• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হ’ল মহিলা, অভিযুক্ত মহিলাক জে’ললৈ নিক্ষেপ আদালতৰ

পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হ’ল মহিলা, অভিযুক্ত মহিলাক জে’ললৈ নিক্ষেপ আদালতৰ

4 years ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

44 minutes ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

1 hour ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

14 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

14 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

14 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

15 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

16 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

16 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

18 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

19 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হ’ল মহিলা, অভিযুক্ত মহিলাক জে’ললৈ নিক্ষেপ আদালতৰ

editor by editor
May 6, 2022
in অপৰাধ, বিশ্ব
0
পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হ’ল মহিলা, অভিযুক্ত মহিলাক জে’ললৈ নিক্ষেপ আদালতৰ
0
SHARES
903
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ মানৱ সমাজত কি কি ঘটনা যে ঘটি নাথাকে! এইবাৰ পোহৰলৈ আহিছে পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হোৱাৰ অপৰাধত এগৰাকী মহিলাই কাৰাদণ্ডৰ নিৰ্দেশ লাভ কৰিছে৷

ঘটনাটো পশ্চিম জাৰ্মানীৰ বেলিফিল্ডৰ৷ ঘটনাৰ বিৱৰণীৰ মতে দুগৰাকী প্ৰাপ্ত বয়স্ক পুৰুষ মহিলাই প্ৰেমৰ সম্পৰ্কৰ অবিহনে কেৱলৰ দৈহিক প্ৰয়োজনৰ বাবে নিয়মীয়া যৌন সম্পৰ্ক স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

ইয়াৰ পিছতে দুয়োৱে নিয়মতভাৱে যৌন সম্পৰ্ক স্থাপন কৰি আহিছে৷ কিন্তু ২০২১ চনত  দুয়োৰে মাজত ঘটে এক অনাকাংক্ষিত ঘটনা৷ যিটো মহিলাগৰাকীয়ে পুৰুষগৰাকীক অজ্ঞাতে ৰাখি সংঘটিত কৰে৷

লগতে পঢ়ক অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানৰ কন্যাৰ বিয়া, কোন হয় দৰা?

২০২১ চনত ৩৯ বছৰত ভৰি দিয়া মহিলাগৰাকীৰ ৪২ বছৰীয়া পুৰুষ সংগীগৰাকীৰ প্ৰতি প্ৰেমৰ অনুভূতি জাগ্ৰত হয়৷ এই কথাটো তেওঁ পুৰুষ সংগী গৰাকীক অৱগত কৰে যদিও পৰুষগৰাকীয়ে সম্পৰ্কত আহিবলৈ সন্মত নহয়৷ কিন্তু ইয়াৰ পিছতো তেওঁলোকৰ মাজত শাৰীৰিক সম্পৰ্ক অব্যাহত থাকে৷

কিন্তু মহিলাগৰাকীয়ে ভিতৰি ভিতৰি কেৱল ‘ফ্ৰেণ্ডছ উইথ বেনিফিটছ’ত সন্তুষ্ট থাকিবলৈ নিবিচাৰিলে৷ তাতে তেওঁৰ পুৰুষজনৰ প্ৰতি অনুৰাগ জন্ম হয়৷

ইয়াৰ পিছতে তেওঁ পুৰুষজনক অন্ধকাৰত ৰাখি হঠাতে গৰ্ভৱতী হয়৷ কথাটোত পুৰুষজনক হতবাক হৈ পৰে৷ তেওঁ জানিবলৈ বিচাৰে যে মহিলাগৰাকীৰ গৰ্ভস্থ সন্তানৰ পিতৃ কোন? মহিলাগৰাকীৰ কয় যে ইয়াৰ পিতৃ তেৱেঁ হয়৷ কথাটোত পুৰুষজন আচৰিত হৈ পৰে, সদায় গৰ্ভনিৰোধক ব্যৱহাৰ কৰাৰ পিছতো ই কেনেকৈ সম্ভৱ!!

লগতে পঢ়ক ১৩ মে’ত আহি আছে ‘লোকেল কুংফু’ৰ পৰিচালকৰ নতুন ছবি ‘লোকেল উৎপাত’

ইয়াৰ পিছতে পুৰুষজনে আদালতৰ কাষ চাপে৷ মহিলাগৰাকীৰ বিৰুদ্ধে আদালতত তেওঁৰ ধৰ্ষণৰ গোচৰ দাখিল কৰে৷ আদালতে ঘটনাটো তদন্ত কৰি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷ আদালতত প্ৰমাণ হয় যে মহিলাগৰাকীয়ে পুৰুষগৰাকীক প্ৰতাৰণা কৰিছে৷

এইটো প্ৰতিষ্ঠা হোৱাৰ লগে লগে পৰুষজনে এইবাৰ যৌন নিগ্ৰহ আৰু বীৰ্য চুৰিৰো গোচৰ ৰুজু কৰে৷ আদালতত মহিলাগৰাকীয়ে স্বীকাৰ কৰিছে যে তেওঁলোকৰ মাজৰ মৌখিক চুক্তি ভংগ কৰি তেওঁ পুৰুষজনৰ পৰা বীৰ্য চুৰি কৰিছিল৷ অৰ্থাৎ পুৰুষজনে নজনাকৈ মহিলাগৰাকীয়ে ব্যৱহাৰ কৰিবলগীয়া গৰ্ভনিৰোধকটোত ফুটা কৰি ৰাখিছিল৷ আৰু সেইদৰে বীৰ্য চুৰি কৰি তেওঁ উক্ত পুৰুষজনৰ ঔৰসৰত গৰ্ভধাৰণ কৰে৷

এই সমগ্ৰ গোচৰটোৰ বিচাৰ কৰি আদালতে মহিলাগৰাকীক বীৰ্য চুৰি, চুক্তি ভংগ, প্ৰতাৰণা আদি অপৰাধত কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে৷ এই নিৰ্দেশ প্ৰদান কৰি আদালতে কয় যে জাৰ্মানীৰ ইতিহাসত এনে ৰায় কেতিয়াও প্ৰদান কৰা হোৱা নাছিল আৰু এই ৰায়ে জাৰ্মানীত ইতিহাস ৰচনা কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBizarre
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?
বিশ্ব

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

April 11, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
Next Post
পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?

পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?

‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ

‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.