শ শ মহিলাৰ ৰোষত অগপৰ কমলা কলিতা। কমলা কলিতা গ’ বেক ধ্বনি। পলাশবাৰী সমষ্টিৰ বৰিহাট-আমৰাংগাত লজ্জানত গণভিত্তিহীন অগপ নেতা।