• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাহিৰত ভজা অথবা পেকেট খাদ্য খাই নেকি! তেন্তে সাৱধান, স্তন কেঞ্চাৰৰ কাৰক

বাহিৰত ভজা অথবা পেকেট খাদ্য খাই নেকি! তেন্তে সাৱধান, স্তন কেঞ্চাৰৰ কাৰক

1 year ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

9 minutes ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

51 minutes ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

2 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

2 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

3 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

4 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

19 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

19 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

19 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

20 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাহিৰত ভজা অথবা পেকেট খাদ্য খাই নেকি! তেন্তে সাৱধান, স্তন কেঞ্চাৰৰ কাৰক

editor by editor
July 3, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, স্বাস্থ্য
0
বাহিৰত ভজা অথবা পেকেট খাদ্য খাই নেকি! তেন্তে সাৱধান, স্তন কেঞ্চাৰৰ কাৰক
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাহিৰত ভজা অথবা পেকেট খাদ্য খাই নেকি! তেন্তে সাৱধান, স্তন কেঞ্চাৰৰ কাৰক

কৰ্কট ৰোগ এবিধ মাৰাত্মক ৰোগ। ইয়াৰে ভিতৰত মহিলাৰ ক্ষেত্ৰত দেখা দিয়া স্তন কেন্সাৰ হৈছে এক অন্যতম। দেশৰ লগতে সমগ্ৰ বিশ্বতে বৰ্তমানে বৃদ্ধি পাইছে স্তন কৰ্কট ৰোগৰ ৰোগীৰ সংখ্যা। স্তন কেন্সাৰ সন্দৰ্ভত এক নতুন গৱেষণা কৰা হৈছে য’ত আচৰিত ধৰণে প্ৰকাশ পাইছে যে বাহিৰত ভজা অথবা পেকেটত থকা খাদ্য সামগ্ৰীৰ ফলত স্তনৰ কৰ্কট ৰোগ হব পাৰে। কাৰণ এনে ধৰণৰ খাদ্যত পোৱা গৈছে এক বিশেষ ৰাসায়নিক পদাৰ্থ, যিয়ে কেঞ্চাৰৰ কাৰক।

পেকেজিঙৰ বাবে ব্যৱহাৰ কৰা ব্ৰাউন পেপাৰ আৰু পলিথিন পেকেটত প্ৰায় ২০০ বিধ ৰাসায়নিক পদাৰ্থ পোৱা গৈছে, ইয়াৰে ৭৬ বিধেই কেন্সাৰ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ।

ৰিচাৰ্চ ফ্ৰন্টিয়াৰ্ছ ইন টক্সিক’লজীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি মাৰাত্মক কাৰ্চিনোজেন খাদ্য সংস্পৰ্শ সামগ্ৰী আৰু প্লাষ্টিক (FCM) পোৱা গৈছে। এই অধ্যয়ন অনুসৰি কাগজ বা পলিথিনত পেক কৰা খাদ্য শৰীৰৰ বাবে ক্ষতিকাৰক আৰু কেন্সাৰ ৰোগ সৃষ্টি কৰাত সহায়ক।

আনহাতে বাহিৰত ভজা খাদ্যতো পোৱা যায় তেনে ধৰণৰ ৰাসায়নিক পদাৰ্থ, লগতে খাদ্য পৰিবেশন কৰা প্লেটতো পোৱা যায় বহুতো প্লাষ্টিকৰ কনা।

এই ৰাসায়নিক পদাৰ্থবোৰেই ওলাই আহি খাদ্যৰ লগত মিহলি হৈ আমাৰ শৰীৰত প্ৰৱেশ কৰে। আচলতে গৰম খাদ্য পেক কৰিলে এনে ৰাসায়নিক পদাৰ্থ তৎক্ষণাত পেকেটৰ পৰা ওলাই আৰু খাদ্যৰ ভিতৰলৈ যায় যিবোৰ মাৰাত্মক আৰু কাৰ্চিনোজেনিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

September 20, 2026
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ
অসম

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

September 20, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

September 20, 2026
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে
জীৱনশৈলী

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

September 20, 2026
Next Post
কন্যা ৰাশিত থকাৰ সময়তে হস্ত নক্ষত্ৰত প্ৰৱেশ চন্দ্ৰৰ, ৩ ৰাশিৰ হ’ব বিশেষ লাভ

কন্যা ৰাশিত থকাৰ সময়তে হস্ত নক্ষত্ৰত প্ৰৱেশ চন্দ্ৰৰ, ৩ ৰাশিৰ হ'ব বিশেষ লাভ

প্ৰমোচনৰ সময়তে ব্লাউজ ফাটিল ষ্টাৰকিডৰ, পিতৃৰ সৈতে লৰালৰিকৈ আঁতৰিল মঞ্চৰ পৰা

প্ৰমোচনৰ সময়তে ব্লাউজ ফাটিল ষ্টাৰকিডৰ, পিতৃৰ সৈতে লৰালৰিকৈ আঁতৰিল মঞ্চৰ পৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.