• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
LIC, SBI য়ে এতিয়াও আদানী গ্ৰুপৰ সৈতে লেন-দেন অব্যাহত ৰাখিছে কিয়? পছোৱা বতাহতেই হাওলি পৰিল আদানী, প্ৰকৃততে হৈছে কি?

LIC, SBI য়ে এতিয়াও আদানী গ্ৰুপৰ সৈতে লেন-দেন অব্যাহত ৰাখিছে কিয়? পছোৱা বতাহতেই হাওলি পৰিল আদানী, প্ৰকৃততে হৈছে কি?

3 years ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

16 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

49 minutes ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

2 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

3 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

3 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

4 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

4 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

5 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

5 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

5 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

LIC, SBI য়ে এতিয়াও আদানী গ্ৰুপৰ সৈতে লেন-দেন অব্যাহত ৰাখিছে কিয়? পছোৱা বতাহতেই হাওলি পৰিল আদানী, প্ৰকৃততে হৈছে কি?

editor by editor
January 29, 2023
in বাণিজ্য, ভাৰত
0
LIC, SBI য়ে এতিয়াও আদানী গ্ৰুপৰ সৈতে লেন-দেন অব্যাহত ৰাখিছে কিয়? পছোৱা বতাহতেই হাওলি পৰিল আদানী, প্ৰকৃততে হৈছে কি?
0
SHARES
8.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত কেইবাদিনো ধৰি সংবাদ শিৰোনামত গৌতম আদানীৰ শ্বেয়াৰ মাৰ্কেটত হোৱা লোকচানৰ খবৰ। প্ৰকৃততে এটা মাত্ৰ কাৰণতেই হোৰাহোৰে নামি আহিল আদানীৰ শ্বেয়াৰ মাৰ্কেট। কেৱল শ্বেয়াৰ মাৰ্কেটত লোকচানেই নহয় হ্ৰাস পাইছে তেওঁৰ সম্পত্তিৰ পৰিমানো। ২০ আৰৱ ডলাৰতকৈয়ো অধিক লোকচানৰ সন্মুখীন হৈছে আদানী। আনহাতে ৫০ আৰৱ ডলাৰৰ ঘাটিয়েই লাগিছে ধনকুবেৰ আদানীৰ৷ বিশ্বৰ তৃতীয় ধনী ব্যক্তিৰ পৰা সপ্তম স্থানলৈ অৱনমিত হৈছে আদানীৰ স্থান৷

হিণ্ডেনবাৰ্গ ৰিপৰ্টত কি আছে?

হিণ্ডেনবাৰ্গৰ ৰিচাৰ্ছৰ ৰিপৰ্ট অনুসৰি আদানী গ্ৰুপে এতিয়া ২০, ০০০ কোটি টকাৰ FPO আনিছে৷ আদানী এণ্টাৰপ্ৰাইজ লিমিটেডৰ বাবে এই FPO এ প্ৰথম দিনটোত মাত্ৰ এক শতাংশ ছাৱস্ক্ৰিপশ্ব্যনহে লাভ কৰিছে৷ এইয়াই হয়তো গৌতম আদানীৰ জীৱনলৈ অহা প্ৰথমটো বৃহৎ প্ৰত্যাহ্বান৷ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত আদানী গ্ৰুপৰ ওপৰত অভিযোগ তুলি কোৱা হৈছে যে, আদানি গ্ৰুপৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধিৰ ভুল তথ্য দি অহা হৈছিল৷ এই প্ৰতিবেদন প্ৰকাশৰ পাছতেই হোৰাহোৰে নামিছে আদানিৰ শ্বেয়াৰ মাৰ্কেট৷ অৱশ্যে, এয়াই আদানীৰ জীৱনলৈ অহা প্ৰথমটো প্ৰত্যাহ্বান নহয়৷ ইয়াৰ পূৰ্বেও আদানীয়ে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ১৯৯৮ চনত ডকাইতে অপহৰণ কৰাৰ প্ৰায় ১১ বছৰ পিছত সন্ত্ৰাসবাদীয়ে মুম্বাইত আক্ৰমণ কৰাৰ সময়ত তাজ হোটেলত বন্দী হৈ থকা সকলৰ ভিতৰত আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানিও আছিল। কলেজীয়া শিক্ষা আদাতে সামৰা আদানীয়ে ব্যৱসায়িক দক্ষতাৰেই ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হ’বলৈ সক্ষম হৈছিল৷

LIC, SBI-য়ে ৰাখিবনে আদানী গ্ৰুপৰ সৈতে লেন-দেন?

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সদস্য ৰণদীপ সুৰজেৱালাই আদানি শ্বেয়াৰ মূল্য হ্ৰাস হোৱাৰ পাছতেই কেইবাটাও তথ্য দাঙি ধৰিছে৷ LICক ‘ৰাজহুৱা ধন’ৰ দ্বাৰা পুঁজি যোগান ধৰা বুলি উল্লেখ কৰি সুৰজেৱালাই কয় যে আদানি গ্ৰুপৰ শ্বেয়াৰত LICৰ বিনিয়োগ মূল্য ৭৭,০০০ কোটি পৰা ৫৩,০০০ কোটিলৈ হ্ৰাস পাইছে৷ যাৰ ফলত ২৩,৫০০ কোটি লোকচান হৈছে৷ আনহাতে LIC ৰ শ্বেয়াৰ ২২,৪৪২ কোটি হেৰুৱাইছে। ইমান লোকচানৰ পাছতো LIC এতিয়াও আদানি গ্ৰুপত ৩০০ কোটি কিয় বিনিয়োগ কৰিছে বুলি প্ৰশ্ন কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে৷ SBI-ৰ সন্দৰ্ভত শ্ৰীযুত সুৰজেৱালাই উল্লেখ কৰে যে SBIত কৰ্মচাৰী পেঞ্চন ফাণ্ড আৰু SBI লাইফে এতিয়াও আদানি গোটত ২৫ কোটিৰ বিনিয়োগ ৰাখিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ
বাণিজ্য

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
Next Post
মাতৃৰ বিয়োগত ভাঙি পৰা ৰাখীয়ে কিয় হাতযোৰ কৰি ধন্যবাদ জনাইছে শ্বাহৰুখ খানক?

মাতৃৰ বিয়োগত ভাঙি পৰা ৰাখীয়ে কিয় হাতযোৰ কৰি ধন্যবাদ জনাইছে শ্বাহৰুখ খানক?

১৯ অনুৰ্ধ্বৰ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ

১৯ অনুৰ্ধ্বৰ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.