• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বজৰং বিতৰ্ক! মল্লিকাৰ্জূন খড়্গেক তলব আদালতৰ, কংগ্ৰেছ সভাপতিৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

বজৰং বিতৰ্ক! মল্লিকাৰ্জূন খড়্গেক তলব আদালতৰ, কংগ্ৰেছ সভাপতিৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

2 weeks ago
গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

10 hours ago
মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…

মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…

11 hours ago
পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ! জুন মাহৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?

পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ! জুন মাহৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?

12 hours ago
অভিনয় ক্ষেত্ৰৰ পৰা কিয় আঁতৰি আহিল দীপিকা কক্কৰ? ভিতৰুৱা বহু কথা অৱশেষত খুলি ক’লে দীপিকাই

অভিনয় ক্ষেত্ৰৰ পৰা কিয় আঁতৰি আহিল দীপিকা কক্কৰ? ভিতৰুৱা বহু কথা অৱশেষত খুলি ক’লে দীপিকাই

14 hours ago
‘ইয়াদ আয়েঙ্গে ইয়ে পল’… এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ

‘ইয়াদ আয়েঙ্গে ইয়ে পল’… এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ

15 hours ago
জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

16 hours ago
UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…

UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…

17 hours ago
‘সিদ্ধান্তটো অসম্ভৱ যন্ত্ৰণাদায়ক আছিল!’ দ্বিতীয় বিবাহৰ পাছতেই হঠাৎ কি হ’ল আশীষ বিদ্যাৰ্থীৰ?

‘সিদ্ধান্তটো অসম্ভৱ যন্ত্ৰণাদায়ক আছিল!’ দ্বিতীয় বিবাহৰ পাছতেই হঠাৎ কি হ’ল আশীষ বিদ্যাৰ্থীৰ?

18 hours ago
আন এক বৃহৎ গ্ৰহৰ সন্ধান ভাৰতীয় বৈজ্ঞানিকৰ দলৰ!

আন এক বৃহৎ গ্ৰহৰ সন্ধান ভাৰতীয় বৈজ্ঞানিকৰ দলৰ!

18 hours ago
আপুনি দৈনিক ১০ ঘণ্টাতকৈ অধিক টোপনি যায় নেকি? তেন্তে সতৰ্ক থাকক…

আপুনি দৈনিক ১০ ঘণ্টাতকৈ অধিক টোপনি যায় নেকি? তেন্তে সতৰ্ক থাকক…

19 hours ago
বিয়াৰ আগৰাতি অত্যাধিক সুৰাপান; তাৰ পিছত কি হ’ল চাওঁক…

বিয়াৰ আগৰাতি অত্যাধিক সুৰাপান; তাৰ পিছত কি হ’ল চাওঁক…

20 hours ago
ফাইনেলৰ প্ৰাকক্ষণ; বৰষুণ দিলে কোন হ’ব চেম্পিয়ন?

ফাইনেলৰ প্ৰাকক্ষণ; বৰষুণ দিলে কোন হ’ব চেম্পিয়ন?

2 days ago
  • About
  • Advertise
  • Careers
Thursday, June 1, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বজৰং বিতৰ্ক! মল্লিকাৰ্জূন খড়্গেক তলব আদালতৰ, কংগ্ৰেছ সভাপতিৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

editor by editor
May 15, 2023
in ভাৰত, ৰাজনীতি
0
বজৰং বিতৰ্ক! মল্লিকাৰ্জূন খড়্গেক তলব আদালতৰ, কংগ্ৰেছ সভাপতিৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১০০ কোটি টকাৰ মানহানি গোচৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জূন খড়্গেক সোমবাৰে তলব কৰিছে পঞ্জাৱৰ সাঙৰুৰৰ আদালতে। কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ অহাৰ পাছতেই বজৰং দল নিষিদ্ধ কৰা হ’ব বুলি জনাইছিল কংগ্ৰেছ দলে। নিৰ্বাচনী ইস্তাহাৰত এই কথা উল্লেখ কৰিছিল কংগ্ৰেছ দলে। শনিবাৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনত ১৩৫ খন আসনত জিকি ৰাজ্য দখল কৰিছে কংগ্ৰেছ দলে। তাৰমাজতেই নিৰ্বাচনী ইস্তাহাৰত বজৰং দল নিষিদ্ধ কৰাৰ কথা প্ৰকাশ কৰাৰ বাবেই কংগ্ৰেছ সভাপতি মল্লিকাৰ্জূন খড়্গেৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে বজৰং দল হিন্দুস্তান নামৰ সংগঠনটোৰ সভাপতি হীতেশ ভৰদ্বাজে। সেই গোচৰৰ ভিত্তিতেই খড়্গেক তলব কৰিছে আদালতে।

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা হৈছিল যে, ‘ধৰ্ম জাতৰ ভিত্তিত বিভিন্ন সম্প্ৰদায়ৰ মাজত ঘৃণা বিয়পোৱা সংগঠনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ বদ্ধপৰিকৰ কংগ্ৰেছ।’ এই প্ৰসংগত বজৰং দল, পিএফআইৰ দৰে সংগঠনসমূহ নিষিদ্ধ কৰাৰ কথা ইস্তাহাৰত উল্লেখ আছিল। দলৰ ইস্তাহাৰত থকা প্ৰতিশ্ৰুতিমতে কংগ্ৰেছ সভাপতিয়ে কৈছিল, ‘কংগ্ৰেছে জাতি ধৰ্ম ভিত্তিত কোনো সম্প্ৰদায়ৰ মাজত ঘৃণা বিয়পোৱা সংগঠনক বন্ধ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।’

শনিবাৰে কংগ্ৰেছে বিপুল ভোটত জয়লাভ কৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে এই বিজয় সাব্যস্ত কৰি সকলোৰে চৰ্চাৰ কেন্দ্ৰও হৈ পৰিছে। কৰ্ণাটকত নতুন চৰকাৰ গঠনৰ পূৰ্বে কংগ্ৰেছ সভাপতিৰ বিৰুদ্ধে হিন্দু সংগঠন সৰব হোৱাক লৈ সকলোৰে মনত সৃষ্টি হৈছে প্ৰশ্নৰ। বৰ্তমানলৈ কংগ্ৰেছে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন
ক্ৰীড়া

গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

May 31, 2023
পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ! জুন মাহৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?
বাণিজ্য

পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব আপোনাৰ! জুন মাহৰ পৰা কি কি সামগ্ৰীৰ দাম বাঢ়িব?

May 31, 2023
অভিনয় ক্ষেত্ৰৰ পৰা কিয় আঁতৰি আহিল দীপিকা কক্কৰ? ভিতৰুৱা বহু কথা অৱশেষত খুলি ক’লে দীপিকাই
চিনেমা

অভিনয় ক্ষেত্ৰৰ পৰা কিয় আঁতৰি আহিল দীপিকা কক্কৰ? ভিতৰুৱা বহু কথা অৱশেষত খুলি ক’লে দীপিকাই

May 31, 2023
‘ইয়াদ আয়েঙ্গে ইয়ে পল’… এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ
জীৱনশৈলী

‘ইয়াদ আয়েঙ্গে ইয়ে পল’… এবছৰে প্ৰতিদিনেই সংগীতপ্ৰেমীয়ে সোঁৱৰিছে সংগীত শিল্পী KKক, প্ৰথম মৃত্যুবাৰ্ষিকীত সংগীতশিল্পীক সোঁৱৰণ

May 31, 2023
Next Post
 কোনে কয়, একেলগে থকাৰ নামেই হল প্ৰেম। প্ৰেম হবলৈ কাষত নাথাকিলেও হ’ব। প্ৰেম হ’বলৈ মনৰ মাজত থকাৰহে প্ৰয়োজন। এনে প্ৰেমেই আছিল পম্পী আৰু নিহাৰৰ মাজত। প্ৰেমৰ অনুভৱ ব্যক্ত কৰি পম্পীয়ে লিখিছিল…

 কোনে কয়, একেলগে থকাৰ নামেই হল প্ৰেম। প্ৰেম হবলৈ কাষত নাথাকিলেও হ'ব। প্ৰেম হ'বলৈ মনৰ মাজত থকাৰহে প্ৰয়োজন। এনে প্ৰেমেই আছিল পম্পী আৰু নিহাৰৰ মাজত। প্ৰেমৰ অনুভৱ ব্যক্ত কৰি পম্পীয়ে লিখিছিল...

‘মোক তোমালোকে আৰু দেখা নাপাবা। সিঁহতে মোক এতিয়া মাৰি পেলাব।’ পত্নীলৈ শেষৰটো ফোনকল বাবুল বৰাৰ, তাৰপিছত?

'মোক তোমালোকে আৰু দেখা নাপাবা। সিঁহতে মোক এতিয়া মাৰি পেলাব।’ পত্নীলৈ শেষৰটো ফোনকল বাবুল বৰাৰ, তাৰপিছত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.