• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ বিশ্বত পেণ্ডামিকৰ আশংকা

আকৌ বিশ্বত পেণ্ডামিকৰ আশংকা

6 months ago
ছানী দেউল

নিশা ৰাজপথত নিচাসক্ত হৈ ঘূৰি ফুৰিছিল ছানী দেউল, অৱশেষত ভাঙিলে ভুল

2 hours ago
এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

1 day ago
ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

1 day ago
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

2 days ago
এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

2 days ago
মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

2 days ago
পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

3 days ago
বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

3 days ago
শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

3 days ago
এনিমেল

বক্স অফিচত ‘এনিমেল’ৰ গৰ্জন, চেৰ পেলালে ‘পাঠান’ক

4 days ago
কপিল শৰ্মা

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

6 days ago
আৰক্ষী

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

6 days ago
  • About
  • Advertise
  • Careers
Wednesday, December 6, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

আকৌ বিশ্বত পেণ্ডামিকৰ আশংকা

editor by editor
May 26, 2023
in ক'ভিড-১৯, বিশ্ব
0
আকৌ বিশ্বত পেণ্ডামিকৰ আশংকা
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ভিড অতিমাৰীৰ ভয়াৱহতাই এতিয়াও আতংকিত কৰে বিশ্ববাসীক। এই অতিমাৰীয়ে যোৱা কেইবছৰত বিশ্ব অৰ্থনীতিত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছে। গোটেই বিশ্বজুৰি বহু লোকৰ এই অতিমাৰীয়ে প্ৰাণ কাঢ়িলে।

বিগত আঢ়ৈবছৰত বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাৰ অস্থিৰতা বৰ্তমানো একেবাৰে সুস্থিৰ হোৱা নাই। ক’ভিডৰ আৰম্ভণিতে আমেৰিকা আৰু ইউৰোপৰ দেশসমূহত এক বিধ্বস্ত অৰ্থনৈতিক অৱস্থাৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত বিভিন্ন দেশৰ বন্ধ হৈ গৈছিল উত্পাদন ব্যৱস্থা। হঠাত জীৱিকাবিহীন হৈ গৈছিল বহু লোক।

শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ট্ৰেডছ আধানম ঘেব্ৰিয়েছাছে পুনৰ ভয়াৱহ অতিমাৰীয়ে বিশ্বত সন্ত্ৰাস চলাব পাৰে বুলি সতৰ্কবাণী দিয়ে। ৭৬ সংখ্যক বিশ্ব স্বাস্থ্য সন্মিলনত এই কথা ঘোষণা কৰে ঘেব্ৰিয়েছাছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান
বিশ্ব

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

December 4, 2023
এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?
জীৱনশৈলী

এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?

November 27, 2023
ভঙাৰ পথত মেছিৰ বিবাহ! মেছিৰ পৰকীয়া সম্পৰ্কক লৈ তোলপাৰ ফুটবল বিশ্ব
ক্ৰীড়া

ভঙাৰ পথত মেছিৰ বিবাহ! মেছিৰ পৰকীয়া সম্পৰ্কক লৈ তোলপাৰ ফুটবল বিশ্ব

November 27, 2023
Guru Nanak Jayanti: জানি থওক গুৰু নানকৰ ১০টা বাণী, যিয়ে আপোনাক প্ৰতিটো খোজতেই সহায় কৰিব
জীৱনশৈলী

Guru Nanak Jayanti: জানি থওক গুৰু নানকৰ ১০টা বাণী, যিয়ে আপোনাক প্ৰতিটো খোজতেই সহায় কৰিব

November 27, 2023
Next Post
চৰকাৰী ৰোষত এইবাৰ “চাৰে জহাঁ চে আচ্ছা”; বাদ পৰিব নেকি পাঠ্যক্ৰমৰ পৰা?

চৰকাৰী ৰোষত এইবাৰ "চাৰে জহাঁ চে আচ্ছা"; বাদ পৰিব নেকি পাঠ্যক্ৰমৰ পৰা?

আপোনাৰ ৰাতি টোপনি নাহে নেকি? জানক কাৰণসমূহ

আপোনাৰ ৰাতি টোপনি নাহে নেকি? জানক কাৰণসমূহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.