পিতৃৰ কফিনৰ ফুলেৰে খেলিছে এটা কণমানিয়ে। দুবছৰীয়া সন্তানে গামোচা বুলাই দিলে পিতৃৰ ফোটত। পঞ্চভূতত বিলীন বীৰ জোৱান হৰধন ৰায়।