• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি আচৰিত হৈ পৰিব কপিল শৰ্মাৰ প্ৰতিমাহৰ আয় শুনি

আপুনি আচৰিত হৈ পৰিব কপিল শৰ্মাৰ প্ৰতিমাহৰ আয় শুনি

6 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

10 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

10 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

10 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

11 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

11 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

11 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

15 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

15 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

17 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

17 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

18 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

আপুনি আচৰিত হৈ পৰিব কপিল শৰ্মাৰ প্ৰতিমাহৰ আয় শুনি

editor by editor
January 16, 2021
in বিনোদন
0
আপুনি আচৰিত হৈ পৰিব কপিল শৰ্মাৰ প্ৰতিমাহৰ আয় শুনি
0
SHARES
107.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কৌতুক অভিনেতা কপিল শৰ্মা দেশৰ কৌতুক অভিনেতাসকলৰ তালিকাৰ শীৰ্ষত। তেওঁৰ অনুষ্ঠানৰ জনপ্ৰিয়তা ইমানেই বেছি যে আন অনুষ্ঠানৰ trpৰ সৈতে তুলনা নহয়। এইগৰাকী কৌতুক অভিনেতাই য’তেই যায় তেওঁৰ অনুৰাগীয়ে তেওঁক অনুসৰণ কৰে। আপুনি জানেনে এই কৌতুক অভিনেতাই আপুনাক হহুঁৱাবৰ বাবে এটা অনুষ্ঠানৰ বাবে কিমান টকা লয়? কপিল শৰ্মাই প্ৰতিমাহত ৩ কোটি টকা আয় কৰে। পাৰিশ্ৰমিক হিচাপে কপিল শৰ্মাই প্ৰতিটো অনুষ্ঠানৰ শ্বুটিঙৰ বাবে ৭০-৮০ লাখ টকা লয়। অনুষ্ঠানৰ উপৰিও অভিনেতাজনে প্ৰযোজনাও কৰে। বিজ্ঞাপনৰ জৰিয়তেও প্ৰচুৰ অৰ্থ উপাৰ্জন কৰে অভিনেতাজনে। এই কৌতুক অভিনেতাজনৰ প্ৰতিমাহৰ আয় প্ৰায় ৩ কোটি টকা। কপিল শৰ্মাৰ বাৰ্ষিক আয় ৩৫-৩৬ কোটি টকা। ২০২০ চনৰ জুলাইত ফৰ্ব’ছ মেগাজিনে এইজন চেলিব্ৰেটিৰ আয়ৰ তালিকা প্ৰকাশ কৰিছিল। মেগাজিনখনত ২০১৯ চনক কপিল শৰ্মাই ৩৫ কোটি টকা আয় কৰাৰ কথা উল্লেখ কৰিছিল। কপিল শৰ্মাৰ মুঠ সম্পত্তি প্ৰায় ২৬১ কোটি টকাৰ। আয়ৰ সমান্তৰালভাৱে কপিল শৰ্মাই যথেষ্ট ব্যয়ো কৰে। বিলাসী গাড়ী, বাইক তেওঁৰ প্ৰিয়। মাৰ্ছিডিজ গাড়ী তেওঁ ভাল পায়। বাইক ক্ৰয় কৰে তেওঁ ৩০ লাখ টকাৰ। ২০১৮ চনত শৈশৱৰ বান্ধৱী জিনিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কপিল শৰ্মা। সম্প্ৰতি এটি কণ্যা সন্তান আছে জিনি আৰু কপিল শৰ্মাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24kapil sarma income
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?
বিনোদন

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

September 8, 2026
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে
বিনোদন

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

September 8, 2026
Next Post
জনপ্ৰিয়তাৰ শীর্ষত আজিও নৰেন্দ্ৰ মোদী

জনপ্ৰিয়তাৰ শীর্ষত আজিও নৰেন্দ্ৰ মোদী

সুৰাপায়ীলৈ সুখবৰ। এতিয়াৰে পৰা অনলাইনত পাব সুৰা।

সুৰাপায়ীলৈ সুখবৰ। এতিয়াৰে পৰা অনলাইনত পাব সুৰা।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.