লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ লখিমপুৰৰ যুৱক। কমাৰশালৰ পৰা APSCলৈ যাত্ৰাকান্তৰ সফল যাত্ৰা। নীলকান্ত কৰ্মকাৰ, ভাগৱতী কৰ্মকাৰৰ পুত্ৰ যাত্ৰাকান্ত কৰ্মকাৰ।