয়টোৰ প্ৰতি তেওঁৰ কোনো আগ্ৰহ নাই বুলি স্পষ্ট কৰে।

উল্লেখ্য যে গোবিন্দা আৰু সুনীতা আহুজাই ১৯৮৭ চনত বিবাহপাশত আবদ্ধ হৈছিল। দুয়োৰে দুটি সন্তান আছে—কন্যা টিনা আহুজা আৰু পুত্ৰ যশবৰ্ধন আহুজা। কোমল ৰাণী স্বৰ্ণকাৰৰ সৈতে গোবিন্দাৰ সম্পৰ্কক লৈ চলি থকা চৰ্চাৰ মাজতে সুনীতাৰ এই মন্তব্যই বিষয়টোক পুনৰ চৰ্চালৈ আনিছে। অৱশ্যে গোবিন্দা আৰু কোমলৰ মাজত প্ৰকৃততে কোনো প্ৰেমৰ সম্পৰ্ক আছে নে নাই, সেই সন্দৰ্ভত দুয়োগৰাকীৰ পৰা কোনো নিশ্চিত বক্তব্য প্ৰকাশ পোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24BollywoodGovinda
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন
বিনোদন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

September 27, 2026
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
Next Post
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.