বংগত এটা যুগৰ অন্ত পৰিল। দেহাৱসান ঘটিল প্ৰখ্যাত অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ। ক’ৰোনাত আক্ৰান্ত হৈ মেলানি মাগিলে এটা সাংস্কৃতিক যুগস্বৰূপ সৌমিত্ৰ বাবুৱে।