ছয়গাঁৱত বালি মাফিয়াৰ দপদপনি। কলহী নদীত বালি মাফিয়াৰ ব্যাপক খনন। নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কমিছনৰাজ! বালি মাফিয়াৰে বনাঞ্চলিক বিষয়াৰ মিতিৰালিৰ অভিযোগ।