• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহত স্বামীয়ে দিয়া ১০ লাখৰ অলংকাৰ লৈ প্ৰেমিকৰ সৈতে পলাল যুৱতী, তাৰপিছত?

বিবাহত স্বামীয়ে দিয়া ১০ লাখৰ অলংকাৰ লৈ প্ৰেমিকৰ সৈতে পলাল যুৱতী, তাৰপিছত?

3 years ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

9 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

10 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

11 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

11 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

12 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

13 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

13 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

14 hours ago
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

14 hours ago
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

15 hours ago
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

16 hours ago
মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহত স্বামীয়ে দিয়া ১০ লাখৰ অলংকাৰ লৈ প্ৰেমিকৰ সৈতে পলাল যুৱতী, তাৰপিছত?

editor by editor
July 15, 2023
in জীৱনশৈলী, ভাৰত
0
বিবাহত স্বামীয়ে দিয়া ১০ লাখৰ অলংকাৰ লৈ প্ৰেমিকৰ সৈতে পলাল যুৱতী, তাৰপিছত?
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিবাহৰ পৰ্ব শেষ হৈছিলহে মাত্ৰ৷ ন’বোৱাৰীক লৈ ভিন্ন ৰীতি নীতি চলি আছিল স্বামীগৃহত৷ অতিথিৰেই ভৰি আছিল স্বামীগৃহ৷ সকলো ঠিকেই আছিল৷ কিন্তু হঠাতেই আ অলংকাৰসহিতে কইনা হেৰাল৷ গহনা গাঁঠৰি লৈ ক’লৈ গ’ল ন কইনা৷ বিচাৰখোচাৰৰ অন্তত আচৰিত হৈ পৰে ন বোৱাৰীৰ শহুৰৰ ঘৰৰ ব্যক্তিসকল৷

ন কইনাৰ স্বামীগৃহৰ পৰা দিয়া আ অলংকাৰ লৈ ন’ জীৱনৰ পাতনি মেলিলে প্ৰেমিকৰ সৈতে৷ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ঘটনা কৰ্ণাটকৰ৷ ন বোৱাৰী এনেদৰে পলাই যোৱাক লৈ আৰক্ষীৰ কাষ চাপিছে স্বামী পৰিয়ালৰ লোক৷ ২১ মেত কুন্দাপুৰ ভাদেৰহোবালিৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় উলুৰুৰ এজন যুৱকৰ৷ কিন্তু বিয়াৰ পাছতেই কইনাৰ চাল চলন সন্দেহজনক হৈ পৰে৷ নিয়মিত প্ৰেমিকৰ সৈতে যোগাযোগ ৰাখি আহিছিল যুৱতীগৰাকীয়ে৷ বিয়াৰ ৪দিন পাছতেই পিতৃ গৃহলৈ যাত্ৰা কৰে ন বোৱাৰী৷ পিতৃ গৃহলৈ আহিয়েই উধাও হয় কইনা৷

ঘটনাক লৈ ন কইনাৰ বিৰুদ্ধে আৰক্ষীচকিত অভিযোগ দাখিল কৰিছে যুৱকে৷ তেওঁৰ অভিযোগ, বিয়াৰ পাছৰে পৰাই প্ৰতিদিনে প্ৰেমিকৰ সৈতে তেওঁৰ পত্নীয়ে ভিডিঅ’ কল কৰিছিল৷ স্বামীৰ আপত্তি থকা স্বত্ত্বেও ভিডিঅ’ কলত কথা পাতে দুয়োৱে৷ স্বামীয়ে বাধা দিওতে কয় যে তেওঁৰ স্বামীৰ সৈতে থকাৰ ইচ্ছা নাই৷ আৰক্ষীক স্বামীয়ে জনোৱা অনুসৰি প্ৰায় ১০ লাখ টকাৰ গহনা লৈ উধাও হৈছে তেওঁৰ পত্নী৷ ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!
জীৱনশৈলী

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

April 29, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!
জীৱনশৈলী

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

April 29, 2026
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!
জীৱনশৈলী

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

April 29, 2026
Next Post
জ্যোতি মৌৰ্যৰ কাহিনীৰে পুনৰাবৃত্তি! নাৰ্চৰ চাকৰি লাভ কৰিয়েই পত্নীয়ে এৰিলে স্বামীক

জ্যোতি মৌৰ্যৰ কাহিনীৰে পুনৰাবৃত্তি! নাৰ্চৰ চাকৰি লাভ কৰিয়েই পত্নীয়ে এৰিলে স্বামীক

বাঘৰ আগতেল খোৱা যুৱক! চিতা বাঘ বাইকত বান্ধি যাত্ৰা যুৱকৰ, ক’ত এই ঘটনা?

বাঘৰ আগতেল খোৱা যুৱক! চিতা বাঘ বাইকত বান্ধি যাত্ৰা যুৱকৰ, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.