• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
RCB

WPL ৰ খিতাপ জিনিলে RCB এ; কোনে পালে কিমান প্ৰাইজমানী?

2 years ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

11 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

13 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

13 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

2 days ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

2 days ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 days ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

2 days ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

2 days ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

2 days ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

WPL ৰ খিতাপ জিনিলে RCB এ; কোনে পালে কিমান প্ৰাইজমানী?

editor by editor
March 18, 2024
in ক্ৰীড়া
0
RCB
0
SHARES
506
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ই চালা কাপ নামদে’ নহয় ‘ই চালা কাপ নামদু’। অৰ্থাৎ ‘এইবছৰ কাপ আমাৰ হ’ব’ নহয় ‘এইবছৰ কাপ আমাৰ হ’ল’। এটা ফ্ৰেন্সাইজীৰ ১৬ বছৰৰ অপেক্ষা। আইপিএলত এইপৰ্যন্ত এটাও ট্ৰফী জয় কৰিবলৈ সক্ষম হোৱা নাই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে। ২০২৩ত সূচনা হৈছিল WPL (ৱমেনছ প্ৰিমিয়াৰ লীগ)ৰ। প্ৰথম সংস্কৰণত ব্যৰ্থ হোৱা RCB এ এইবাৰ তুলি ধৰিলে WPL ৰ ট্ৰফী।

দেওবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সপোন সাৰ্থক হ’ল RCB ৰ লগতে দলটোৰ হাজাৰ হাজাৰ অনুৰাগীৰ। স্মৃতি মন্ধানাৰ নেতৃত্বত WPL ৰ খিতাপ জিনিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে। উৎফুল্লিত হৈ ভিডিঅ’ কলৰ জৰিয়তে শুভেচ্ছা জনালে বিৰাট কোহলীয়ে। WPL ৰ চূড়ান্ত বিজয়ী RCB এ ট্ৰফীৰ লগতে লাভ কৰে ৬ কোটি টকাৰ প্ৰাইজমানী। আনহাতে, ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে WPL ৰ ফাইনেলত উপনীত হৈয়ো খিতাপ দখলত থমকি ৰোৱা দিল্লী কেপিটেলছে লাভ কৰে ৩ কোটি টকা।

WPL ত দলৰ বিজয়ত অন্যতম ভুমিকা পালন কৰা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ তাৰকা অলৰাউণ্ডাৰ এলিছ পেৰীয়ে টুৰ্ণামেণ্টত সৰ্বাধিক ৩৪৭ ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপৰ লগতে লাভ কৰে ৫ লাখ টকা। ফাইনেল মেচত তীক্ষ্ণ বলিঙেৰে দিল্লী কেপিটেলছক কম ৰানত বান্ধি ৰখা শ্ৰেয়াংকা পাটিলে এমাৰজিং প্লেয়াৰ অব দ্য ইয়াৰ বঁটা আৰু ৫ লাখ টকা লাভ কৰে। শ্ৰেয়াংকাই টুৰ্ণামেণ্টত সৰ্বাধিক উইকেট দখলৰো কৃতিত্ব অৰ্জন কৰে। ১৩টা উইকেট দখল কৰা শ্ৰেয়াংকাই পাৰ্পল কেপৰ লগতে লাভ কৰে ৫ লাখ টকা।

WPL ত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়োৱা ইউপি ৱাৰিয়ৰ্ছৰ দিপ্তী শৰ্মাই লাভ কৰে মোষ্ট ভেল্যুৱেবল প্লেয়াৰৰ সন্মান। দিপ্তীয়ে লাভ কৰে পাঁচ লাখ টকাৰ প্ৰাইজমানী। WPL ৰ এইবাৰৰ ছিজনত সৰ্বাধিক ছিক্সাৰ কোবোৱা বাবে শ্বেফালী বাৰ্মাই লাভ কৰে ৫ লাখ টকাৰ প্ৰাইজমানী। WPL ২০২৪ ত শ্বেফালিয়ে সৰ্বমুঠ ২০ টা ছিক্সাৰ কোবায়।

ৱমেনছ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন RCB এ লাভ কৰে এই ছিজনৰ ফেয়াৰ প্লে এৱাৰ্ড। ইয়াৰ বাবে দলটোৱে লাভ কৰে অতিৰিক্ত ৫ লাখ টকাৰ প্ৰাইজমানী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rcbsmriti mandhanawplwpl prize money
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

January 20, 2026
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ
ক্ৰীড়া

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

January 3, 2026
টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ
ক্ৰীড়া

টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

December 21, 2025
টি-২০ত ভাৰতৰ দপদপনি, দক্ষিণ আফ্ৰিকাক হৰুৱাই ২০২৫ৰ সফল সামৰণি
ক্ৰীড়া

টি-২০ত ভাৰতৰ দপদপনি, দক্ষিণ আফ্ৰিকাক হৰুৱাই ২০২৫ৰ সফল সামৰণি

December 20, 2025
Next Post
হোৱাটছএপ

হোৱাটছএপৰ নতুন ফীচাৰঃ আপুনি উদ্দেশ্য কৰি দিয়া লোকজনে চাব লাগিব আপোনাৰ হোৱাটছএপ ষ্টেটাছ!

প্ৰেম মানি নোলোৱাই ভুল!  যুৱকৰ ওচৰৰ পৰা কোনোমতে পলাই প্ৰাণ ৰক্ষা যুৱতীৰ

প্ৰেম মানি নোলোৱাই ভুল! যুৱকৰ ওচৰৰ পৰা কোনোমতে পলাই প্ৰাণ ৰক্ষা যুৱতীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.