• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৪ গুণৰ অধিকাৰী হয় কন্যা ৰাশিৰ জাতক, জানি থওক তেওঁলোকৰ দৃষ্টিভংগী কেনে?

2 years ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

15 minutes ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

39 minutes ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

56 minutes ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

1 hour ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

2 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

3 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

4 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

6 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৪ গুণৰ অধিকাৰী হয় কন্যা ৰাশিৰ জাতক, জানি থওক তেওঁলোকৰ দৃষ্টিভংগী কেনে?

এই ৪ গুণৰ অধিকাৰী হয় কন্যা ৰাশিৰ জাতক, জানি থওক তেওঁলোকৰ দৃষ্টিভংগী কেনে?

editor by editor
July 6, 2024
in জীৱনশৈলী, বিবিধ
0
এই ৪ গুণৰ অধিকাৰী হয় কন্যা ৰাশিৰ জাতক, জানি থওক তেওঁলোকৰ দৃষ্টিভংগী কেনে?
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিভিন্ন ৰাশিৰ জাতকৰ মানসিকতা আৰু আচাৰ ব্যৱহাৰ ভিন্ন ভিন্ন ধৰণৰ হয়৷ সকলো ৰাশিৰ জাতকৰেই আছে পৃথক বৈশিষ্ট্য৷ জানি থওক কন্যা ৰাশিৰ জাতক সাধাৰণতে কেনে প্ৰকৃতিৰ হয়? কিয় নিখুত কাম পছন্দ হয় এই ৰাশিৰ জাতকৰ? কন্যা ৰাশি সন্দৰ্ভত জ্যোতিষ শাস্ত্ৰই কি কয়?

একাধিক ষ্টেৰিঅ’টাইপত জৰিত থাকে কন্যা ৰাশিৰ জাতক৷ এওঁলোকৰ সৈতে হাস্যৰসিক, জটিল আদি নানান উপনাম জৰিত হৈ থাকে৷ যিকোনো কাম হাতত হ’লে এওঁলোকে যথোপুৰুসাধ্য কৰে৷ বহু লোকে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি থাকে৷ এই ৰাশিৰ জাতকে যোগসূত্ৰ ৰক্ষা কৰা, নিজকে প্ৰকাশ কৰা, কোনো সম্পৰ্ক ৰক্ষা কৰা আদি দায়িত্ব সূচাৰুৰূপে পালন কৰে৷

নিৰৱ পৰ্যবেক্ষক

কন্যা ৰাশি সৰ্বাধিক অনুভৱক্ষম ৰাশি চিহ্ন৷ অন্যলোকক তেওঁলোকে প্ৰায়সময়তে পৰ্যবেক্ষণ কৰে কিন্তু তেওঁলোকে আপোনাৰ পৰ্যবেক্ষণ কৰি আছে সেই কথা কিন্তু অনুভৱ কৰিব নিদিয়ে৷ আপোনাক ভাল বন্ধু বুলি কৈ বহু কথা আপোনাৰ পৰা ওলিয়াই ল’ব পাৰে৷ অৱশ্যে অন্যৰ কথা জনাত আগ্ৰহী থাকোতে নিজৰ অস্তিত্বক লৈয়ো কেতিয়াবা অসুবিধা আহে৷

মেনেজমেন্ট

সকলো সমস্যাৰ তাৎক্ষণিক সমাধান, কঠিন কোনো আলোচনাক কৌশলৰ মাধ্যমেৰে সমাধা কৰাত এওঁলোক পাকৈত৷ অত্যধিক চিন্তাপ্ৰৱণ হোৱাৰ বাবেই যিকোনো পৰিস্থিতিতেই পৰিকল্পনা কৰি ৰখা এওঁলোকৰ স্বভাৱ৷ এওঁলোক সদায়ে বন্ধুৰ বাবে কৃতজ্ঞ হয়৷

বিশ্লেষক

সমস্ত কন্যা ৰাশিৰ জাতকৰ ব্যৱহাৰিক দৃষ্টিভংগী অত্যন্ত শক্তিশালী৷ এওঁলোক জীৱনৰ প্ৰতি বহু বেছি বিশ্লেষণাত্মক আৰু যুক্তিবাদী চিন্তাধাৰাৰ৷ বুদ্ধিৰ চাতুৰ্যৰে বুদ্ধিমত্তাৰে তেওঁলোক আগুৱাই৷

জ্ঞানী

এই ৰাশিৰ জাতক জ্ঞানীও হয়৷ যিকোনো পৰিস্থিতিক নিজকে তেওঁলোকে নিজেই ধৰি ৰাখিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক
জীৱনশৈলী

March 30, 2026
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা
জীৱনশৈলী

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

March 30, 2026
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ
জীৱনশৈলী

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

March 30, 2026
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ
জীৱনশৈলী

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

March 30, 2026
Next Post
অপেক্ষা ৪.৩০ বজালৈ, ভাৰতীয় পুৰুষ দলৰ হৈ প্ৰথমবাৰৰ বাবে খেলপথাৰত নামিব অসমৰ ৰিয়ানে

হতাশ তীৰ্থযাত্ৰী! গলি পানী হৈ পৰিছে অমৰনাথৰ বিশেষ শিৱলিংগ, বন্ধ কৰি দিয়া হ’ল নেকি যাত্ৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন