• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাগজ কল ৰক্ষাৰ বাবে চৰকাৰক আঁচনি গ্ৰহণৰ আহ্বান

কাগজ কল ৰক্ষাৰ বাবে চৰকাৰক আঁচনি গ্ৰহণৰ আহ্বান

6 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

9 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

9 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

10 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

10 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

11 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

11 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

12 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

13 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

14 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

15 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

15 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাগজ কল ৰক্ষাৰ বাবে চৰকাৰক আঁচনি গ্ৰহণৰ আহ্বান

মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰ্কাৰ্ছ ইউনিয়নৰ

editor by editor
September 4, 2020
in অসম, ৰাজনীতি
0
কাগজ কল ৰক্ষাৰ বাবে চৰকাৰক আঁচনি গ্ৰহণৰ আহ্বান
0
SHARES
43
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১৪ ছেপ্টেম্বৰত NCLTত কাগজ কলৰ ভৱিষ্যৎ নিৰ্ণয় হ’ব। অসমৰ দুটাকৈ কাগজ কলৰ ভৱিষ্যতৰ প্ৰসংগ জড়িত হৈ আছে ১৪ ছেপ্টেম্বৰৰ শুনানিত। সেইদিনা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাগজ কল দুটাৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব ‘নেচনেল কোম্পানী ল ট্ৰিবিউনেল’ত। সেয়ে, কাগজ কল দুটা পুনৰুজ্জীৱিত কৰা সন্দৰ্ভত চৰকাৰক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰ্কাৰ্ছ ইউনিয়নে। কেৰালা চৰকাৰৰ উদাহৰণ দাঙি ধৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে ইউনিয়নে। তদুপৰি চৰকাৰে কৰ্মচাৰীসকলৰ পূৰ্বৰ দেনা-পাওনা আদায় কৰি দিলে অসমৰ এটা ব্যক্তিগত কোম্পানীয়ে কল দুটা চলাবৰ বাবে ইচ্ছুক বুলিও স্মাৰকপত্ৰত উল্লেখ কৰিছে ইউনিয়নে। এতিয়া সমস্ত বিষয়টো নিৰ্ভৰ কৰিছে চৰকাৰৰ সদিচ্ছাৰ ওপৰত। ১৪ ছেপ্টেম্বৰৰ পূৰ্বে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰে, তেনেহ’লে কাগজ কল দুটা পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা আছে। অন্যথা নিশ্চিত অন্ধকাৰ ভৱিষ্যৎ নামি আহিব নগাঁও আৰু কাছাৰ কাগজ কললৈ।

মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰ্কাৰ্ছ ইউনিয়নৰ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24cachar paper millnagaon paper mill
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’
ভাৰত

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

August 16, 2026
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?
বিশ্ব

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

August 16, 2026
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা
ৰাজনীতি

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

August 16, 2026
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?
ভাৰত

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

August 15, 2026
Next Post
‘ভায়ো অউৰ বেহেনো’ৱে বেয়া পাইছে

‘ভায়ো অউৰ বেহেনো’ৱে বেয়া পাইছে

BTC নিৰ্বাচন, গাত তৰণি নাই কাৰো

BTC নিৰ্বাচন, গাত তৰণি নাই কাৰো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.