• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ সূচী ঘোষণা, ভাৰতীয় দলে কেতিয়া আৰু কাৰ বিৰুদ্ধে খেলিব?

7 months ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

55 minutes ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

1 hour ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

2 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

20 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

21 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

22 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

23 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

1 day ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ সূচী ঘোষণা, ভাৰতীয় দলে কেতিয়া আৰু কাৰ বিৰুদ্ধে খেলিব?

editor by editor
June 15, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ সূচী ঘোষণা, ভাৰতীয় দলে কেতিয়া আৰু কাৰ বিৰুদ্ধে খেলিব?
0
SHARES
850
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ সূচী ঘোষণা, ভাৰতীয় দলে কেতিয়া আৰু কাৰ বিৰুদ্ধে খেলিব?

দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ২০২৩-২৫ খিতাপ জয় কৰাৰ এদিন পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিছে ডব্লিউ টি চি ২০২৫-২৭ৰ সূচী। ইয়াত ৯টা দলৰ মাজত মুঠ ৭১খন খেল অনুষ্ঠিত হ’ব। ১৭ জুনৰ পৰা আৰম্ভ হ’ব এই খেল।

প্ৰথমখন খেল শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত শ্ৰীলংকাৰ গালেত অনুষ্ঠিত হ’ব। সূচী অনুসৰি এইবাৰ অষ্ট্ৰেলিয়াই সৰ্বাধিক ২২খন খেল খেলিব, আনহাতে ইংলেণ্ডে ২১খন খেল খেলিব লাগিব। চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া এছেছ ছিৰিজৰ সময়ত দুয়োটা দলৰ মাজত মুখামুখি হ’ব।
আনহাতে টিম ইণ্ডিয়াই ২০ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ জৰিয়তে অভিযান আৰম্ভ কৰিব। এই মেচখন লিডছত অনুষ্ঠিত হ’ব।

শুভমন গিলৰ নেতৃত্বত টিম ইণ্ডিয়াই ডব্লিউ টি চি ২০২৫-২৭ৰ সময়ছোৱাত মুঠ ১৮খন টেষ্ট মেচ খেলিব। ২০ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ৫ টেষ্ট শৃংখলাৰ আৰম্ভ হ’ব। ইয়াৰ পিছত টিম ইণ্ডিয়াই ঘৰুৱা ক্ষেত্ৰত ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিব। ইয়াৰ উপৰিও শ্ৰীলংকা আৰু নিউজিলেণ্ড ভ্ৰমণলৈ গৈ টেষ্ট মেচ খেলিব।

ভাৰতীয় দলে কাৰ বিৰুদ্ধে কেইখন খেল খেলিব-
ইংলেণ্ড : ৫ খন মেচ
ৱেষ্ট ইণ্ডিজ: ২ খন মেচ
দক্ষিণ আফ্ৰিকা: ২খন মেচ
অষ্ট্ৰেলিয়া: ৫খন মেচ
শ্ৰীলংকাঃ ২ খন মেচ
নিউজিলেণ্ড: ২ খন মেচ

WTC 2023-25 ত ভাৰতীয় দলে তৃতীয় স্থানতে সন্তুষ্ট হ’বলগীয়া হয় যদিও এইবাৰ ইয়াৰ বেছিভাগ মেচ ঘৰুৱা, গতিকে যিকোনো মূল্যৰ বিনিময়ত পৰৱৰ্তী প্ৰতিযোগিতাত জয়ী হ’ব বিচাৰিব।

ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ আফ্ৰিকাই অক্টোবৰৰ পৰা নিজৰ অভিযান আৰম্ভ কৰিব। পাকিস্তানত টেষ্ট শৃংখলা খেলিব, আনহাতে দক্ষিণ আফ্ৰিকাৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ বাবে, যেতিয়া তেওঁলোকৰ দলটোৱে ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন টেষ্ট শৃংখলা খেলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketWorld Test ChampionWTC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
জীৱনশৈলী

January 15, 2026
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট
জীৱনশৈলী

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

January 15, 2026
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত
জীৱনশৈলী

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

January 14, 2026
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
জীৱনশৈলী

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

January 14, 2026
Next Post
অতিকে শোকাৱহ, নদী দলং ভাঙি উটি গ’ল ৩০, কেইজনৰে সলিল সমাধি হোৱাৰ আশংকা

অতিকে শোকাৱহ, নদী দলং ভাঙি উটি গ'ল ৩০, কেইজনৰে সলিল সমাধি হোৱাৰ আশংকা

কাইলৈ ১৬ জুনৰ পৰা ৫টা ৰাশিৰ অন্ত পৰিব বেয়া দিন, মুকলি হ’ব সফলতাৰ নতুন বাট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন