অসম লাইভ২৪ঃ নলবাৰীৰ বহু চৰ্চিত বিবাহৰ অভিযোগ-প্ৰতিঅভিযোগ অব্যাহত আছে৷ এইবাৰ সংবাদ মাধ্যমত মুখ খুলিলে কইনাই৷ সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰিলে কইনাই৷
কইনাই কয়, ‘দিনৰ সময়চোৱাত বিবাহ ভালদৰে চলি গ’ল। বিয়াত দৰাই সুৰাপান কৰিয়েই আহিছিল। দৰাৰ বেমাৰ থকা বুলি মই গম নাপাওঁ। এয়া দৰাপক্ষৰ মিছা অভিযোগেই হ’ব। মোৰ কোনো ভাল পোৱা ল’ৰাও নাই। দৰা বিয়া পাতিব পৰা অৱস্থাত নাছিল বাবেহে মই বিয়া কেনচেল কৰিছো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ