• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছাত্ৰী নহয়, এইবাৰ ছাত্ৰৰ সৈতে ১টা বছৰে ধৰি শিক্ষয়ত্ৰীৰ কাণ্ড, অৱশেষত আৰক্ষীৰ জালত

ছাত্ৰী নহয়, এইবাৰ ছাত্ৰৰ সৈতে ১টা বছৰে ধৰি শিক্ষয়ত্ৰীৰ কাণ্ড, অৱশেষত আৰক্ষীৰ জালত

9 months ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

42 minutes ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

1 hour ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

2 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

2 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

5 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

6 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

7 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

7 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

8 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

8 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ছাত্ৰী নহয়, এইবাৰ ছাত্ৰৰ সৈতে ১টা বছৰে ধৰি শিক্ষয়ত্ৰীৰ কাণ্ড, অৱশেষত আৰক্ষীৰ জালত

editor by editor
July 3, 2025
in বিবিধ, ভাৰত
0
ছাত্ৰী নহয়, এইবাৰ ছাত্ৰৰ সৈতে ১টা বছৰে ধৰি শিক্ষয়ত্ৰীৰ কাণ্ড, অৱশেষত আৰক্ষীৰ জালত
0
SHARES
7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছাত্ৰী নহয়, এইবাৰ ছাত্ৰৰ সৈতে ১টা বছৰে ধৰি শিক্ষয়ত্ৰীৰ কাণ্ড, অৱশেষত আৰক্ষীৰ জালত

ছাত্ৰীৰ সৈতে শিক্ষক নহয়, এইবাৰ শিক্ষয়ত্ৰী বাইদেউৰ নিৰ্লজ্জ কৰ্ম কাণ্ড। তাকো এদিন দুদিন নহয়, এটা বছৰে ধৰি ছাত্ৰৰ সৈতে জঘন্য কাণ্ড কৰি আহিছিল শিক্ষয়ত্ৰীয়ে। অৱশেষত পোহৰলৈ আহে সকলো। আৰক্ষীৰ জালত পৰে শিক্ষা বৃত্তিত কালিমা সনা শিক্ষয়ত্ৰী।

তাকো কোনো এলা পেছা বিদ্যালয় নহয়, ভাৰতৰ শীৰ্ষ ৫ ৰ ভিতৰত নাম থকা বিদ্যালয়ৰ শিক্ষয়ত্ৰীৰ এই কাণ্ডই এতিয়া চকু কঁপালত তুলিছে সমগ্ৰ ভাৰতৰে।

এই ঘটনা মুম্বাইৰ এক প্ৰতিষ্ঠিত বিদ্যালয়ৰ। যি বিদ্যালয়ত শিক্ষকতা কৰে মহিলাগৰাকীয়ে, লগতে ছাত্ৰ গৰাকীয়ো সেই একে বিদ্যালয়ৰে। বিগত এটা বছৰে ধৰি ছাত্ৰগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল শিক্ষয়ত্ৰীয়ে।

আনকি ৫ ষ্টাৰ তথা পঞ্চতাৰকা যুক্ত হোটেললৈও নি নিৰ্যাচন চলাইছিল। ভিডিঅ ৰেকৰ্ডিং কৰি লগতে পৰীক্ষাৰ ভয় দেখুৱাই ছাত্ৰগৰাকীক নিৰ্যাতন চলাই আহিছিল শিক্ষয়ত্ৰীয়ে। ভয়-ভাবুকিৰ বাবে নিৰৱে আছিল ছাত্ৰ। লগতে মানসিক ভাৱে বহু আঘাত পাইছিল ছাত্ৰই। কিন্তু এই ক্ষেত্ৰটো শিক্ষয়ত্ৰীয়ে ছাত্ৰক দিছিল এক বিশেষ ঔষধ।

অৱশেষত পোহৰলৈ আহে সকলো। যেতিয়া ছাত্ৰই শিক্ষয়ত্ৰীৰ ফোন -মেছেজৰ কোনো উত্তৰ নিদিয়ে তেতিয়া ঘৰৰ সহায়কক ছাত্ৰৰ কাষলৈ পঠিয়াই শিক্ষয়ত্ৰীয়ে মাতা বুলি।

কিন্তু ছাত্ৰৰ ধৈৰ্যৰ বান্ধ খোল খাই আৰু ভয়-ভাবুকিক পিছত থৈ পিতৃ-মাতৃৰ আগত অৱগত কৰে সকলো। লগে লগে পিতৃ-মাতৃ কাষ চাপে আৰক্ষীৰ।

আৰক্ষীয়েও গোচৰ লাভ কৰাৰ লগে লগে আটক কৰে অভিযুক্ত শিক্ষয়ত্ৰীক। পোক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰি বৰ্তমানে আৰক্ষীৰ জিম্মাত শিক্ষয়ত্ৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Mumbai Rape casePOSCO ActTeacher rape Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

March 18, 2026
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত
বাণিজ্য

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

March 18, 2026
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা
স্বাস্থ্য

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

March 18, 2026
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
Next Post
প্ৰকৃতিৰ ধ্বংসলীলা, ৪০০ কোটিৰ ক্ষতি, ২১ নিহত, ৩৪ সন্ধানহীন, ২৪৫ টা পথ বন্ধ

প্ৰকৃতিৰ ধ্বংসলীলা, ৪০০ কোটিৰ ক্ষতি, ২১ নিহত, ৩৪ সন্ধানহীন, ২৪৫ টা পথ বন্ধ

বাহিৰত ভজা অথবা পেকেট খাদ্য খাই নেকি! তেন্তে সাৱধান, স্তন কেঞ্চাৰৰ কাৰক

বাহিৰত ভজা অথবা পেকেট খাদ্য খাই নেকি! তেন্তে সাৱধান, স্তন কেঞ্চাৰৰ কাৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.