• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্চেণ্ট নেভি অফিচাৰৰ সৈতে পত্নীয়ে কিয় কৰিলে এই কাণ্ড, কেনেকৈ ৰচিছিল পৰিকল্পনা, সবিশেষ স্বীকাৰোক্তি

মাৰ্চেণ্ট নেভি অফিচাৰৰ সৈতে পত্নীয়ে কিয় কৰিলে এই কাণ্ড, কেনেকৈ ৰচিছিল পৰিকল্পনা, সবিশেষ স্বীকাৰোক্তি

1 year ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

56 minutes ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

1 hour ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

3 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

3 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

4 hours ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

5 hours ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

5 hours ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

6 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

8 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

8 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

9 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মাৰ্চেণ্ট নেভি অফিচাৰৰ সৈতে পত্নীয়ে কিয় কৰিলে এই কাণ্ড, কেনেকৈ ৰচিছিল পৰিকল্পনা, সবিশেষ স্বীকাৰোক্তি

মাৰ্চেণ্ট নেভি অফিচাৰৰ সৈতে পত্নীয়ে কিয় কৰিলে এই কাণ্ড, কেনেকৈ ৰচিছিল পৰিকল্পনা, সবিশেষ স্বীকাৰোক্তি

editor by editor
March 20, 2025
in অপৰাধ, জীৱনশৈলী
0
মাৰ্চেণ্ট নেভি অফিচাৰৰ সৈতে পত্নীয়ে কিয় কৰিলে এই কাণ্ড, কেনেকৈ ৰচিছিল পৰিকল্পনা, সবিশেষ স্বীকাৰোক্তি
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাৰ্চেণ্ট নেভি অফিচাৰ সৌৰভ ৰাজপুতক নৱেম্বৰৰ পৰাই হত্যাৰ চেষ্টা চলাই আহিছিল পত্নী মুস্কানে৷ কেনেকৈ হত্যা কৰিব তাৰ পৰিকল্পনা ৰচিছিল মুস্কানে৷ এই পৰিকল্পনা জনাইছিল প্ৰেমিক ছাহিলক৷ কেনেকৈ প্ৰেমিক ছাহিলক এই হত্যাকাণ্ডৰ বাবে ৰাজি কৰোৱা যায় তাৰো ন ন কৌশল বিচাৰিছিল মুস্কানে৷ অৱশেষত এটা কৌশলে লগ দিলে৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি মুস্কানে তেওঁৰ প্ৰেমিকক কৈছিৱ যে সৌৰভৰ মৃত্যু খুবেই জৰুৰী৷ কেৱল সেয়াই নহয় কেনেকৈ হত্যা কৰিব সেই উপায় বিচাৰিবলৈ সামাজিক মাধ্যমৰো সহায় লবলৈ কৈছিল ছাহিলক৷

স্নেপচাটত এটা ভুৱা একাউণ্ট খুলিছিল মুস্কানে৷ তাৰ পৰাই প্ৰেমিক ছাহিলক মেছেজ কৰিছিল মুস্কানে৷ সৌৰভক হত্যা কৰা খুবেই প্ৰয়োজন৷ সৌৰভৰ মৃত্যু নিশ্চিতভাৱে কৰিবই লাগিব৷ এই ধৰণৰ মেছেজ লেথাৰিকৈ কৰিছিল মুস্কানে৷ কেৱল সেয়াই নহয় এই ধাৰণাক বিশ্বাসলৈ বদলি কৰিবলৈ ছাহিলৰ মৃত মাতৃৰ কথাও দোহাই দিছিল৷ কেইবছৰ মান পূৰ্বে ছাহিলৰ মাতৃৰ মৃত্যু হৈছে৷ মাতৃৰ মৃত্যুত মন মাৰি পেলাইছিল ছাহিলে৷ ছাহিলৰ মনৰ অৱস্থাৰ বুজ লৈ মাতৃৰ নাম লৈ সেয়ে ব্লেকমেইল আৰম্ভ কৰিছিল মুস্কানে৷

ছাহিলক মুস্কানে কৈছিল, ‘তোমাৰ মাতৃৰ আত্মাই বিচাৰিছে সৌৰভৰ মৃত্যু হোৱা উচিত৷ সেয়ে বাৰে বাৰে সেই সংকেতেই দিছো তোমাক৷’ এই ধৰণৰ কথা কৈয়ে ছাহিলক মেনেজ কৰিছিল মুস্কানে৷ মুস্কানে স্বামী সৌৰভ সন্দৰ্ভতো ভুল তথ্য দিছিল ছাহিলক৷ সৌৰভ মাৰ্চেণ্ট নেভি অফিচাৰ নহয়, লণ্ডনৰ এটা বেকাৰিত কাম কৰা শ্ৰমিক বুলি কৈছিল৷ এই সমূহ তথ্য প্ৰকাশ কৰিছে ছাহিলে৷ ছাহিলে নিজা স্বীকাৰোক্তিত দাঙি ধৰিছে এইসমূহ তথ্য৷
ছাহিলে স্বীকাৰোক্তিত জনাইছে, কেনেকৈ মুস্কান আৰু ছাহিলে মিলি বজাৰৰ পৰা মাংস কটা চুৰি ক্ৰয় কৰি আনিছিল৷ নিষিদ্ধ টোপনিৰ ঔষধো আনিছিল৷ ২২০ লিটাৰৰ এটা পানীৰ ড্ৰাম আৰু ৫০ কিঃগ্ৰাঃ চিমেণ্ট কিনি আনিছিল৷ ৪ মাৰ্চত সৌৰভে মুস্কানৰ সৈতে দেখা কৰিবলৈ আহে৷ একেলগে দুয়ো খোৱাবোৱাও কৰে৷ তদন্তকাৰী বিষয়াই জনাইছে যে সৌৰভৰ খাদ্যৰ সৈতে টোপনিৰ ঔষধ মিহলাই দিছিল মুস্কানে৷ ইয়াৰ পূৰ্বে যেতিয়া ঘৰলৈ আহিছিল তেতিয়াও মুস্কানে খাদ্যত টোপনিৰ ঔষধ মিহলাই দিছিল৷ সেইবাৰ গভীৰ টোপনি গলেও অচেতন নোহোৱাত হত্যা কৰিব নোৱাৰিলে বুলি জনাইছে ছাহিলে৷
সেই ঘটনাৰ পৰা শিক্ষা লৈ দ্বিতীয়বাৰ সম্পূৰ্ণ প্ৰস্তুতি লৈছিল দুয়োৱে৷ এইবাৰ ঔষধৰ ডোজ বঢ়াই খাদ্যৰ সৈতে মিহলাই দিছিল৷ সেই খাদ্য গ্ৰহণৰ পাছতেই অচেতন হৈ পৰে সৌৰভ৷ অচেতন হোৱাৰ পাছতেই সৌৰভৰ বুকুত চুৰিৰে আঘাত কৰে মুস্কানে৷ কিছু ক্ষণৰ ভিতৰতেই সেই স্থানত ছাহিলো হাজিৰ হয়৷ বজাৰৰ পৰা ক্ৰয় কৰি অনা মাংস কটা চুৰিৰে সৌৰভৰ শৰীৰ টুকুৰা টুকুৰ কৰি পেলায়৷ নিশাৰ ভিতৰতেই এই কাম কৰিছিল দুয়োৱে৷ তাৰপিছত ড্ৰামৰ ভিতৰত চিমেণ্ট ঢালে আৰু দেহৰ অংশ৷ তাৰপিছতেই ড্ৰামৰ মুখো চিমেণ্টেৰে বন্ধ কৰি দিয়ে যাতে কোনেও সন্ধান উলিয়াব নোৱাৰে৷ সেই ড্ৰাম সুবিধা বুজি পেলোৱাৰো সিদ্ধান্ত লৈছিল দুয়োৱে৷ কোনোৱে যাতে সন্দেহ নকৰে তাৰবাবে দুয়ো এই কামৰ পূৰ্বে হিমাচল প্ৰদেশ ফুৰিবলৈ যায়৷ তাৰপৰা সোমবাৰে উভতি আহি সেই ড্ৰাম পেলোৱাৰ পৰিকল্পনা কৰিছিল মুস্কান আৰু ছাহিলে কিন্তু তাৰপূৰ্বেই আৰক্ষীৰ হাতত ধৰা পৰে দুই হত্যাকাৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক
জীৱনশৈলী

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

August 6, 2026
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক
জীৱনশৈলী

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

August 6, 2026
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান
জীৱনশৈলী

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

August 6, 2026
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!
জীৱনশৈলী

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

August 6, 2026
Next Post
মঙ্গল গ্ৰহত কেতিয়াৰে পৰা বাস কৰিব মানুহে? এলন মাস্কে জনাই দিলে সময়, মঙ্গলত বসতি স্থাপনক লৈ কি কি ক’লে মাস্কে?

মঙ্গল গ্ৰহত কেতিয়াৰে পৰা বাস কৰিব মানুহে? এলন মাস্কে জনাই দিলে সময়, মঙ্গলত বসতি স্থাপনক লৈ কি কি ক’লে মাস্কে?

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.