• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰমিকৰ বাবেই এই আইন! দুৰ্ঘটনাত পতিত হ’লে ৪লাখ লৈকে বীমা, ভাৰতক এক কৰিবলৈ কংগ্ৰেছশাসিত ৰাজ্যত ৰাহুলে আনিছে নতুন আইন

শ্ৰমিকৰ বাবেই এই আইন! দুৰ্ঘটনাত পতিত হ’লে ৪লাখ লৈকে বীমা, ভাৰতক এক কৰিবলৈ কংগ্ৰেছশাসিত ৰাজ্যত ৰাহুলে আনিছে নতুন আইন

3 years ago
মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

5 hours ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

6 hours ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

6 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

7 hours ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

7 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

8 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

9 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

9 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

9 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

10 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

10 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শ্ৰমিকৰ বাবেই এই আইন! দুৰ্ঘটনাত পতিত হ’লে ৪লাখ লৈকে বীমা, ভাৰতক এক কৰিবলৈ কংগ্ৰেছশাসিত ৰাজ্যত ৰাহুলে আনিছে নতুন আইন

editor by editor
July 26, 2023
in ভাৰত, ৰাজনীতি
0
শ্ৰমিকৰ বাবেই এই আইন! দুৰ্ঘটনাত পতিত হ’লে ৪লাখ লৈকে বীমা, ভাৰতক এক কৰিবলৈ কংগ্ৰেছশাসিত ৰাজ্যত ৰাহুলে আনিছে নতুন আইন
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজস্থানৰ ৩ লাখতকৈ অধিক গিগ শ্ৰমিকৰ বাবে ভালখবৰ। শ্ৰমিকৰ আত্মসন্মান আৰু আধিকাৰৰ বাবে কংগ্ৰেছ চৰকাৰে আনিছে নতুন আইন। এয়া ভাৰতৰ প্ৰথমখন আইন যি আইনে দেশৰ গিগ শ্ৰমিকসকলক আৰ্থিক সুৰক্ষা প্ৰদান কৰিব। কোটি কোটি যুৱক যুৱতীয়ে লাভ কৰিব নিৰ্ভৰযোগ্য নিযুক্তি।

ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কৰাৰ সময়ত বহুতো গিগ কৰ্মী, টেক্সি চালক, ডেলিভাৰী বয়ক তেওঁ লগ কৰিছিল। কৰ্মক্ষেত্ৰত অনিশ্চিত ভৱিষ্যত, ডেলিভাৰী বয়সকলে প্ৰায় প্ৰত্যেকসময়তে পদপথত যাত্ৰা কৰি থকাৰ সময়ত বিভিন্ন বিপদ আহিব পাৰে, কিন্তু তেওঁলোকৰ বাবে কোনো ইঞ্চুৰেন্সৰ ব্যৱস্থা নাই। তেওঁলোকে দিন-ৰাতি কঠোৰ পৰিশ্ৰম কৰে, কিন্তু তেওঁলোকৰ কোনো বিত্তীয় সুৰক্ষা নাই, চৰকাৰে তেওঁলোকৰ বাবে কোনোধৰণৰ ব্যৱস্থা কৰা নাই। সেয়ে বহুসময়ত ডেলিভাৰী বয়, টেক্সি চালকসকল দুৰ্ঘটনাত পতিত হ’লেও কোনোধৰণৰ বিত্তীয় সুবিধা লাভ নকৰে।

ৰাহুল গান্ধীয়ে টুইটাৰত শ্ৰমিকৰ এই অভাৱ অভিযোগক লৈ শ্বেয়াৰ কৰিছে এটা বিশেষ টুইট। ৰাহুলে টুইটত শ্ৰমিকৰ দুৰ্দশাৰ কথাবোৰ উল্লেখ কৰি ৰাজস্থানত এখন বিশেষ শ্ৰম আইন তৈয়াৰ কৰাৰ কথাও প্ৰকাশ কৰিছে। দেশত পোনপ্ৰথমবাৰৰ বাবে এই আইন অনাৰ সিদ্ধান্ত কিয় লৈছে তাৰো বাখ্যা দাঙি ধৰিছে ৰাহুলে।
তেওঁ শ্ৰমিকৰ বাবে আনিবলগা আইনখন সন্দৰ্ভত লিখিছে, ‘কৰ্ণাটকতো আমি এই বিষয়ে আলোচনা কৰিছো। শেহতীয়াকৈ তাত বাজেটত তেওঁলোকৰ বাবে ৪ লাখলৈকে দুৰ্ঘটনা বীমা ঘোষণা কৰা হৈছে। আমি এনে নীতি প্ৰস্তুত কৰিছো, যি নীতিয়ে শ্ৰমিক এজনক সুৰক্ষা প্ৰদান কৰে। আমি সদায় ভাৰতৰ দৰিদ্ৰ লোকৰ লগতে শ্ৰমিকৰ কাষত থিয় দিওঁ, যাতে তেওঁলোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পায়। আমি যি প্ৰতিশ্ৰুতি দিওঁ, সেয়া পূৰণ কৰোঁ। যেতিয়া দেশৰ প্ৰতিজন শ্ৰমিক অৰ্থনৈতিকভাৱে স্বচ্ছল হ’ব, নিজৰ অধিকাৰসমূহৰ বিষয়ে তেওঁলোক জ্ঞাত হ’ব তেতিয়াই ভাৰত প্ৰকৃততে এক দেশ হ’ব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!
ৰাজনীতি

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

June 7, 2026
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 
ভাৰত

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

June 7, 2026
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ
ভাৰত

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

June 7, 2026
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?
ক্ৰীড়া

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

June 7, 2026
Next Post
চকুৰ সন্মুখতেই আপোনালোকে সপোন সঁচা হোৱা দেখিব! মোৰ তৃতীয়টো কাৰ্যকালত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ ধনী দেশ হ’বঃ প্রধানমন্ত্ৰী মোদী

চকুৰ সন্মুখতেই আপোনালোকে সপোন সঁচা হোৱা দেখিব! মোৰ তৃতীয়টো কাৰ্যকালত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ ধনী দেশ হ’বঃ প্রধানমন্ত্ৰী মোদী

প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! AIয়ে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক

প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! AIয়ে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.