• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আত্মহত্যাৰ অপচেষ্টা চলাইছিল বিখ্যাত লেখক চেতন ভগতে

আত্মহত্যাৰ অপচেষ্টা চলাইছিল বিখ্যাত লেখক চেতন ভগতে

6 years ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

25 minutes ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

1 hour ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

2 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ পৰিশ্ৰমৰ ফল পাব ৫ ৰাশিয়ে! কাৰ কাৰ সলনি হ’ব ভাগ্য জানক

3 hours ago
একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

3 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

জাংক ফুডে অনিষ্ট কৰে দাঁতৰ, ভুল কৰিলে অস্ত্ৰোপচাৰৰো সন্মুখীন হ’ব আপুনি!

4 hours ago
Green Tea নে  Black Tea কোনটো উপকাৰী? সেৱনৰ পূৰ্বে জানি লওক

Green Tea নে Black Tea কোনটো উপকাৰী? সেৱনৰ পূৰ্বে জানি লওক

4 hours ago
পুৰুষ-মহিলাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কিয় বেলেগ বেলেগ?

পুৰুষ-মহিলাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কিয় বেলেগ বেলেগ?

5 hours ago
মদ নোখোৱাকৈয়ে হ’ব পাৰে লিভাৰৰ সমস্যা, যদি গ্ৰহণ কৰে এইবোৰ খাদ্য!

মদ নোখোৱাকৈয়ে হ’ব পাৰে লিভাৰৰ সমস্যা, যদি গ্ৰহণ কৰে এইবোৰ খাদ্য!

5 hours ago
১০ জুলাইৰ পৰা ৪ ৰাশিত ধনৰ বৰষুণ! আঁতৰিব সকলো বিপদ

১০ জুলাইৰ পৰা ৪ ৰাশিত ধনৰ বৰষুণ! আঁতৰিব সকলো বিপদ

6 hours ago
শিঙৰা বিক্ৰেতা হিচাপে কিং খানে কৰিছিল কেৰিয়াৰৰ আৰম্ভণি? কাহিনী জানি হ’ব আচৰিত

শিঙৰা বিক্ৰেতা হিচাপে কিং খানে কৰিছিল কেৰিয়াৰৰ আৰম্ভণি? কাহিনী জানি হ’ব আচৰিত

8 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

ভাগ্য উদয় হ’ব আপোনাৰ, সাৱধান হওক ৪ মূল্যাংকৰ লোক!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আত্মহত্যাৰ অপচেষ্টা চলাইছিল বিখ্যাত লেখক চেতন ভগতে

বিস্ফোৰক মন্তব্য চেতন ভগতৰ

editor by editor
July 25, 2020
in চিনেমা, ভাৰত
0
আত্মহত্যাৰ অপচেষ্টা চলাইছিল বিখ্যাত লেখক চেতন ভগতে
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আত্মহত্যাৰ অপচেষ্টা চলাইছিল বিখ্যাত লেখক চেতন ভগতে। এইবাৰ বলীউডৰ পৰিচালক-প্ৰযোজক বিধু বিনোদ চোপ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিলে লেখক চেতন ভগতে। চেতন ভগতৰ লিখা গল্পৰ ওপৰত ভিত্তি কৰি বহু ছবি বলীউডত নিৰ্মাণ হৈছে। তাৰ ভিতৰত ‘কায় পো চে’, ‘থ্ৰী ইডিয়টছ’, ‘টু ষ্টেট’, ‘হাফ গাৰ্ল ফ্ৰেণ্ড’ৰ দৰে বহু ছবি নিৰ্মাণ হৈছে। ‘থ্ৰী ইডিয়টছ’ৰ প্ৰযোজক আছিল বিধু বিনোদ চোপ্ৰা। লেখক চেতন ভগতৰ অভিযোগ- ‘থ্ৰী ইডিয়টছ’ মুক্তিৰ সময়ত চেতন ভগতক কোনো কৃতিত্ব দিব বিচৰা নাছিল বিনোদ চোপ্ৰাই। আনকি চোপ্ৰাই চেতন ভগতক ভাবুকিও দিছিল। পৰিস্থিতি ইমানেই বেয়ালৈ ঢাল খাইছিল যে চেতন ভগতে আত্মহত্যাৰ দৰে কথাও ভাবিছিল। সুশান্ত সিং ৰাজপুতৰ শেষ ছবি ‘দিল বেচাৰা’ৰ মুক্তিৰ প্ৰসংগত ছবি-সমালোচকৰ উদ্দেশ্যে চেতন ভগতে এক টুইট কৰিছে। য’ত তেওঁ লিখিছে এই সপ্তাহত সুশান্তৰ শেষ ছবি ‘দিল বেচাৰা’ মুক্তি পালে। মই একাংশ ছবি সমালোচকৰ উদ্দেশ্যে ক’ব বিচাৰো যে দয়া কৰি তেওঁলোকে সমালোচনা কৰোঁতে সংবেদনশীল হওক। অভাৰ স্মাৰ্ট হৈ ভুল কথা লিখাৰ যত্ন নকৰিব। ইতিমধ্যেই বহুতোৰ জীৱন নষ্ট কৰিছে ছবি সমালোচকসকলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24chetan bhagat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা
নিয়োগ

শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা

June 22, 2026
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?
অসম

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

June 22, 2026
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?
বিনোদন

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

June 22, 2026
কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!
বিনোদন

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

June 22, 2026
Next Post
মৰিগাঁৱত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

মৰিগাঁৱত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

মঙলদৈৰ সাংবাদিকক জুৱাৰীৰ প্ৰহাৰ

মঙলদৈৰ সাংবাদিকক জুৱাৰীৰ প্ৰহাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.