• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এগৰাকী মাতৃয়ে বিক্ৰী কৰিব দেহৰ সকলো অংগ, কিন্তু কিয়?

এগৰাকী মাতৃয়ে বিক্ৰী কৰিব দেহৰ সকলো অংগ, কিন্তু কিয়?

6 years ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

17 minutes ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

1 hour ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

1 hour ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

2 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

3 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

4 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

4 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

6 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

6 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

7 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

8 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এগৰাকী মাতৃয়ে বিক্ৰী কৰিব দেহৰ সকলো অংগ, কিন্তু কিয়?

editor by editor
September 23, 2020
in বিবিধ
0
এগৰাকী মাতৃয়ে বিক্ৰী কৰিব দেহৰ সকলো অংগ, কিন্তু কিয়?
0
SHARES
24.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শৰীৰৰ সমস্ত অংগ, আনকি হার্টো বিক্ৰীৰ বাবে আবেদন কৰিলে এগৰাকী মাতৃয়ে। সন্তানৰ চিকিৎসাৰ খৰচ উলিয়াবৰ বাবে সেই প্ৰস্তাৱ মাতৃগৰাকীৰ। কোচিৰ এৰানাকুলামৰ কণ্টেনাৰ পথত ৫ সন্তানেৰে মাতৃগৰাকী বাস কৰে। আৰু সেই ঠাইতে এখন কাগজত অংগ বিক্ৰী কৰা হ’ব লিখি আঁৰি দিয়া হৈছে। মাতৃগৰাকীৰ প্ৰত্যেকটো সন্তানে জটিল ৰোগত আক্ৰান্ত। ডাঙৰ পুত্ৰ ৰাজেশ কুমাৰৰ বয়স ২৫ বছৰ। এবছৰ পূর্বে এটা দুর্ঘটনাত ৰাজেশৰ ব্ৰেইন ছার্জাৰী কৰোৱা হৈছিল, যাৰ ফলত এতিয়াও সুস্থ নহয় ৰাজেশ। ছবছৰ পূর্বে মাতৃ শান্তি আৰু ১১ বছৰীয়া কন্যা বিদ্যুৎস্পৃষ্ট হৈছিল। বিদ্যুৎস্পৃষ্ট হৈ কন্যা এতিয়াও সুস্থ হোৱা নাই। শান্তিৰ আৰু এক পুত্ৰ ২৩ বছৰীয়া ৰঞ্জিৎ কুমাৰৰ পেটত এটুকুৰা মাংসপিণ্ড বাঢ়ি অহাৰ বাবে ৰঞ্জিৎ কুমাৰো অসুস্থ। আটাইকেইটা সন্তানৰ চিকৎসাৰ বাবে বহু অর্থৰ প্ৰয়োজন। যাৰ বাবে নিৰাশ্ৰয় মাতৃগৰাকীয়ে ল’ব লগা হৈছে এই কঠিন সিদ্ধান্ত। কাৰণ মাতৃ শান্তিৰ নাই অন্য কোনো পথ। উল্লেখযোগ্য শান্তিৰ স্বামী বহুবছৰ পূর্বে পত্নীক এৰি গুচি যায়। ডাঙৰ পুত্ৰৰ দুর্ঘটনাৰ পূর্বে ৰাজেশে সংসাৰ চলাইছিল। ৰাজেশ এজন ডিস্ক’ জ’কি আছিল। দ্বিতীয় পুত্ৰ ৰঞ্জিতৰ অসুস্থতাৰ বাবে কাম কৰিব নোৱাৰে। ১১ বছৰীয়া তৃতীয় পুত্ৰ সঞ্জীতে এটা চিনেমা হলত কাম কৰে। কিন্তু লকডাউনৰ বাবে সেই কামো বন্ধ হৈ পৰে। বাকী দুই সন্তান একেবাৰে সৰু। কেৰালাৰ এগৰাকী মাতৃৰ এই ক’লা ছবি পোহৰলৈ অহাৰ পাছতে প্ৰশাসন তৎপৰ হৈ পৰিছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে দুর্ভগীয়া মাতৃ শান্তিৰ সৈতে ফোনযোগে কথা পাতিছে। সাহায্য আগবঢ়োৱা হৈছে দুর্ভগীয়া পৰিয়ালটোলৈ। লগত আগন্তুক ছমাহলৈ পৰিয়ালটোৰ দায়িত্ব লৈছে চৰকাৰে। সন্তানৰ চিকিৎসাৰো দায়িত্ব গ্ৰহণ কৰিছে চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’
বিনোদন

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

July 27, 2026
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 27, 2026
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ
বাণিজ্য

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

July 27, 2026
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
Next Post
উজ্জ্বল পাওগামঃ জনপ্ৰিয় তথা সমাদৃত কবিয়ে নহয় এগৰাকী আদৰ্শ কৃষকো

উজ্জ্বল পাওগামঃ জনপ্ৰিয় তথা সমাদৃত কবিয়ে নহয় এগৰাকী আদৰ্শ কৃষকো

সোণোৱাল মন্ত্ৰীসভাৰ শীঘ্ৰেই হ’ব ৰদ-বদল!

সোণোৱাল মন্ত্ৰীসভাৰ শীঘ্ৰেই হ’ব ৰদ-বদল!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.