• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এছিয়াৰ দীৰ্ঘতম ৰোপৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

এছিয়াৰ দীৰ্ঘতম ৰোপৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

6 years ago
বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

2 minutes ago
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

45 minutes ago
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

1 hour ago
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

2 hours ago
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

3 hours ago
মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

4 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

4 hours ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

17 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

17 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

18 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

18 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এছিয়াৰ দীৰ্ঘতম ৰোপৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

গুজৰাটৰ জুনাগড় গিৰিণাৰ পাহাৰত নিৰ্মিত দীৰ্ঘতম ৰোপৱে

editor by editor
October 24, 2020
in প্ৰযুক্তি, বিশ্ব, ভাৰত
0
এছিয়াৰ দীৰ্ঘতম ৰোপৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
0
SHARES
346
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি এছিয়াৰ সকলোতকৈ দীৰ্ঘতম ৰোপৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুজৰাটৰ জুনাগড় গিৰিণাৰ পাহাৰত অৱস্থিত অম্বাজী মন্দিৰ। জুনাগড় গিৰিণাৰ পাহাৰতে এই দীৰ্ঘতম ৰোপৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। গিৰিণাৰ পাহাৰৰ অম্বাজী মন্দিৰলৈ যাবলৈ ৫ৰ পৰা ৬ ঘণ্টা সময় লাগিছিল। কিন্তু এতিয়া মাত্ৰ কেইটামান মিনিটতেই অম্বাজী মন্দিৰলৈ যাব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্পসমূহৰ ভিতৰত এই ৰোপৱে অন্যতম। এই ৰোপৱে উদ্বোধন অনলাইনৰ জৰিয়তে কৰিব প্ৰধানমন্ত্ৰীয়ে। গিৰিণাৰ পাহাৰত অম্বাজী মন্দিৰত উপস্থিত হ’বলৈ ৯ হাজাৰ ৯৯৯টা চিৰি বগাব লাগে। আৰু এই চিৰি বগাবলৈ সময় লাগে ৫ৰ পৰা ৬ ঘণ্টা। কিন্তু এতিয়াৰ পৰা এই যাত্ৰা সহজ হ’ব। এই ৰোপৱেৰ ফলত মাত্ৰ ৭ মিনিটতেই মন্দিৰ দৰ্শন কৰিব পাৰিব ভক্তই। অষ্ট্ৰিয়াৰ ৪ গৰাকী বিশেষজ্ঞৰ এটা দলে ৰোপৱেৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে আৰু পৰীক্ষণো ইতিমধ্যে সম্পূৰ্ণ হৈছে। গিৰিণাৰ এই ৰোপৱে ভৱনাথৰ পাদদেশৰ পৰা গিৰিণাৰ পৰ্বতৰ শিখৰত অৱস্থিত অম্বাজী মন্দিৰলৈকে যাব। এই ৰোপৱেত ৯টা টাৱাৰ স্থাপন কৰা গৈছে আৰু ২৪টা ট্ৰ’লী লগোৱা হৈছে। এটা ট্ৰ’লীত ৮ জনকৈ মানুহে যাত্ৰা কৰিব পাৰিব একেলগে। ভাৰতত এতিয়ালৈকে এইপৰ্যন্ত ৪ৰ পৰা ৬ জনকৈ লোকে ৰোপৱেৰ ট্ৰ’লীত যাত্ৰা কৰিব পাৰে। কিন্তু এই ৰোপৱে ভাৰতৰ প্ৰথম ৰোপৱে য’ত ৮ জন লোকে একেলগে বহি যাত্ৰা কৰিব পাৰিব। এই প্ৰজেক্টৰ ফলত তীৰ্থযাত্ৰীৰ সময় আৰু শক্তি দুইটাই ৰাহি হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asia longest rope wayasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?
জীৱনশৈলী

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

July 31, 2026
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?
ভাৰত

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

July 31, 2026
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি
জীৱনশৈলী

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

July 31, 2026
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম
জীৱনশৈলী

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

July 31, 2026
Next Post
পানীৰ অপচয় কৰাসকলক ৫ বছৰৰ শাস্তিৰ লগতে ১ লাখ টকাৰ জৰিমনা

পানীৰ অপচয় কৰাসকলক ৫ বছৰৰ শাস্তিৰ লগতে ১ লাখ টকাৰ জৰিমনা

শাৰদীয় দুৰ্গোৎসৱত খুলিল মহানগৰীৰ বেলতলাৰ MATRIX CINEMAS

শাৰদীয় দুৰ্গোৎসৱত খুলিল মহানগৰীৰ বেলতলাৰ MATRIX CINEMAS

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.