• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙ্গল গ্ৰহত কেতিয়াৰে পৰা বাস কৰিব মানুহে? এলন মাস্কে জনাই দিলে সময়, মঙ্গলত বসতি স্থাপনক লৈ কি কি ক’লে মাস্কে?

11 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙ্গল গ্ৰহত কেতিয়াৰে পৰা বাস কৰিব মানুহে? এলন মাস্কে জনাই দিলে সময়, মঙ্গলত বসতি স্থাপনক লৈ কি কি ক’লে মাস্কে?

মঙ্গল গ্ৰহত কেতিয়াৰে পৰা বাস কৰিব মানুহে? এলন মাস্কে জনাই দিলে সময়, মঙ্গলত বসতি স্থাপনক লৈ কি কি ক’লে মাস্কে?

editor by editor
March 20, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
মঙ্গল গ্ৰহত কেতিয়াৰে পৰা বাস কৰিব মানুহে? এলন মাস্কে জনাই দিলে সময়, মঙ্গলত বসতি স্থাপনক লৈ কি কি ক’লে মাস্কে?
0
SHARES
599
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধনৰ অভাৱ নাই৷ ধনেৰেই যি ইচ্ছা তাকেই কৰিছে তেওঁ৷ এইবাৰো তেনে এক অস্বাভাৱিক কামকেই স্বাভাৱিক কৰি তোলাৰ মন৷ সেইমতে কামো কৰিছে৷ বহুদিন ধৰি মঙল গ্ৰহলৈ মানুহ পঠিওৱাৰ কামত তেওঁ মগ্ন৷ তেওঁ আন কোনো নহয়, তেওঁ স্পেছ এক্সৰ মালিক এলন মাস্ক৷ এইবাৰ এলন মাস্কে দিলে মঙলত মানুহ পঠিওৱাৰ ডেডলাইন কেতিয়া৷

এলন মাস্ক মানেই সংবাদ শিৰোনাম৷ তেওঁৰ ব্যতিক্ৰমী কাৰ্যকলাপে বিশ্বক আকৰ্ষিত কৰে৷ শেহতীয়াকৈ তেওঁ কৰা ভাল কামৰ প্ৰশংসাও বিশ্ববাসীয়ে কৰিছে৷ তেওঁৰ স্পেছ এক্সৰ প্ৰচেষ্টাতেই পৃথিৱীলৈ সুকলমে উভতি আহিছে সুনীতা উইলিয়ামছসহ ৪ নভোশ্চৰ৷ সেই স্পেছ এক্সেই এইবাৰ আন এক অসাধ্য সাধন কৰিবলৈ আগবাঢ়িছে৷ বহুদিন ধৰি মঙ্গলত মানুহৰ বসতি হব বুলি জনাই অহা মাস্কে জনাই দিছে কেতিয়া পৃথিৱীৰ পৰা মানুহ মঙ্গললৈ যাব৷

https://x.com/elonmusk/status/1902253573200629878

এলন মাস্কে জনাই দিছে যে আগন্তুক ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত মঙ্গলৰ বুকুত মানুহে বসতি স্থাপন কৰিব৷ তেওঁৰ প্ৰতিষ্ঠান স্পেছ এক্সে সেই কাম কৰিব৷ এই কামক বাস্তৱ ৰূপ দিবলৈ কি কি কাম কৰাটো জৰুৰী সেই কথা তেওঁ নিজৰ এক্স হেণ্ডেলত জনাই দিছে৷

মাস্কক প্ৰশ্ন কৰা হৈছিল যে তেওঁ কেনেকৈ মঙ্গললৈ মানুহ পঠিওৱাৰ ডেডলাইন এতিয়াই দি দিলে৷ তেতিয়া তেওঁ কয় যে আগন্তুক ২০-৩০ বছৰৰ ভিতৰত এই প্ৰশ্নৰ উত্তৰ সকলোৱে কামে কাজে পাব৷ সুনীতা হঁতৰ দলটোক সুকলমে উভতাই অনাৰ বাবে এলন মাস্কে তেওঁৰ কৰ্মীসকলক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছে৷ নাছাৰ সৈতে একজোট হৈ যি কাম তেওঁৰ প্ৰতিষ্ঠানৰ কৰ্মীয়ে কৰিছে সেয়া প্ৰশংসাৰ যোগ্য৷ তেওঁলোকৰ অফিচলৈকো আহিব দুই মহাকাশচাৰী৷ স্পেছ এক্সৰ কামক প্রশংসা কৰিছে নাছাইয়ো৷ তেওঁলোকেও মাস্কৰ প্ৰযুক্তিক কামত লগাব বুলি জনাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

৯ মাহ মহাকাশ ষ্টেচনত থাকি কি কি গৱেষণা কৰিলে সুনীতাহঁতে? সবিশেষ তথ্যত কি জনাইছে NASAই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন