• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ মহাশিৱৰাত্ৰিত ৰুদ্ৰাক্ষ পৰিধান কৰিলে পাব শিৱৰ বিশেষ আশীৰ্বাদ, জানক ৰুদ্ৰাক্ষ পিন্ধাৰ নিয়ম

কাইলৈ মহাশিৱৰাত্ৰিত ৰুদ্ৰাক্ষ পৰিধান কৰিলে পাব শিৱৰ বিশেষ আশীৰ্বাদ, জানক ৰুদ্ৰাক্ষ পিন্ধাৰ নিয়ম

2 years ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

13 minutes ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

52 minutes ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

2 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

15 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

16 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

16 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

16 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

17 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

18 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

18 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

19 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ মহাশিৱৰাত্ৰিত ৰুদ্ৰাক্ষ পৰিধান কৰিলে পাব শিৱৰ বিশেষ আশীৰ্বাদ, জানক ৰুদ্ৰাক্ষ পিন্ধাৰ নিয়ম

editor by editor
February 25, 2025
in জীৱনশৈলী, বিনোদন, ভাৰত
0
কাইলৈ মহাশিৱৰাত্ৰিত ৰুদ্ৰাক্ষ পৰিধান কৰিলে পাব শিৱৰ বিশেষ আশীৰ্বাদ, জানক ৰুদ্ৰাক্ষ পিন্ধাৰ নিয়ম
0
SHARES
518
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ মহাশিৱৰাত্ৰিত ৰুদ্ৰাক্ষ পৰিধান কৰিলে পাব শিৱৰ বিশেষ আশীৰ্বাদ, জানক ৰুদ্ৰাক্ষ পিন্ধাৰ নিয়ম

ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশ দিনা মহাশিৱৰাত্ৰি পালন কৰা হয়। এই দিনটোত ভগৱান মহাদেৱক পূজা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰি। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোতে শংকৰ আৰু পাৰ্বতীৰ বিবাহ হৈছিল।

হিন্দু ধৰ্মত ৰুদ্ৰাক্ষ অতি গুৰুত্বপূৰ্ণ। ভগৱান মহাদেৱে নিজেই ৰুদ্ৰাক্ষ অলংকাৰ হিচাপে পিন্ধিছিল। ৰুদ্ৰাক্ষক ভগৱান শিৱৰ অংগ বুলি গণ্য কৰা হয়। ৰুদ্ৰাক্ষ পিন্ধিলে ভগৱান শিৱৰ পৰা বিশেষ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয়।

ৰুদ্ৰাক্ষক পৰিধান কৰিবলৈ উত্তম দিন হ’ল অমাৱস্যা, পূৰ্ণিমা, শ্ৰৱণ মাহৰ সোমবাৰ আৰু শিৱৰাত্ৰি। ইয়াৰ ভিতৰত মহাশিৱৰাত্ৰি হৈছে ৰুদ্ৰাক্ষ পৰিধানৰ বাবে আটাইতকৈ উপযুক্ত দিন। ডিঙিত বা হাতত ৰুদ্ৰাক্ষ পিন্ধিব পাৰে। অৱশ্যে ৰুদ্ৰাক্ষ পৰিধানৰ কিছু নিয়ম আছে।

ৰুদ্ৰাক্ষ পৰিধানৰ নিয়ম-

ৰুদ্ৰাক্ষক ডিঙিত মালা হিচাপে বা হাতত ব্ৰেচলেট হিচাপে পিন্ধিব পাৰে।
ৰুদ্ৰাক্ষ পিন্ধাৰ আগতে গাখীৰ বা সৰিয়হৰ তেলেৰে ভালদৰে পৰিষ্কাৰ কৰিব লাগে।
ৰুদ্ৰাক্ষ পৰিধান কৰি ভগৱান শিৱৰ মহামন্ত্ৰ ‘অম নমঃ শিৱায়’ জপ কৰক।
যদি আপুনি হাতত ৰুদ্ৰাক্ষ পিন্ধিব বিচাৰে তেন্তে ক’লা সূতাৰে কেতিয়াও নাবান্ধিব।
কেতিয়াও কাকো উপহাৰ হিচাপে ৰুদ্ৰাক্ষ নিদিব বা কাৰো পৰা ৰুদ্ৰাক্ষ গ্ৰহণ নকৰিব।
ৰুদ্ৰাক্ষ পিন্ধি কেতিয়াও মদ বা মাংস স্পৰ্শ নকৰিব।
ৰুদ্ৰাক্ষ পিন্ধি শ্মশানলৈ নাযাব।
ঘৰত সন্তান জন্ম হ’লে ৰুদ্ৰাক্ষ পিন্ধিব নালাগে।
মহিলাসকলে মাহেকীয়াৰ সময়ত ৰুদ্ৰাক্ষ পৰিধান কৰিব নালাগে।
গংগা পানীত মাজে মাজে ৰুদ্ৰাক্ষ ধুই লোৱাটো জৰুৰী। ফলত ৰুদ্ৰাক্ষৰ বিশুদ্ধতা অটুট থাকে।

ৰুদ্ৰাক্ষ পিন্ধাৰ উপকাৰিতা-

ৰুদ্ৰাক্ষ পৰিধান কৰিলে যিকোনো গ্ৰহৰ বেয়া প্ৰভাৱ দূৰ হয়।
ৰুদ্ৰাক্ষই দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে।
ৰুদ্ৰাক্ষই ঋণাত্মক শক্তিৰ বিৰুদ্ধে ঢালৰ কাম কৰে।
১৪ বছৰৰ তলৰ শিশুৱে যদি ছয়মুখীয়া ৰুদ্ৰাক্ষ পৰিধান কৰে তেন্তে তেওঁলোকৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ বাঢ়িব।
ৰুদ্ৰাক্ষই মনক শান্ত কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Maha SivratriRudrakshaSiva PujaSivratri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?
জীৱনশৈলী

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

August 28, 2026
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

August 27, 2026
Next Post
নিউজিলেণ্ডৰ বিৰুদ্ধে খেলৰ পৰা বাহিৰ হ’ব পাৰে ভাৰতৰ অন্যতম সুদক্ষ খেলুৱৈগৰাকী !

নিউজিলেণ্ডৰ বিৰুদ্ধে খেলৰ পৰা বাহিৰ হ'ব পাৰে ভাৰতৰ অন্যতম সুদক্ষ খেলুৱৈগৰাকী !

মেষ-মিথুন-সিংহৰ কাইলৈৰ পৰা মহাসুখ, ৬০ বছৰৰ পিছত মহাশিৱৰাত্ৰিত বিৰল যোগ

মেষ-মিথুন-সিংহৰ কাইলৈৰ পৰা মহাসুখ, ৬০ বছৰৰ পিছত মহাশিৱৰাত্ৰিত বিৰল যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.