• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোনমণি বাইদেৱে মোক কোনোবাই মাৰিবলৈ বিচাৰি ফুৰিছে বুলি কৈ তেঁৱেই হেৰাই গ’ল, জোনমণি ৰাভা বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰো ভুৱাঃ হাছিনা বেগম

জোনমণি বাইদেৱে মোক কোনোবাই মাৰিবলৈ বিচাৰি ফুৰিছে বুলি কৈ তেঁৱেই হেৰাই গ’ল, জোনমণি ৰাভা বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰো ভুৱাঃ হাছিনা বেগম

2 years ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

14 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

15 hours ago
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

16 hours ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

17 hours ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

18 hours ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

19 hours ago
আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

19 hours ago
নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

2 days ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

2 days ago
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

2 days ago
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

2 days ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 9, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

জোনমণি বাইদেৱে মোক কোনোবাই মাৰিবলৈ বিচাৰি ফুৰিছে বুলি কৈ তেঁৱেই হেৰাই গ’ল, জোনমণি ৰাভা বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰো ভুৱাঃ হাছিনা বেগম

editor by editor
May 17, 2023
in অপৰাধ, অসম
0
জোনমণি বাইদেৱে মোক কোনোবাই মাৰিবলৈ বিচাৰি ফুৰিছে বুলি কৈ তেঁৱেই হেৰাই গ’ল, জোনমণি ৰাভা বাইদেউৰ বিৰুদ্ধে দিয়া এজাহাৰো ভুৱাঃ হাছিনা বেগম
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কালিৰে পৰাই চৰ্চাত থকা এটা নাম হৈছে হাছিনা বেগম৷ লখিমপুৰৰ পৰা গুৱাহাটীৰ কাহিলিপাৰাস্থিত জোনমণি ৰাভাৰ বাসগৃহত আহি উপস্থিত হৈছে হাছিনা বেগম৷ হাছিনাই জোনমণিৰ সৈতে সম্পৰ্কিত কেইবাটাও বিষয়ক লৈ কৰা মন্তব্যত কেইবাটাও বিস্ফোৰক অভিযোগ আনিছে৷

জোনমণি ৰাভাৰ সন্দৰ্ভত হাছিনা বেগমে মন্তব্যত কয় যে, এটা দুষ্ট চক্ৰৰ পাৰ্টীক ধৰাইছিল হাছিনা বেগমে৷ আবুল চহীৰ জাকিৰ নামৰ ব্যক্তিক ধৰিছিল৷ আবজৰ আলিক ধৰিবলৈ যোৱাৰ বাবেই জোনমণিৰ ওপৰত নাওবৈচা থানাৰ সঞ্জীৱ বৰাই এই কাম কৰালে৷ দুষ্ট চক্ৰৰ সৈতে মিলি আছে নাওবৈচাৰ IC সঞ্জীৱ বৰা৷ জোনমণি ৰাভাক হত্যা কৰা হৈছে৷

ইয়াৰোপৰি হাছিনাই কয়, ‘মোৰ ঘৰতো অত্যাচাৰ চলাইছে দুষ্ট চক্ৰই৷ ২ তাৰিখে ৰাতি মোৰ ঘৰৰ গ্লাচ ভাঙি দিছে এই দুষ্ট চক্ৰই৷ ছহীদ, জাকিৰৰ গেংটোৱে এনে কৰিছে৷ চোকা অস্ত্ৰৰে আমাৰ গ্লাচ ভাঙিছিল৷ নাওবৈচা পুলিচ মিলি আছে দুষ্ট চক্ৰটোৰ সৈতে৷’

নাওবৈচাৰ IC সঞ্জীৱ বৰাৰ ওপৰত অভিযোগ হাছিমা বেগমৰ৷ ১২ তাৰিখে সঞ্জীৱ বৰাই হাচিনা বেগমক ধৰিবলৈ গৈছিল৷ IC সঞ্জীৱ বৰালৈ ভিডিঅ প্ৰেৰণ কৰিছিল, মেছেজও কৰিছিল হাছিনা বেগমে৷ হাছিমা বেগমৰ ভাতৃকো উঠাই লৈ গৈছিল সঞ্জীৱ বৰাই৷ নাৰায়ণপুৰত বহুকেইটা দুষ্ট চক্ৰক ধৰাইছিল হাছিমা বেগমে৷ ৰুণা নেওগৰ পৰা ভাবুকি আহিছিল হাছিনা বেগমলৈ৷ এই পাৰ্টীবোৰ ধৰাই দিয়া কাৰণে হাছিনা বেগমলৈ আহিছিল ভাবুকি৷

ৰুণা নেওগে হাছিমা বেগমক কৈছিল, মাহিলী ৬০ হাজাৰ টকাকৈ দি থাকিব৷ এই পাৰ্টীবোৰৰ লগত লাগি থাকিব নালাগে৷ ঘটনা হোৱা দিনা বিয়লি ৩ বজাত জোনমণি ৰাভাই ফোন কৰিছিল হাছিনা বেগমলৈ৷ ইপিনে জোনমনি ৰাভাই মৃত্যুৰ পূৰ্বে হাছিনাক মাতি পঠিয়াইছিল৷ জোনমনিয়ে বাৰে বাৰে কৈছিল, ‘হাচিনা গুচি আহা, তোমক সিঁহতে মাৰি পেলাব বিচাৰিছে, গুচি আহা মোৰ ওচৰত৷’ ফোনত হাছিমা বেগমক এনেদৰে কৈছিল জোনমণি ৰাভাই৷

দুই নম্বৰী পাৰ্টীৰ সৈতে আৰক্ষীৰ সম্বন্ধ থকাৰ কথাও উল্লেখ কৰিলে হাছিনা বেগমে৷ আৰক্ষী প্ৰশাসনৰ মানুহো এই ঘটনাত জড়িত আছে বুলি জনাইছে হাছিনাই৷ এই চক্ৰৰ সৈতে বন্দুক আছে বুলিও অভিযোগ আনিলে হাছিমা বেগমে৷ দুষ্ট চক্ৰৰ সৈতে বন্দুক থকাৰ কথা সাত বছৰ আগৰ পৰাই কৈ আহিছে হাছিমা বেগমে৷
আবু চহিদ, জাকিৰ হুছেইন, আকবৰ আলিৰো নাম ল’লে হাছিনা বেগমে৷

ইয়াৰোপৰি হাছিনাই কয়, ‘তেওঁলোকৰ হাতত এতিয়াও বন্দুক আছে৷ জোনমণি ৰাভালৈ মৃত্যুৰ ভাবুকি অহাৰ কথা মোক ফোনত কৈছিল৷ মনে সজা এজাহাৰ দাখিল কৰিছে জোনমণি ৰাভাৰ বিৰুদ্ধে৷ এজাহাৰখনত তাৰিখেই উল্লেখ নাই৷ লক্ষীমপুৰৰ নাওবৈচাৰ IC সঞ্জীৱ বৰা আৰু ASP ৰুণা নেওগেই গোটেই ঘটনাটোৰ সৈতে জড়িত আছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা
অসম

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

November 8, 2025
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?
অসম

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

November 6, 2025
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত
অসম

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

November 6, 2025
সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে, ৩০খন চহৰত চলি আছে জুবিন গাৰ্গৰ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰা সপোন, ‘ৰৈ ৰৈ বিনালে’
অসম

সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে, ৩০খন চহৰত চলি আছে জুবিন গাৰ্গৰ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰা সপোন, ‘ৰৈ ৰৈ বিনালে’

October 31, 2025
Next Post
ঘনে ঘনে পট পৰিবৰ্তন! হঠাতেই আৱিৰ্ভাৱ এজন প্ৰত্যক্ষদৰ্শী, তাৰপাছত দুৰ্ঘটনাৰ বৰ্ণনা, বৰ্ণনাও বাৰেপতি সলনি, প্ৰকৃত কাহিনী কি?

ঘনে ঘনে পট পৰিবৰ্তন! হঠাতেই আৱিৰ্ভাৱ এজন প্ৰত্যক্ষদৰ্শী, তাৰপাছত দুৰ্ঘটনাৰ বৰ্ণনা, বৰ্ণনাও বাৰেপতি সলনি, প্ৰকৃত কাহিনী কি?

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত দ্বিতীয়বাৰৰ বাবে ছিদ্দাৰামাইয়া, উপমুখ্যমন্ত্ৰী পদ লৈয়েই সন্তুষ্ট ডি কে শিৱকুমাৰ

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত দ্বিতীয়বাৰৰ বাবে ছিদ্দাৰামাইয়া, উপমুখ্যমন্ত্ৰী পদ লৈয়েই সন্তুষ্ট ডি কে শিৱকুমাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.