অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন সন্দৰ্ভত আইনী বিশেষজ্ঞৰ আন এখন সমিতি গঠন। সাংসদ অজিত কুমাৰ ভূঞাৰ মতে- ‘ই প্ৰক্ৰিয়াটোক বিলম্ব কৰাৰ কৌশল। প্ৰতিবেদন পৰীক্ষাৰ অজুহাতত নিৰ্বাচন পাৰ কৰাৰ কৌশল চৰকাৰৰ।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ