• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ সূচী ঘোষণা, ভাৰতীয় দলে কেতিয়া আৰু কাৰ বিৰুদ্ধে খেলিব?

পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ সূচী ঘোষণা, ভাৰতীয় দলে কেতিয়া আৰু কাৰ বিৰুদ্ধে খেলিব?

1 year ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

34 minutes ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

1 hour ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

2 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

3 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

3 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

4 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

5 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

6 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

7 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

7 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

8 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ সূচী ঘোষণা, ভাৰতীয় দলে কেতিয়া আৰু কাৰ বিৰুদ্ধে খেলিব?

editor by editor
June 15, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ সূচী ঘোষণা, ভাৰতীয় দলে কেতিয়া আৰু কাৰ বিৰুদ্ধে খেলিব?
0
SHARES
861
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ সূচী ঘোষণা, ভাৰতীয় দলে কেতিয়া আৰু কাৰ বিৰুদ্ধে খেলিব?

দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ২০২৩-২৫ খিতাপ জয় কৰাৰ এদিন পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিছে ডব্লিউ টি চি ২০২৫-২৭ৰ সূচী। ইয়াত ৯টা দলৰ মাজত মুঠ ৭১খন খেল অনুষ্ঠিত হ’ব। ১৭ জুনৰ পৰা আৰম্ভ হ’ব এই খেল।

প্ৰথমখন খেল শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত শ্ৰীলংকাৰ গালেত অনুষ্ঠিত হ’ব। সূচী অনুসৰি এইবাৰ অষ্ট্ৰেলিয়াই সৰ্বাধিক ২২খন খেল খেলিব, আনহাতে ইংলেণ্ডে ২১খন খেল খেলিব লাগিব। চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া এছেছ ছিৰিজৰ সময়ত দুয়োটা দলৰ মাজত মুখামুখি হ’ব।
আনহাতে টিম ইণ্ডিয়াই ২০ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ জৰিয়তে অভিযান আৰম্ভ কৰিব। এই মেচখন লিডছত অনুষ্ঠিত হ’ব।

শুভমন গিলৰ নেতৃত্বত টিম ইণ্ডিয়াই ডব্লিউ টি চি ২০২৫-২৭ৰ সময়ছোৱাত মুঠ ১৮খন টেষ্ট মেচ খেলিব। ২০ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ৫ টেষ্ট শৃংখলাৰ আৰম্ভ হ’ব। ইয়াৰ পিছত টিম ইণ্ডিয়াই ঘৰুৱা ক্ষেত্ৰত ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিব। ইয়াৰ উপৰিও শ্ৰীলংকা আৰু নিউজিলেণ্ড ভ্ৰমণলৈ গৈ টেষ্ট মেচ খেলিব।

ভাৰতীয় দলে কাৰ বিৰুদ্ধে কেইখন খেল খেলিব-
ইংলেণ্ড : ৫ খন মেচ
ৱেষ্ট ইণ্ডিজ: ২ খন মেচ
দক্ষিণ আফ্ৰিকা: ২খন মেচ
অষ্ট্ৰেলিয়া: ৫খন মেচ
শ্ৰীলংকাঃ ২ খন মেচ
নিউজিলেণ্ড: ২ খন মেচ

WTC 2023-25 ত ভাৰতীয় দলে তৃতীয় স্থানতে সন্তুষ্ট হ’বলগীয়া হয় যদিও এইবাৰ ইয়াৰ বেছিভাগ মেচ ঘৰুৱা, গতিকে যিকোনো মূল্যৰ বিনিময়ত পৰৱৰ্তী প্ৰতিযোগিতাত জয়ী হ’ব বিচাৰিব।

ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ আফ্ৰিকাই অক্টোবৰৰ পৰা নিজৰ অভিযান আৰম্ভ কৰিব। পাকিস্তানত টেষ্ট শৃংখলা খেলিব, আনহাতে দক্ষিণ আফ্ৰিকাৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ বাবে, যেতিয়া তেওঁলোকৰ দলটোৱে ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন টেষ্ট শৃংখলা খেলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketWorld Test ChampionWTC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Next Post
অতিকে শোকাৱহ, নদী দলং ভাঙি উটি গ’ল ৩০, কেইজনৰে সলিল সমাধি হোৱাৰ আশংকা

অতিকে শোকাৱহ, নদী দলং ভাঙি উটি গ'ল ৩০, কেইজনৰে সলিল সমাধি হোৱাৰ আশংকা

কাইলৈ ১৬ জুনৰ পৰা ৫টা ৰাশিৰ অন্ত পৰিব বেয়া দিন, মুকলি হ’ব সফলতাৰ নতুন বাট

কাইলৈ ১৬ জুনৰ পৰা ৫টা ৰাশিৰ অন্ত পৰিব বেয়া দিন, মুকলি হ’ব সফলতাৰ নতুন বাট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.