• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাৰী পাতিছে মহিলাই, ১লাখ টকা দিম কৈছিল, কেতিয়া দিব?

শাৰী পাতিছে মহিলাই, ১লাখ টকা দিম কৈছিল, কেতিয়া দিব?

2 years ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

49 minutes ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

1 hour ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

2 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

3 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

3 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

4 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

6 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

6 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

7 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

7 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

7 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাৰী পাতিছে মহিলাই, ১লাখ টকা দিম কৈছিল, কেতিয়া দিব?

শাৰী পাতিছে মহিলাই, ১লাখ টকা দিম কৈছিল, কেতিয়া দিব?

editor by editor
June 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
শাৰী পাতিছে মহিলাই, ১লাখ টকা দিম কৈছিল, কেতিয়া দিব?
0
SHARES
547
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰ প্ৰদেশত চমকপ্ৰদ ফল লাভ কৰিছে ইণ্ডিয়া জোঁটে৷ তাৰপিছতেই কংগ্ৰেছৰ কাৰ্যালয়ক বাহিৰত এতিয়া শাৰী পাতিছে মহিলাই৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিয়া হৈছিল গেৰেণ্টী কাৰ্ড দিয়া হ’ব৷ সেই গেৰেণ্টী কাৰ্ড বিচাৰিয়েই এতিয়া কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত শাৰী পাতিছে মহিলাই

কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতিমতে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাক বাৰ্ষিক এক লাখকৈ টকা দিয়া হ’ব৷ সেই মৰ্মেই লক্ষ্ণৌৰ  প্ৰৱল গৰম নেওচি মহিলাসকলে শাৰী পাতিছে কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত৷ ভাইৰেল খবৰ অনুসৰি গেৰেণ্টি কাৰ্ডৰ দাবীতেই ওলাই আহিছে ইউ পিৰ মহিলাসকল৷ অন্যহাতে অসংখ্য মহিলাৰ দাবী যে, তেওঁলোকে ইতিমধ্যে গেৰাণ্টী কাৰ্ড লাভ কৰিছে আৰু একাউণ্টত ধনো লাভ কৰিছ৷ এক নিৰ্দিষ্ট ফৰ্ম ফিল আপ কৰিলেই এই ধন পোৱা যায়৷ ইতিমধ্যেই ‘ঘৰ ঘৰ গেৰেণ্টী’ অনুষ্ঠানৰ আয়োজন কৰিছে কংগ্ৰেছে৷ এই কাৰ্যসূচীৰ আঁওতাত প্ৰায় ৮ কোটি পৰিয়ালৰ কাষলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে কংগ্ৰেছ কৰ্মীক৷

দলৰ ২৫ টা গেৰেণ্টী সম্পৰ্কে সেইসকল লোকক বুজোৱাৰো নিৰ্দেশ দিয়া হৈছে তেওঁলোকক৷ এই ২৫গেৰেণ্টীৰ মাজত আছে কংগ্ৰেছৰ মহালক্ষ্মী প্ৰকল্পও৷ ইয়াৰ আওঁতাত প্ৰতি মাহত দৰিদ্ৰ পৰিয়ালৰ এজনক দিয়া হ’ব ১ লাখ টকাকৈ ধন৷ পৰিয়ালৰ কেৱল মহিলাইহে লাভ কৰিব এই সুবিধা৷ এনে এক প্ৰকল্প কংগ্ৰেছে কৰ্ণাটকতো আৰম্ভ কৰিছিল৷ ক্ষমতালৈ আহিয়েই কংগ্ৰেছ দলে দৰিদ্ৰ সীমাৰ তলত থকা পৰিয়ালৰ মহিলাসকলক আহিলী ২০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছিল৷

সম্প্ৰতি সেই গৃহলক্ষ্মী আঁচনিৰ অধীনত ধন লাভৰ বাবে মহিলাসকলে বাংগালুৰুৰ জেনেৰেল পোষ্ট অফিচত শাৰী পাতি থকা দেখা যায়৷ উল্লেখ্য যে, এই নিৰ্বাচনত কংগ্ৰেছৰ ইণ্ডিয়া জোঁটে লাভ কৰিছে ২৩৪খন আসন৷ এন ডি এ লাভ কৰিছে ২৯৩খন আসন৷

(অৱশ্যে ভাইৰেল ফটো কিমান সত্য সেই সম্পৰ্কে অসম লাইভ কৰ্তৃপক্ষই সত্যাসত্যতা বিচাৰ কৰা নাই৷ ভাইৰেল খবৰৰ ওপৰতেই এই বাতৰি প্ৰস্তুত কৰা হৈছে৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 28, 2026
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
Next Post
 ‘ফ্লপ’ অভিনেতাৰ পৰা হীট ৰাজনীতিবিদ! মোদীৰ মন্ত্ৰীসভাত জনপ্ৰিয় মুখ হৈ পৰিছে চিৰাগ পাছোৱান

 ‘ফ্লপ’ অভিনেতাৰ পৰা হীট ৰাজনীতিবিদ! মোদীৰ মন্ত্ৰীসভাত জনপ্ৰিয় মুখ হৈ পৰিছে চিৰাগ পাছোৱান

চাঞ্চল্য, ৫ ঘণ্টা ধৰি নদীত উপঙি আছিল এজন, পাছত ভিডিঅ’ দেখি হাঁহিত ফাটি পৰিছে সকলো

চাঞ্চল্য, ৫ ঘণ্টা ধৰি নদীত উপঙি আছিল এজন, পাছত ভিডিঅ' দেখি হাঁহিত ফাটি পৰিছে সকলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.