• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দশমীৰ ঠিক ২১ দিন পাছতেই কিয় দীপাৱলী? কাৰণ জানিলে অবাক হ’ব আপুনি

দশমীৰ ঠিক ২১ দিন পাছতেই কিয় দীপাৱলী? কাৰণ জানিলে অবাক হ’ব আপুনি

2 years ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

15 minutes ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

56 minutes ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

2 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

2 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

3 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

4 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

5 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

6 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

1 day ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দশমীৰ ঠিক ২১ দিন পাছতেই কিয় দীপাৱলী? কাৰণ জানিলে অবাক হ’ব আপুনি

editor by editor
November 10, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
দশমীৰ ঠিক ২১ দিন পাছতেই কিয় দীপাৱলী? কাৰণ জানিলে অবাক হ’ব আপুনি
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰ দীপাৱলী উদযাপিত হ’ব ১২ নৱেম্বৰত৷ দুৰ্গাপূজাৰ বিজয়া দশমীৰ পৰা ঠিক ২১ দিন পাছতেই পালন কৰা হয় দীপাৱলী৷ শাৰদীয় দুৰ্গাপূজাৰ দৰে দীপাৱলীৰ কাহিনীও জড়িত হৈ আছে ৰামায়ণৰ কাহিনীত৷ লংকা জয় কৰাৰ পূৰ্বে অকাল বোধন কৰি দুৰ্গাপূজা কৰিছিল শ্ৰী ৰামচন্দ্ৰই৷ ৰামে ঘৰলৈ উভতি অহা দিনটোক দীপাৱলী হিচাপে পালন কৰা হয়৷ যুদ্ধ শেষ দশমীত ৰাৱন বধ কৰি সীতাক লৈ অযোধ্যালৈ উভতি আহিবলৈ ২১ দিন সময় লাগিছিল ৰাম-লক্ষ্মণক৷ ৰাম, সীতা আৰু লক্ষ্মণে যিদিনা অযোধ্যাত উপস্থিত হৈছিল সেই দিনটোত তেওঁলোকক প্ৰদীপ জ্বলাই আদৰা হৈছিল৷ সেই কাৰণেই বিজয়া দশমীৰ ঠিক ২১ দিন পাছত দীপাৱলী পালন কৰা হয়৷

উল্লেখযোগ্য বিষয় এয়াই যে Google Mapতো শ্ৰীলংকাৰ পৰা অযোধ্যালৈ উভতি আহিবলৈ ২১ দিন সময়েই দেখুৱাই৷ পুষ্প ৰথত প্ৰথমে লংকাৰ পৰা সমূদ্ৰৰ ইপাৰে ২১ দিন যাত্ৰা কৰি আহিছিল ৰাম, লক্ষ্মণ আৰু সীতা৷ সেই স্থানৰ পৰাই অযোধ্যালৈ খোজ কাঢ়ি আহিছিল ৰাম, লক্ষ্মণ আৰু সীতা৷ ২১ দিনৰ দিনা সন্ধিয়া অযোধ্যাত উপস্থিত হৈছিল তিনিও৷ সম্পূৰ্ণ ৪৯১ ঘণ্টা সময় লাগিছিল তেওঁলোকৰ৷ বৰ্তমানো Google Mapত গৈ Start Destinationত গৈ লংকা লিখক৷ End Destinationত অযোধ্যা লিখক৷ খোজকাঢ়ি যোৱা অপশ্ব্যনটো ক্লিক কৰক৷ এই পথৰ মুঠ দূৰত্ব দেখুৱাব ৩১২৭ কিঃমিঃ৷ এই দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব সেই অপশ্ব্যনো গুগলে দেখুৱাই দিয়ে৷ গুগল মেপ অনুসৰি ৪৯১ ঘণ্টা বা ২০ দিন ১১ ঘণ্টা সময় লাগিব৷ অৰ্থাৎ প্ৰাচীন কালৰ পৰাই চলি অহা বিশ্বাসক মান্যতা প্ৰদান কৰিয়েই গুগলেও এই তথ্য প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?
জীৱনশৈলী

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

March 15, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
স্বাস্থ্য

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

March 15, 2026
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!
স্বাস্থ্য

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

March 15, 2026
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
Next Post
ভূত চতুৰ্দশীত যমৰ নামেৰেও কিয় চাকি জ্বলোৱা হয়? কাৰণ আপুনিও নাজানে

ভূত চতুৰ্দশীত যমৰ নামেৰেও কিয় চাকি জ্বলোৱা হয়? কাৰণ আপুনিও নাজানে

নিশাই কালীপূজা! পূজাৰ পূৰ্বেই জানি থওক আদিশক্তিৰ অপাৰ মাহাত্ম্যৰ কথা

নিশাই কালীপূজা! পূজাৰ পূৰ্বেই জানি থওক আদিশক্তিৰ অপাৰ মাহাত্ম্যৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.